শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ কুইজ GK for Children

শিশু কুইজ আৰম্ভ কৰিবলৈ তলৰ 👇 START অত ক্লিক কৰক 

0%
1 votes, 5 avg
0
tail spin

1 / 50

1. বিশ্বৰ ভিতৰত ৩য় সৰ্বাধিক প্ৰচলিত ভাষা কোনটো?

2 / 50

2. বীৰবালা কাক কোৱা হয়

3 / 50

3. 1GB ত কিমান MB থাকে ?

4 / 50

4. ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ কি

5 / 50

5. মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন?

6 / 50

6. টেলিফোনৰ আৱিষ্কাৰক

7 / 50

7. পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটো?

8 / 50

8. ৰক্তচাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

9 / 50

9. বিশ্বৰ কোনখন দেশৰ লিখিত-সংবিধান আটাইতকৈ দীঘলীয়া?

10 / 50

10. স্পেইনৰ ৰাজধানী কি?

11 / 50

11. টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল?

12 / 50

12. আমেৰিকাৰ ৰাজধানী কি?

13 / 50

13. বিদ্যুৎ কোনে আৱিষ্কাৰ কৰিছিল?

14 / 50

14. ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ নাম কি?

15 / 50

15. বিশ্বৰ আটাইতকৈ ডাঙৰ ‘গণতান্ত্ৰিক’ দেশ?

16 / 50

16. কোনজন বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰক "মাষ্টাৰ ব্লাষ্টাৰ" বুলি জনা যায়?

17 / 50

17. বিশ্বৰ ভিতৰত ২য় সৰ্বাধিক প্ৰচলিত ভাষা কোনটো?

18 / 50

18. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত

19 / 50

19. হৰ্ণবিল উৎসৱৰ বাবে কোনখন ৰাজ্য বিখ্যাত?

20 / 50

20. বতাহৰ গতি জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

21 / 50

21. প্ৰথম অসমীয়া কথাছবি খন

22 / 50

22. বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কোনখন?

23 / 50

23. মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গাঁঠিটো কি?

24 / 50

24. প্ৰথম বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল?

25 / 50

25. ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম জন অসমীয়া

26 / 50

26. কোনখন দেশত দবা খেলৰ আৱিষ্কাৰ হৈছিল ?

27 / 50

27. ভাৰতৰ জাতীয় ফুল কি?

28 / 50

28. পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ কোনটো?

29 / 50

29. পদাৰ্থ বিজ্ঞানৰ পিতৃ কোন?

30 / 50

30. কি ৰং শান্তিৰ প্ৰতীক?

31 / 50

31. পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৰ্ষাৰণ্যখনৰ নাম কি?

32 / 50

32. ভাৰতৰ ৰাজধানী কি?

33 / 50

33. ভাৰতৰ দ্বিতীয় বৃহত্তম নদীখন কি?

34 / 50

34. এক মিলিয়নত কিমান লাখ

35 / 50

35. সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো?

36 / 50

36. এটা ত্ৰিভুজত কিমান বাহু থাকে?

37 / 50

37. অষ্ট্ৰেলিয়াৰ ৰাজধানী কি?

38 / 50

38. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?

39 / 50

39. বিখ্যাত চিত্ৰ "মনালিছা" কোনে ছবি আঁকিছিল?

40 / 50

40. বৈদ্যুতিক লাইট বাল্ব কোনে আৱিষ্কাৰ কৰিছিল?

41 / 50

41. ভাংৰা কোনখন ভাৰতীয় ৰাজ্যৰ নৃত্য

42 / 50

42. হিন্দু ধৰ্মৰ বেদ কেই খন-

43 / 50

43. পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো কি?

44 / 50

44. আয়তনৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ দেশখন কি?

45 / 50

45. মৌলৰ পৰ্যাবৃত্ত তালিকাত ২য় মৌলটো কোনটো?

46 / 50

46. আয়তন অনুসৰি ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন কি?

47 / 50

47. ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি?

48 / 50

48. কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়?

49 / 50

49. পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই কোনটো?

50 / 50

50. আমেৰিকাৰ জাতীয় চৰাই কি?

Loading...

Your score is

The average score is 0%

0%

Exit

লগতে অংশ লওক:

ভাৰতৰ বিষয়ে শিশু কুইজ Part 1

ভাৰতৰ বিষয়ে শিশু কুইজ Part 2

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ (GK) কুইজ:

শিশু কুইজ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ

শিশু সকলৰ বাবে যুগুত কৰা এই সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ বা কুইজত ভিন্ন ভিন্ন  বিষয়ৰ প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে । এই GK কুইজ প্ৰশ্ন উত্তৰ সমূহ প্ৰায় ১০ বছৰৰ পৰা ১২ বছৰ মান বয়সৰ (From class 5 to class 7) শিশু সকলৰ বাবে উপযোগী হব ।

GK Quiz for Children:

ই খণ্ডটোত মুঠ ৫০ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শিশুৰ সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে বিভিন্ন পৰীক্ষা, কুইজ প্ৰতিযোগীতা আদিত ছাত্ৰ-ছাত্ৰী সকলে ভাগলোৱাত সহায়ক হ’ব ।

লগতে অংশ লওক:

ভাৰতৰ বিষয়ে শিশু কুইজ Part 1

ভাৰতৰ বিষয়ে শিশু কুইজ Part 2

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

বিশ্ব কুইজ

Leave a comment

Your email address will not be published. Required fields are marked *

 

One thought on “শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ কুইজ GK for Children”

Share to...