আজলী ছোৱালী ৰাভা সংগীত Lyrics || Rabha Sangeet Ajoli Suwali

আজলী ছোৱালী Lyrics (Ajoli Suwali)

গীত: আজলী ছোৱালী (Ajoli Suwali) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ শ্ৰেণীঃ ৰাভা সংগীত আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই Music… আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই Music… সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই আজলী ছোৱালী নানা …

Read more

Xobdo Assamese Dictionary App – অসমীয়া অভিধান ছফট্‌ৱেৰ শব্দ

Assamese Dictionary Xobdo download

আজিৰ এই লেখাটোত মই এটা অসমীয়া অভিধানৰ ছফ্‌টৱেৰ ‘শব্দ’ (Xobdo Assamese Dictionary App/Software) অৰ বিষয়ে কিছু কথা লিখিবলৈ লৈছোঁ । এই এপটোৰ যোগেদি কি কাম কৰব পাৰি, ইয়াক কেনেকৈ অতি সহজে অপোনাৰ কম্পিউটাৰটোত Install কৰি ল’ব পাৰিব, ইয়াৰ জৰিয়তে কোনেকৈ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শব্দ অৰ্থ বিচাৰিব পাৰিব ইত্যাদি কথাখিনি ইয়াত চমুকৈ লিখাৰ প্ৰয়াস কৰিছোঁ। এই অসমীয়া শব্দ অৰ্থৰ অভিধান বা অসমীয়া ভাষাৰ শব্দ …

Read more

মোৰ কবিতাৰ ছন্দ লাগি ৰাভা সংগীত Lyrics-Mur Kobitar Chanda Lagi

Mur Kabitar Chanda Lagi Lyrics

মোৰ কবিতাৰ ছন্দ লাগি Mur Kobitar Chanda Lagi (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? তোৰ সোণৰ …

Read more

আজিৰ অসমীয়া প্ৰতিদিন বাতৰি কাকত- Asomiya Pratidin Epaper

Read Asomiya Pratidin Today অসমীয়া প্ৰতিদিন আজিৰ

“অসমীয়া প্ৰতিদিন” (ইংৰাজী: Asomiya Pratidin) অসমীয়াৰ এক পৰিচিত নাম। অসমীয়া দৈনিক বাতৰি কাকত বুলি কলেই পোনপ্ৰথমে প্ৰতিদিন কাকত খনৰ নামটোকে আমাৰ মনলৈ আহে । এইখন হ’ল অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত সমূহৰ ভিতৰত এখন। এই দৈনিক বাতৰি কাকত খন প্ৰথম প্ৰকাশ পায় ১৯৯৫ চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল অজিত কুমাৰ ভূঞা আৰু স্বৰ্গীয় পৰাগ কুমাৰ দাস আছিল প্ৰথম কাৰ্য্যবাহী সম্পাদক। অসমৰ সকলো চুক-কোণৰ বাতৰি …

Read more

How Use Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

Download Avro keyboard software to Write Assamese

What is Avro Keyboard (অভ্ৰ কী ব’ৰ্ড কি): বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। …

Read more

ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়, শিক্ষা, কৰ্মজীৱনৰ কিছু তথ্য

Brief details of Dr. Bhupen Hazarika in Assamese ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়ঃ ড° ভূপেন হাজৰিকা দেৱৰ চমু পৰিচয় (A brief details of Dr. Bhupen Hazarika) সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল অসমৰ কলা-সংস্কৃতিৰ জগতখনৰ এজন অদ্বিতীয় ব্যক্তি তথা সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত এক প্ৰতিভাশালী সাংস্কৃতিক সত্বা।  তেখেত আছিল সু-গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু ৰাজনীতিবিদ। অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য লগতে বাংলাদেশতো ভূপেন হাজৰিকা দেৱৰ …

Read more