ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়, শিক্ষা, কৰ্মজীৱনৰ কিছু তথ্য

Brief details of Dr. Bhupen Hazarika in Assamese ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়ঃ ড° ভূপেন হাজৰিকা দেৱৰ চমু পৰিচয় (A brief details of Dr. Bhupen Hazarika) সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল অসমৰ কলা-সংস্কৃতিৰ জগতখনৰ এজন অদ্বিতীয় ব্যক্তি তথা সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত এক প্ৰতিভাশালী সাংস্কৃতিক সত্বা।  তেখেত আছিল সু-গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু ৰাজনীতিবিদ। অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য লগতে বাংলাদেশতো ভূপেন হাজৰিকা দেৱৰ …

Read more

হালে জালে অ’ Lyrics (Hale Jale O)

হালে জালে অ’ (Hale Jale O) Lyrics: শ্ৰেণী : চলচিত্ৰ সংগীত কণ্ঠ: দীপেন বৰুৱা সংগীত: ৰমেন বৰুৱা কথা: কেশৱ মহন্ত চলচিত্ৰ: মৰম Lyrics of the song (গীতৰ কথা): অ’অ’অ’…  অ’অ’অ’… অ’অ’অ’… অ’ হালে জালে অ’ লাহি বিৰিণা উৰণীয়া কৰে গা.. হালে জালে অ’ লাহি বিৰিণা উৰণীয়া কৰে গা… জিৰাই, অ’ তাতে জিৰাই গাতে লগাই ক’ৰে বা, অ’ হালে জালে অ’ লাহি বিৰিণা উৰণীয়া কৰে গা । …

Read more

বহুতকে বহু দিও Lyrics (Bohutoke Bohu Diu) ঘৰ সংসাৰ বোলছবি

বহুতকে বহু দিও নেপালোঁ একোকে Lyrics

বহুতকে বহু দিও (Bohutoke Bohu Diu) শ্ৰেণী : চলচিত্ৰ সংগীত চলচিত্ৰ – ঘৰ সংসাৰ কণ্ঠ – নমিতা গোস্বামী, ইনা মুখাৰ্জী —————————- আ…. বহুতকে বহু দিও নাপালোঁ একোকে… (গোৱাচোন) বহুতকে বহু দিও নাপালোঁ একোকে (নাই হোৱা) নাপালোঁ একোকে  নাপালোঁ একোকে ওমম… Music… বহুতকে বহু দিও নাপালোঁ একোকে, হৃদয় উজাৰি দিও নাপালোঁ একোকে । সেয়েহে মনে মোৰ বুজনি নেমানি ; সেয়েহে মনে মোৰ বুজনি নেমানি, অকলশৰে নিজানতে টুকে চকুপানী অকলশৰে …

Read more

Xobdo Assamese Dictionary App – অসমীয়া অভিধান ছফট্‌ৱেৰ শব্দ

Assamese Dictionary Xobdo download

আজিৰ এই লেখাটোত মই এটা অসমীয়া অভিধানৰ ছফ্‌টৱেৰ ‘শব্দ’ (Xobdo Assamese Dictionary App/Software) অৰ বিষয়ে কিছু কথা লিখিবলৈ লৈছোঁ । এই এপটোৰ যোগেদি কি কাম কৰব পাৰি, ইয়াক কেনেকৈ অতি সহজে অপোনাৰ কম্পিউটাৰটোত Install কৰি ল’ব পাৰিব, ইয়াৰ জৰিয়তে কোনেকৈ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শব্দ অৰ্থ বিচাৰিব পাৰিব ইত্যাদি কথাখিনি ইয়াত চমুকৈ লিখাৰ প্ৰয়াস কৰিছোঁ। এই অসমীয়া শব্দ অৰ্থৰ অভিধান বা অসমীয়া ভাষাৰ শব্দ …

Read more

আমাৰে সখিয়া আকুল বিয়াকুলে (Amare Hokhiya) Lyrics

জ্যোতি সংগীত আমাৰে সখিয়া Amare Xokhiya Lyrics

আমাৰে সখিয়া Amare Hokhiya (Jyoti Sangeet) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই অ’ সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই অ’ মতলীয়া সখী খাই । Music… দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাটি …

Read more

লুইতৰ আকাশত তৰাৰ তৰাৱলী (Luitor Akaxot) জ্যোতি সংগীত Lyrics

লুইতৰ আকাশত Lyrics

লুইতৰ আকাশত তৰাৰ তৰাৱলী Lyrics of Luitor Akaxot Torar Torawoli  গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত লুইতৰ আকাশত তৰাৰ তৰাৱলী লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজৰে মোৰ পাৰত দীপাৱলী তেজৰে মোৰ আই নাকান্দিবি… আই নাকান্দিবি থাপনাত তেজেৰে বন্তি দিছেহি সন্তানে আজি তোৰ, পাৰত দীপাৱলী তেজৰে মোৰ । লুইতৰ আকাশত তৰাৰ তৰাৱলী ।। Music… লাচিতৰ দিনৰে জলা জুয়েকুৰা আই অ’ নুমুৱা নাই লাচিতৰ …

Read more