বিস্তীৰ্ণ পাৰৰে Lyrics (Bristrino Parore) – ভূপেন্দ্ৰ সংগীত

Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Lyrics

গীত: বিস্তীৰ্ণ পাৰৰে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত বিস্তীৰ্ণ পাৰৰে Lyrics বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাঁহাকাৰ শুনিও নিঃশব্দে নিৰৱে বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱাঁ কিয় ? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাঁহাকাৰ শুনিও নিঃশব্দে নিৰৱে বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱাঁ কিয় ? Music… নৈতিকতাৰ স্খলন দেখিও, মানৱতাৰ পতন দেখিও, নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় ? Music… জ্ঞানবিহীন …

Read more

সেউজীয়া (জ্যোতি সংগীত) Xeujia Lyrics

সেউজীয়া Xeujia Lyrics

সেউজীয়া সেউজীয়া Xeujia Xeujia (Seujia Seujia) Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত সেউজীয়া, সেউজীয়া… সেউজীয়া, সেউজীয়া… লানীকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি, লানীকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি, সেউজী গছতে সোণৰ গুটি লাগে হীৰাফুলে মাৰে পোহৰ ছাটি, সেউজী গছতে সোণৰ গুটি, সেউজীয়া, সেউজীয়া… Music… ভাটি দেশৰে কুলী ছোৱালী অ’… ভাটি দেশৰে কুলী ছোৱালী অ’… টুকুৰিত ভৰাবি …

Read more

মানুহে মানুহৰ বাবে Lyrics ভূপেন্দ্ৰ সংগীত Manuhe Manuhor Babe

Manuhe Manuhor Babe Lyrics মানুহে মানুহৰ বাবে Lyrics

গীত: মানুহে মানুহৰ বাবে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Manuhe Manuhor Babe Lyrics: মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে… Music… মানুহে মানু্হক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানু্হক বেচিব খুজি মানুহে মানুহক কিনিব খুজি …

Read more

নিচলা আইৰে ৰাভা সংগীত Lyrics | Rabha Sangeet Nichola Aaire

ৰাভা সংগীত নিচলা আইৰে Lyrics Nichola Aaire

গীত: নিচলা আইৰে (Nichola Aaire) গীতৰ শ্ৰেণীঃ ৰাভা সংগীত গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নিচলা… আইৰে, নিচলা… আইৰে আমি খাটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া । নিচলা… আইৰে, নিচলা… আইৰে আমি খাটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী …

Read more

ৰৈ ৰৈ কেতেকী বিনা অ – ৰাভা সংগীত Lyrics

গীত: ৰৈ ৰৈ কেতেকী বিনা অ’ গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ …

Read more

অ’ শ্যাম কানু বজাই মোহন বেণু Lyrics

O Shyam Kanu অ' শ্যাম কানু Lyrics

অ’ শ্যাম কানু O Shyam Kanu Bojai Muhon Benu (lyrics) গীতৰ কথা: চুড়ামনি দত্ত শ্ৰেণী- ভক্তিমূলক অ’ শ্যাম কানু বজাই মোহন বেণু অ’ শ্যাম কানু বজাই মোহন বেণু হালে জালে ডালে পাতে ফুলে ফুলে ৰেণু… অ’ শ্যাম কানু… Music… (বাঁহী) দামুৰি চৰাব হেতু অ’ শ্যাম কানু দুৰ হৈ নাযাবা বাছা অ’ শ্যাম কানু পৰাণত বৈ আহে যমুনা তটিনী,  মধুৰ মধুৰ ৰাগে তোলে যে কপনি । …

Read more