অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ (খণ্ড-২) Assamese GK Quiz

অসমীয়া কুইজ প্ৰতিযোগিতাৰ এই পেজত অসমীয়া সাধাৰণ জ্ঞানৰ দ্বিতীয় খণ্ডটো Upload কৰা হৈছে । এই খণ্ডত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত 30 টা অতি জানিবলগীয়া প্ৰশ্নৰ অসমীয়া কুইজ ৰাউণ্ড যুগুত কৰা হৈছে ৷

এই কুইজ ৰাউণ্ডটো পূৰা কৰিবলৈ ৬ মিনিট সময় দিয়া হ’ব

/30
3 votes, 3.7 avg
5
tail spin

1 / 30

1. দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম জন অসমীয়া-

2 / 30

2. এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰৰ নাম কি?

3 / 30

3. এই পৰ্বত মালাৰ নাম হ'ল

Name of the mountain on 100 rupee note

4 / 30

4. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম

5 / 30

5. ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম জন অসমীয়া

6 / 30

6. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী ভাৰতীয় গৱৰ্ণৰ

7 / 30

7. ন'বেল বঁটা বিজয়ী বিশ্বৰ প্ৰথম মহিলা

8 / 30

8. এক মিলিয়নত কিমান লাখ

9 / 30

9. ভাৰত আৰু চীনৰ সীমাৰেখা ডালৰ নাম

10 / 30

10. ইয়াৰ ভিতৰত কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম কোনটো

11 / 30

11. মেঘালয় অসমৰ পৰা কিমান চনত পৃথক হয়

12 / 30

12. শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল

13 / 30

13. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ

14 / 30

14. টেলিফোনৰ আৱিষ্কাৰক

15 / 30

15. চেমচাং (Samsung) কোন দেশৰ কোম্পানী

16 / 30

16. পেংগুইন ক’ত পোৱা যায়

17 / 30

17. ভাৰতৰ দীৰ্ঘতম ৰে'ল ষ্টেচন

18 / 30

18. ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) কেতিয়া স্থাপন কৰা হয়

19 / 30

19. ডিনামাইটৰ আবিষ্কাৰক

20 / 30

20. ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী

21 / 30

21. 1GB ত কিমান MB থাকে ?

22 / 30

22. হেমকোষ অভিধান কোনে ৰচনা কৰিছিল

23 / 30

23. এইটো কোনখন গাড়ীৰ প্ৰতীক চিহ্ন (Symbol) ?

Car logo quiz

24 / 30

24. আধুনিক কম্পিউটাৰৰ জনক কোন

25 / 30

25. ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

26 / 30

26. বিশ্বৰ দ্বিতীয়টো পৰমাণু বোমাৰ নাম কি

27 / 30

27. প্রথম FIFA বিশ্বকাপ অনুষ্ঠিত হয় -

28 / 30

28. শূণ্যৰ আৱিষ্কাৰ কোনে কৰিছিল

29 / 30

29. Indian National Army কোনে গঠন কৰিছিল

30 / 30

30. পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ

Your score is

কুইজ ৰাউণ্ডটো খেলি ভালপালে Facebook, Twitter অৰ যোগেদি আপোনাৰ বন্ধুবৰ্গকো খেলিবলৈ আহ্বান কৰিব পাৰে (Share for care):

Facebook Twitter
0%

Exit

সাধাৰণ জ্ঞানৰ কুইজ (খণ্ড-২):

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ - 2

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ (Assamese quiz competition):

এই সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ড সমূহৰ অনুশীলনৰ ফলত ব্যক্তি, শিক্ষাৰ্থী, ছাত্ৰ-ছাত্ৰী আদি সকলোৰে বাবে বিভিন্ন ধৰণৰ পৰীক্ষা বা সাক্ষাতকাৰ সমূহত অৱতীৰ্ণ হোৱাত যঠেষ্ট সহায়ক হ’ব । ইয়াৰ ওপৰিও এই ৱেবছাইটটোত থকা অসমীয়া  শব্দ অৰ্থৰ কুইজ সমূহো শিক্ষাৰ্থী সকলৰ বাবে লাভদায়ক হ’ব ।

লগতে খেলক:

অসমীয়া কুইজ প্ৰতিযোগিতা – অসমীয়া সমাৰ্থক শব্দৰ কুইজ

আৰু লগতে খেলক:

বিভিন্ন বৈজ্ঞানিক আহিলাৰ নাম আৰু ব্যৱহাৰৰ ওপৰত প্ৰস্তুত কৰা সাধাৰণ জ্ঞানৰ কুইজ

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...