কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব- 12 টা Free Tips

কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ Best Browser for PC

[xyz-ihs snippet=”KDas-inArticle-abov-title”] এই ব্লগ পোষ্টটোত মই কম্পিউটাৰ বা PC ৰ বাবে সঠিক ৱেব ব্ৰাউজাৰ (Web Browser) বাছনি কৰাৰ ওপৰত লিখিছোঁ, যি সমূহ Browser এ আপোনাক খৰতকীয়া ভাৱে ৱেব ব্ৰাউজিং (web browsing) কৰাত সহায় কৰিব, যিবোৰ ব্ৰাউজাৰ ব্যৱহাৰৰ ফলত আপোনি ব্ৰাউজিং কৰা তথ্য সমূহ সুৰক্ষিত হৈ থকাৰ লগতে আপোনাৰ কম্পিউটাৰটো বিভিন্ন অনলাইন হেকিং, ফিশ্বিং আক্ৰমন (Phishing attack) আদিৰ পৰা সুৰক্ষিত হৈ থাকিব । ইয়াৰ উপৰিও এটা …

Read more

Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামান জানো আহক

Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ

প্ৰতিজন কম্পিউটাৰ আৰু এণ্ড্ৰইড মোবাইল ফোন (Android Mobile Phone) ব্যৱহাৰকাৰীৰ বাবে Google Chrome এটা পৰিচিত App. Google Chrome হৈছে Windows computer আৰু এণ্ড্ৰইড ফোনত বিশ্বৰ আটাইতকৈ বেছি ব্যৱহৃত ৱেব ব্ৰাউজাৰ সমূহৰ ভিতৰতে এটা। কাৰণ ইয়াত সন্নিৱিষ্ট কৰা অতি প্ৰয়োজনীয় আৰু শক্তিশালী বৈশিষ্ট্যসমূহৰ বাবে আমাৰ মাজত ই “গুগল ক্ৰ’ম” অতি জনপ্ৰিয়।  আজিৰ এই লেখাটোত Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামানৰ বিষয়ে জানো আহক । [xyz-ihs snippet=”KDas-inArticle-in-post”] …

Read more

Browser অৰ Incognito window কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে

ইনকগনিটো উইণ্ড' কি What is Incognito Window and why we would use

ইনকগনিটো উইণ্ড’ কি (Incognito Window): যেতিয়া আমি Google Chrome অৰ দৰে ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইন্টাৰনেটত যিকোনো তথ্য বিচাৰো বা যিকোনো ৱেবছাইট খোলে, তেতিয়া আমি ব্ৰাউজাৰটোত কৰা কামবোৰৰ তথ্যবোৰ, যেনে আমি ব্ৰাউজাৰটোৰ জৰিয়তে কোনটো website খুলি কি কি পঢ়িলোঁ বা চালোঁ ইত্যাদি ডাটাবোৰ ব্ৰাউজাৰটোৱে কম্পিউটাৰটোত save কৰি ৰাখে । এই save কৰি ৰখা ডাটাবোৰ হ’ল যেনে Browsing History, Cookies, Typing History, Search History, আদি । …

Read more

অসমীয়া বিপৰীত শব্দৰ তালিকা – Assamese Opposite Word List

অসমীয়া বিপৰীত শব্দ Assamese Opposite Words

[xyz-ihs snippet=”KDas-inArticle-abov-title”] বিপৰীত শব্দ কি? কোনো এটা শব্দৰ বিপৰীত অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা শব্দ সমূহক অসমীয়াত বিপৰীত শব্দ (Biporit Xobdo) বা বিপৰীতাৰ্থক শব্দ আৰু ইংৰাজীত Opposite word বা Antonym বোলে ৷ এনে ক্ষেত্ৰত প্ৰতিটো বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ এটা আনটোৰ বিপৰীত শব্দ হৈ পৰে ৷ যেনে দিবাৰ অসমীয়া বিপৰীত শব্দ নৈশ সেয়ে নৈশৰ বিপৰীত শব্দ হ’ব দিবা, দোষৰ বিপৰীত শব্দ গুণ আৰু গুণৰ বিপৰীত …

Read more

লুইতৰে পানী যাবি অ’ বৈ Lyrics (Luitore Pani)

লুইতৰে পানী Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] লুইতৰে পানী (Luitore Pani) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ সন্ধিয়া লুইতৰ পানী সোণোৱালী চহৰে নগৰে যাবি অ’ বৈ জয়াৰে কীৰিতি দেশে-বিদেশে সাগৰে-নগৰে ফুৰিবি কৈ ৷ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ Music… মাটিৰে দেহাটি এৰি জয়মতী …

Read more

জোনোৱালী নিশাৰ (Junuali Nixar) Lyrics

জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে Junuali Nixar Lyrics

জোনোৱালী নিশাৰ (Junuali Nixar) Lyrics [xyz-ihs snippet=”KDas-inArticle-abov-title”] গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? Music… জিকি্​মিকি্ জিকি্​মিকি্ কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণুক জুনুককৈ নূপুৰ বজায় । …

Read more