অসমীয়া সাধাৰণ জ্ঞান কুইজ Assamese General Knowledge Quiz

সাধাৰণ জ্ঞানৰ কুইজ: অসমীয়া কুইজ শিতানৰ এই খণ্ডটিত সাধাৰণ জ্ঞানৰ ওপৰত অসমীয়াত ২৫ টা প্ৰশ্নৰ এলানি কুইজ যুগুত কৰা হৈছে ৷ এই কুইজ ৰাউণ্ডটো পূৰা কৰিবলৈ ৫ মিনিট সময় দিয়া হ’ব

/25
5 votes, 4.2 avg
4

কুইজ আৰম্ভ কৰিবলৈ তলৰ Start অত ক্লিক কৰক

tail spin

1 / 25

1. ভাৰতৰ দীৰ্ঘতম ৰে'ল ষ্টেচন

2 / 25

2. অগ্নিৰ ডেউকা গ্ৰন্থৰ ৰচক

3 / 25

3. পৰমবীৰ চক্ৰ কাক প্ৰদান কৰা হয়

4 / 25

4. টেলিফোনৰ আৱিষ্কাৰক

5 / 25

5. এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰৰ নাম কি?

6 / 25

6. বিশ্বৰ ক্ষুদ্ৰতম দেশ

7 / 25

7. ৰাজস্থানৰ এক পৰম্পৰাগত লোকনৃত্য

8 / 25

8. অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল:

9 / 25

9. পুলিটজাৰ বঁটা কোনটো বিষয়ৰ ওপৰত প্ৰদান কৰা হয়

10 / 25

10. এই পৰ্বত মালাৰ নাম হ'ল

Name of the mountain on 100 rupee note

11 / 25

11. ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

12 / 25

12. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন

13 / 25

13. দৌৰবিদ হীমা দাসক কি নামেৰে জনা যায়

14 / 25

14. অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ

15 / 25

15. ‘কলাগুৰু’ কাক বোলা হয়

16 / 25

16. কেৰেলাৰ লোকনৃত্য হ'ল

17 / 25

17. প্রথম FIFA বিশ্বকাপ অনুষ্ঠিত হয় -

18 / 25

18. গুজৰাটৰ এক পাৰম্পৰিক লোকনৃত্য

19 / 25

19. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ

20 / 25

20. বীৰবালা কাক কোৱা হয়

21 / 25

21. ডিনামাইটৰ আবিষ্কাৰক

22 / 25

22. বিশ্বৰ সৰ্বোচ্চ দুগ্ধ উৎপাদন কাৰী দেশ হ'ল

23 / 25

23. হোজাগিৰি ভাৰতৰ কোনখন ৰাজ্যৰ নৃত্য

24 / 25

24. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হ'ল

25 / 25

25. ৰক্ত কৰবী নাটৰ ৰচক/ৰচয়িতা

Your score is

কুইজ ৰাউণ্ডটো খেলি ভালপালে Facebook, Twitter অৰ যোগেদি আপোনাৰ বন্ধুবৰ্গকো খেলিবলৈ আহ্বান কৰিব পাৰে (Share for care):

Facebook Twitter
0%

Rating:

4.89 Votes: 18

সাধাৰণ জ্ঞানৰ কুইজ Assamese GK Quiz

লগতে খেলক:

অসমীয়া বিজ্ঞান কুইজ

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

বিশ্ব কুইজ

অসমীয়া সমাৰ্থক শব্দৰ কুইজৰ

অসমীয়া  সাধাৰণ জ্ঞানৰ কুইজ:

অসমীয়া কুইজ শিতানৰ এই খণ্ডটিত সাধাৰণ জ্ঞানৰ ওপৰত ২৫ টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অসমীয়া কুইজ ৰাউণ্ড যুগুত কৰা হৈছে ৷ এই সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ড সমূহৰ অনুশীলনৰ ফলত শিক্ষাৰ্থী সকলৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষাত সমূহত অৱতীৰ্ণ হোৱাত সুবিধা হ’ব । ইয়াৰ ওপৰিও এই ৱেবছাইটটোত থকা অসমীয়া  শব্দ অৰ্থৰ কুইজ সমূহো শিক্ষাৰ্থী সকলৰ বাবে লাভদায়ক হ’ব ।

Related Quizzes

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...