Mayabini Ratir Bukut (মায়াবিনী ৰাতিৰ বুকুত) Lyrics

মায়াবিনী Lyrics

মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut) Lyrics: কণ্ঠ (Voice): জুবিন গাৰ্গ কথাছবি (Movie): দাগ ((২০০১) সংগীত (Music): জুবিন গাৰ্গ কথা (Lyrics) : জুবিন গাৰ্গ Lyrics: মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে …

Read more

প্ৰতিধ্বনি শুনো মই ভূপেন্দ্ৰ সংগীত Lyrics-Pratidhwani Hunu Moi

Pratidhwani Hunu Moi Lyrics

গীত: প্ৰতিধ্বনি শুনো মই গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Pratidhwani Hunu Moi Lyrics: প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ টিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো । কাণ পাতি শুনো মই বুজিব নোৱাৰোঁ চকু মেলি চাওঁ মই মনিব নোৱাৰোঁ চকু মুদি ভাবো মই ধৰিব নোৱাৰোঁ হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ …

Read more

যাউতি যুগীয়া (Jauti Jugiya Dhone Mur O) জ্যোতি সংগীত Lyrics

যাউতি যুগীয়া জ্যোতি সংগীত Lyrics (Jauti Jugiya)

যাউতিযুগীয়া (Jauti Jugiya) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন । প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’। যাউতিযুগীয়া ধন। Music… স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ যাউতিযুগীয়া ধন সুখে বিনন্দীয়া মৰণতে বাকি সৰগী সপোন টোপনীতে গঢ়ি দিলা …

Read more

শাৰদী ৰাণী তোমাৰ হেনো নাম Lyrics – ভূপেন্দ্ৰ সংগীত

গীত: শাৰদী ৰাণী তোমাৰ হেনো নাম গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Xarodi Rani Tumar Henu Naam Lyrics শাৰদী ৰাণী… তোমাৰ হেনো নাম তুমি মোৰ নিচেই আপোন সদ্যস্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নাম । Music… শুভ্রনীলা ওৰণিখনি কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা বিলখনি থৰ লগা বিলখনি তোমাৰ শুৱনি দাপোণ শাৰদী ৰাণী …

Read more

জোনোৱালী নিশাৰ (Junuali Nixar) Lyrics

জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে Junuali Nixar Lyrics

জোনোৱালী নিশাৰ (Junuali Nixar) Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? Music… জিকি্​মিকি্ জিকি্​মিকি্ কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণুক জুনুককৈ নূপুৰ বজায় । জিকি্​মিকি্ জিকি্​মিকি্ …

Read more

বিলতে হালিছে ধুনীয়া পদুমী – ৰাভা সংগীত Bilote Haliche Lyrics

গীত: বিলতে হালিছে ধুনীয়া পদুমী গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল। Music… গছৰে ডালতে গাইছে কুলিয়ে কুউ কুউ কৈ গছৰে ডালতে গাইছে কুলিয়ে কুউ কুউ …

Read more