শীতৰে সেমেকা ৰাতি Lyrics ভূপেন্দ্ৰ সংগীত
[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: শীতৰে সেমেকা ৰাতি গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Sitore Semeka Rati Lyrics শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি । বস্ত্রবিহীন কোনো খেতিয়কৰ ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ ৰক্তিম যেন এটি উত্তাপ হওঁ ।। শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা …