অসমৰ ইতিহাসৰ কুইজ Online Assamese Quiz (প্ৰথম ভাগ)

কুইজ মেলাৰ আজিৰ প্ৰতিযোগিতাৰ বিষয় হ’ল অসমৰ ইতিহাস । ইয়াত অসমৰ ইতিহাসৰ ওপৰত ৩০ টা প্ৰশ্নৰ কুইজ Upload কৰা হৈছে । ই ৰাউণ্ডটো পূৰা কৰিবলৈ ৬ মিনিট সময় দিয়া হ’ব

কুইজ আৰম্ভ কৰিবলৈ তলৰ 👇 START অত ক্লিক কৰক

/30
3 votes, 4.7 avg
1

কুইজ আৰম্ভ কৰিবলৈ তলৰ Start অত ক্লিক কৰক

tail spin

1 / 30

1. ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল

2 / 30

2. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হ'ল

3 / 30

3. শিৱসাগৰৰ ৰংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল

4 / 30

4. [the_ad id="1662"]

পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল

5 / 30

5. ছবিত দেখা ঘৰটোৰ নাম কি

image for Assmese quiz

6 / 30

6. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল

7 / 30

7. জয়মতীৰ চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈৰ ঘৰ ক'ত আছিল

8 / 30

8. হয়গ্ৰীব মাধৱ মন্দিৰ কোন ৰজাই স্থাপন কৰিছ্লি

9 / 30

9. ৰজা ভাস্কৰ বৰ্মাৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজক জনৰ নাম কি আছিল ?

10 / 30

10. বীৰবালা কাক কোৱা হয়

11 / 30

11. অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল

[the_ad id="1655"]

12 / 30

12. [the_ad id="1662"]

এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমজন অসমীয়া

13 / 30

13. শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল

14 / 30

14. ঐতিহাসিক ধোদৰ আলিৰ দৈৰ্ঘ্য কিমান

[the_ad id="1659"]

15 / 30

15. মেঘালয় অসমৰ পৰা কিমান চনত পৃথক হয়

16 / 30

16. দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম জন অসমীয়া-

17 / 30

17. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন

18 / 30

18. প্ৰথম অসমীয়া কথাছবি খন

19 / 30

19. ফুলগুৰি ধেৱা কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল

[the_ad id="1659"]

20 / 30

20. গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন হৈছিল?

21 / 30

21. হেমকোষ অভিধান কোনে ৰচনা কৰিছিল

22 / 30

22. অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ

23 / 30

23. ‘কলাগুৰু’ কাক বোলা হয়

24 / 30

24. মানে কিমান চনত প্ৰথম অসম আক্ৰমণ কৰিছিল

25 / 30

25. এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰৰ নাম কি?

26 / 30

26. স্বাধীন অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল

27 / 30

27. ইটাখুলিৰ ৰণ কিমান চনত, কাৰ মাজত হৈছিল ?

28 / 30

28. অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল:

29 / 30

29. প্ৰথম অসমীয়া শিশু আলোচনী

30 / 30

30. দৌৰবিদ হীমা দাসক কি নামেৰে জনা যায়

Your score is

কুইজ ৰাউণ্ডটো খেলি ভালপালে Facebook, Twitter অৰ যোগেদি আপোনাৰ বন্ধুবৰ্গক খেলিবলৈ আহ্বান জনাব (Share for care):

Facebook Twitter
0%

Exit

অসমৰ ইতিহাসৰ কুইজ (Quiz on History of Assam):

সাধাৰণ জ্ঞানৰ কুইজৰ এই খণ্ডত অসমৰ ইতিহাসৰ ওপৰত প্ৰশ্নোত্তৰ যুগুত কৰা হৈছে । এই অসমীয়া কুইজ সমূহ অনুশীলনৰ ফলত ব্যক্তি, শিক্ষাৰ্থী, ছাত্ৰ-ছাত্ৰী আদি সকলৰ বাবে অসমৰ ঐতিহাসিক দিন, তাৰিখ, চন, নাম আদি বোৰ মনত ৰখাত সহাযক হ’ব লগতে বিভিন্ন ধৰণৰ পৰীক্ষা বা সাক্ষাতকাৰ সমূহত অৱতীৰ্ণ হোৱাত যঠেষ্ট সহায়ক হ’ব । ইয়াৰ ওপৰিও এই ৱেবছাইটটোত থকা অসমীয়া শব্দ অৰ্থৰ কুইজ সমূহো শিক্ষাৰ্থী সকলৰ বাবে লাভদায়ক হ’ব ।

লগতে খেলক:

অসমীয়া কুইজ প্ৰতিযোগিতা – (Other Online Quizzes)

অসমীয়া শব্দ অৰ্থৰ:

আৰু

সাধাৰণ জ্ঞানৰ কুইজ মেলা

আৰু লগতে খেলক:

বিভিন্ন বৈজ্ঞানিক আহিলাৰ নাম আৰু ব্যৱহাৰৰ ওপৰত প্ৰস্তুত কৰা সাধাৰণ জ্ঞানৰ কুইজ

Rating:

5 Votes: 4

অসমৰ ইতিহাসৰ কুইজ Assam's History
অসমৰ ইতিহাসৰ কুইজ (প্ৰশ্নোত্তৰ)- ১ম ভাগ:

Leave a comment

Your email address will not be published. Required fields are marked *

 

One thought on “অসমৰ ইতিহাসৰ কুইজ Online Assamese Quiz (প্ৰথম ভাগ)”

Share to...