সেউজীয়া (জ্যোতি সংগীত) Xeujia Lyrics
সেউজীয়া সেউজীয়া Xeujia Xeujia (Seujia Seujia) Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত [xyz-ihs snippet=”KDas-responsive-in-post”] সেউজীয়া, সেউজীয়া… সেউজীয়া, সেউজীয়া… লানীকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি, লানীকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি, সেউজী গছতে সোণৰ গুটি লাগে হীৰাফুলে মাৰে পোহৰ ছাটি, সেউজী গছতে সোণৰ গুটি, সেউজীয়া, সেউজীয়া… Music… ভাটি দেশৰে কুলী ছোৱালী অ’… ভাটি দেশৰে কুলী ছোৱালী অ’… …