How Use Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

Download Avro keyboard software to Write Assamese

What is Avro Keyboard (অভ্ৰ কী ব’ৰ্ড কি): বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। …

Read more

ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়, শিক্ষা, কৰ্মজীৱনৰ কিছু তথ্য

Brief details of Dr. Bhupen Hazarika in Assamese ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়ঃ ড° ভূপেন হাজৰিকা দেৱৰ চমু পৰিচয় (A brief details of Dr. Bhupen Hazarika) সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল অসমৰ কলা-সংস্কৃতিৰ জগতখনৰ এজন অদ্বিতীয় ব্যক্তি তথা সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত এক প্ৰতিভাশালী সাংস্কৃতিক সত্বা।  তেখেত আছিল সু-গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু ৰাজনীতিবিদ। অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য লগতে বাংলাদেশতো ভূপেন হাজৰিকা দেৱৰ …

Read more

আজলী ছোৱালী ৰাভা সংগীত Lyrics || Rabha Sangeet Ajoli Suwali

আজলী ছোৱালী Lyrics (Ajoli Suwali)

গীত: আজলী ছোৱালী (Ajoli Suwali) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ শ্ৰেণীঃ ৰাভা সংগীত আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই Music… আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই Music… সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই আজলী ছোৱালী নানা …

Read more

লগন উকলি গ’ল Lyrics | Lagan Ukali Gol Rabha Sangeet

Rabha Sangeet Lyrics Lagan Ukali Gol

গীত: লগন উকলি গ’ল (Lagan Ukali Gol) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা লগন উকলি গ’ল তেওঁযে নহ’ল কোৱা । Music… কিমান হেঙুলী উষা, কিমান জোনালী নিশা মিছাতেই গ’ল মোৰ, কিমান গধুলি পুৱা তেওঁযে নহ’ল কোৱা লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা …

Read more

আজি মন্দিৰ দুৱাৰ খোলা ৰাভা সংগীত Lyrics | Aji Mondiro Duar Khula

আজি মন্দিৰ দুৱাৰ খোলা Lyrics

গীত: আজি মন্দিৰ দুৱাৰ খোলা গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণীঃ ৰাভা সংগীত আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা, মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা । Music… শুনো মংগল আৰতি গান, শুনো মংগল আৰতি গান নাচি উঠে ভকতৰে প্ৰাণ, নাচি উঠে ভকতৰে প্ৰাণ শুনো মংগল …

Read more

নাহৰ ফুলে নুশুৱাই ৰাভা সংগীত Lyrics (Nahor Phule Nuxuwai)

নাহৰ ফুলে নুশুৱাই Lyrics

গীত: নাহৰ ফুলে নুশুৱাই গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব । নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব । নাহৰ ফুলে নুশুৱাই… Music… কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ হিয়া ফুলে পাৰি দিম, গুজি খোপাতে মনোহৰ । কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ …

Read more