প্ৰতিধ্বনি শুনো মই ভূপেন্দ্ৰ সংগীত Lyrics-Pratidhwani Hunu Moi
[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: প্ৰতিধ্বনি শুনো মই গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত [ai_playlist id=”7260″] Pratidhwani Hunu Moi Lyrics: প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ টিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো । কাণ পাতি শুনো মই বুজিব নোৱাৰোঁ চকু মেলি চাওঁ মই মনিব নোৱাৰোঁ চকু মুদি ভাবো মই ধৰিব নোৱাৰোঁ হেজাৰ পাহাৰ …