500 টকাৰে কিনিব পৰা 20 টা আকৰ্ষণীয় Gadgets অৰ উপহাৰ

বিভিন্ন উপলক্ষ্যত প্ৰিয় জনক বিভিন্ন সামগ্ৰী উপহাৰ দিয়াৰ নিয়ম অতীজৰে পৰা চলি আহিছে । এই আধুনিক যুগত মানুহে পৰম্পৰাগত সামগ্ৰীৰ পৰিৱৰ্তে বিভিন্ন বৈদ্যুতিক আহিলা (Electronic Gadgets)  উপহাৰ স্বৰূপে দিবলৈ ভাল পায়। বিশেষকৈ যুৱক-যুৱতী সকলৰ মাজত Electronic Gadgets উপহাৰ স্বৰূপে দিয়াৰ হেপাহ বেছি দেখা যায । কিছুলোকে উপহাৰ দিবলৈ এই Gadgets বোৰ অতি দামী বুলি ভাবে যদিও আচলতে ৫০০ টকাৰ তলত যথেষ্ট সংখ্যক ইলেক্ট্ৰনিক আহিলা বা …

Read more

পৰজনমৰ শুভ লগনত (Porojonomor Xubho Logonot) Lyrics

পৰজনমৰ শুভ লগনত Rabha Sangeet Lyrics

গীত: পৰজনমৰ শুভ লগনত – Porojonomor Xubho Logonot গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা… Music… পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ, মোৰ হিয়াৰ অপূৰ্ণ আশা ? পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা ? পৰজনমৰ শুভ লগনত… Music… এই জনমৰ …

Read more

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে – জ্যোতি সংগীত (Gawor Lora Gawe Gawe)

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics জ্যোতি সংগীত

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা ৷ গাৱলীয়া ছোৱালী শেৱালি মই নেৱালী গাঁৱৰ ল’ৰা ; গাৱলীয়া ছোৱালী শেৱালি মই নেৱালী গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷ গাঁৱৰ ল’ৰা আগবাঢ়ি যাম …

Read more

কম্পিউটাৰৰ বাবে ভাল ৱেব ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব- 12 টা Tips

কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ Best Browser for PC

এই ব্লগ পোষ্টটোত মই কম্পিউটা (PC) ৰ বাবে সঠিক ৱেব ব্ৰাউজাৰ (Web Browser) বাছনি কৰাৰ ওপৰত লিখিছোঁ, যি সমূহ Browser এ আপোনাক খৰতকীয়া ভাৱে ৱেব ব্ৰাউজিং (web browsing) কৰাত সহায় কৰিব, যিবোৰ ব্ৰাউজাৰ ব্যৱহাৰৰ ফলত আপোনি ব্ৰাউজিং কৰা তথ্য সমূহ সুৰক্ষিত হৈ থকাৰ লগতে আপোনাৰ কম্পিউটাৰটো বিভিন্ন অনলাইন হেকিং, ফিশ্বিং আক্ৰমন (Phishing attack) আদিৰ পৰা সুৰক্ষিত হৈ থাকিব । ইয়াৰ উপৰিও এটা ভাল ভাল ৱেব …

Read more

Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামান জানো আহক

Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ

প্ৰতিজন কম্পিউটাৰ আৰু এণ্ড্ৰইড মোবাইল ফোন ব্যৱহাৰকাৰীৰ বাবে Google Chrome এটা পৰিচিত App. Google Chrome হৈছে Windows computer আৰু এণ্ড্ৰইড ফোনত বিশ্বৰ আটাইতকৈ বেছি ব্যৱহৃত ৱেব ব্ৰাউজাৰ সমূহৰ ভিতৰতে এটা। কাৰণ ইয়াত সন্নিৱিষ্ট কৰা অতি প্ৰয়োজনীয় আৰু শক্তিশালী বৈশিষ্ট্যসমূহৰ বাবে আমাৰ মাজত ই “গুগল ক্ৰ’ম” অতি জনপ্ৰিয়।  আজিৰ এই লেখাটোত Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামানৰ বিষয়ে জানো আহক । আমি সকলোৱে জানো যে গুগল …

Read more

Introduction to Computer | কম্পিউটাৰৰ সৈতে সহজ পৰিচয়

An introduction to computer; a beginner guide in Assamese

নতুনকৈ কম্পিউটাৰ শিকিব বিচৰা বা শিকিবলৈ আৰম্ভ কৰা সকলৰ সহায় হোৱাকৈ অতি সহজ ভাৱে কম্পিউটাৰৰ বিষয়ে অসমীয়া আৰু ইংৰাজীত কিছু কথা লিখা হৈছে । Introduction to Computer শীৰ্ষক এই লেখাটোৰ এই খণ্ডত কম্পিউটাৰ আৰু ইয়াৰ অন্যান্য অংশ সমূহ যেনে কম্পিউটাৰ হাৰ্ডৱেৰ, ছফ্টৱেৰ আদিৰ সৈতে সহজে পৰিচয় হ’ব পৰাকৈ সজাই আগবঢ়োৱা হৈছে। কম্পিউটাৰৰ সৈতে পৰিচয় Introduction to Computer (PC):   Why is a computer called a …

Read more