ৰৈ ৰৈ কেতেকী বিনা অ – ৰাভা সংগীত Lyrics

গীত: ৰৈ ৰৈ কেতেকী বিনা অ’ গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ …

Read more

অ’ শ্যাম কানু বজাই মোহন বেণু Lyrics

O Shyam Kanu অ' শ্যাম কানু Lyrics

অ’ শ্যাম কানু O Shyam Kanu Bojai Muhon Benu (lyrics) গীতৰ কথা: চুড়ামনি দত্ত শ্ৰেণী- ভক্তিমূলক অ’ শ্যাম কানু বজাই মোহন বেণু অ’ শ্যাম কানু বজাই মোহন বেণু হালে জালে ডালে পাতে ফুলে ফুলে ৰেণু… অ’ শ্যাম কানু… Music… (বাঁহী) দামুৰি চৰাব হেতু অ’ শ্যাম কানু দুৰ হৈ নাযাবা বাছা অ’ শ্যাম কানু পৰাণত বৈ আহে যমুনা তটিনী,  মধুৰ মধুৰ ৰাগে তোলে যে কপনি । …

Read more

আজিৰ অসমীয়া বাতৰি কাকত সমূহৰ অনলাইন সংস্কৰণৰ লিংক (e Paper)

আজিৰ অসমীয়া বাতৰি কাকত

ৰাতিপুৱাৰ চাহকাপৰ লগত বাতৰি কাকত খন পঢ়াৰ সোৱাদ কি সেয়া নিশ্চয় কব নালাগে, বুজা জনে বুজিব ৷ পিছে প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ লগে কাগজৰ ডাঙৰ ডাঙৰ পৃষ্ঠাবোৰ আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গৈছে আৰু আমাৰ প্ৰিয় দৈনিক বা সাপ্তাহিক অসমীয়া বাতৰি কাকত খনেও ঠাই লৈছে আমাৰ স্মাৰ্টফোন বা কম্পিউটাৰটোৰ স্ক্ৰীনত ৷ আৰু বৰ্তমান আপুনি বাতৰি কাকত বিলোৱা হকাৰ জন অহালৈও বাটচাব নালাগে ৷ কাৰণ এতিয়া …

Read more

বিশ্বৰ ছন্দে ছন্দে – ৰাভা সংগীত Lyrics

বিশ্বৰ ছন্দে ছন্দে Lyrics

গীত: বিশ্বৰ ছন্দে ছন্দে শ্ৰেণী : ৰাভা সংগীত গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা… নাচা তমোহৰ দেউ নাচা বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা । বন্দে… বন্দে আজি সৱ ভকত বৃন্দে, বন্দে… তব চৰণ কমল বন্দে । বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা… নাচা তমোহৰ দেউ নাচা । Music… জ্বলোৱা সাগ্নিক তপো-হোম-বহ্নি, বিনাশক এন্ধাৰ তব জয়ী অগ্নি …

Read more

মোৰ জীৱনৰ আকাশতে (ৰাভা সংগীত) Lyrics | Mur Jibonor Akaxote

মোৰ জীৱনৰ আকাশতে Mur Jibonor Akaxote Lyrics

গীত: মোৰ জীৱনৰ আকাশতে গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম … Music… কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে প্ৰণয় সূৰুয দেৱতাৰে, প্ৰণয় সূৰুয দেৱতাৰে জিলিকণি সানিম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম Music… …

Read more

আজিৰ অসমীয়া প্ৰতিদিন বাতৰি কাকত- Asomiya Pratidin Epaper

Read Asomiya Pratidin Today অসমীয়া প্ৰতিদিন আজিৰ

“অসমীয়া প্ৰতিদিন” (ইংৰাজী: Asomiya Pratidin) অসমীয়াৰ এক পৰিচিত নাম। অসমীয়া দৈনিক বাতৰি কাকত বুলি কলেই পোনপ্ৰথমে প্ৰতিদিন কাকত খনৰ নামটোকে আমাৰ মনলৈ আহে । এইখন হ’ল অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত সমূহৰ ভিতৰত এখন। এই দৈনিক বাতৰি কাকত খন প্ৰথম প্ৰকাশ পায় ১৯৯৫ চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল অজিত কুমাৰ ভূঞা আৰু স্বৰ্গীয় পৰাগ কুমাৰ দাস আছিল প্ৰথম কাৰ্য্যবাহী সম্পাদক। অসমৰ সকলো চুক-কোণৰ বাতৰি …

Read more