শাৰদী ৰাণী তোমাৰ হেনো নাম Lyrics – ভূপেন্দ্ৰ সংগীত
গীত: শাৰদী ৰাণী তোমাৰ হেনো নাম গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Xarodi Rani Tumar Henu Naam Lyrics শাৰদী ৰাণী… তোমাৰ হেনো নাম তুমি মোৰ নিচেই আপোন সদ্যস্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নাম । Music… শুভ্রনীলা ওৰণিখনি কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা বিলখনি থৰ লগা বিলখনি তোমাৰ শুৱনি দাপোণ শাৰদী ৰাণী …