বিশ্ব কুইজ | World Quiz in Assamese (অসমীয়াত বিশ্ব কুইজ ভাগ ১)

/25
1 votes, 5 avg
0

ৰাউণ্ডটো শেষ কৰিবলৈ ৫ মিনিট সময় দিয়া হ'ব

কুইজ আৰম্ভ কৰিবলৈ তলৰ Start অত ক্লিক কৰক

tail spin

1 / 25

1. শূণ্যৰ আৱিষ্কাৰ কোনে কৰিছিল

2 / 25

2. ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি?

3 / 25

3. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বাক স্বাধীনতাৰ কথা উল্লেখ আছে?

4 / 25

4. কিলিমঞ্জাৰো পৰ্বত কোন দেশত আছে?

5 / 25

5. কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ ৰাজধানী কি?

6 / 25

6. চেৰ্নোবিল পাৰমাণৱিক কেন্দ্ৰটো কোনখন দেশত অৱস্থিত?

7 / 25

7. কোনখন দেশৰ মানুহৰ গড় আয়ুস বেছি?

8 / 25

8. বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাত এঞ্জেল জলপ্ৰপাত কোনখন দেশত অৱস্থিত।

9 / 25

9. কোনটো পৃথিৱীৰ আটাইতকৈ ওখ টাৱাৰটো:

10 / 25

10. বিশ্বৰ আটাইতকৈ বেগী প্ৰাণী কি?

11 / 25

11. ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন বিদেশী ব্যক্তি কোন আছিল?

12 / 25

12. মৰুভূমি নথকা পৃথিৱীৰ একমাত্ৰ মহাদেশখন কি?

13 / 25

13. কোনখন দেশে আমেৰিকাক 'Statue of Liberty' উপহাৰ দিছিল ?

14 / 25

14. কোন দেশে সৰ্বাধিক বিশ্বকাপ ফুটবল জয় কৰিছে?

15 / 25

15. বিলাসী গাড়ী নিৰ্মাতা কোম্পানী পৰ্ছৰ (Porsche) ল’গ’ত কোনটো প্ৰাণীৰ ছবি অংকন কৰা হৈছে?

16 / 25

16. চীনে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল

17 / 25

17. কোনখন দেশত বগা হাতী পোৱা যায়।

18 / 25

18. কোনখন দেশক Land of the Midnight Sun হিচাপে জনা যায় ৷

19 / 25

19. বিশ্বৰ আটাইতকৈ ডাঙৰ গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য কোনখন?

20 / 25

20. কোনখন ভাৰতীয় ৰাজ্য পূৰ্বতে “মগধ” নামেৰে জনাজাত আছিল?

21 / 25

21. ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপন কৰা হৈছিল?

22 / 25

22. ভাৰত আৰু চীনৰ সীমাৰেখা ডালৰ নাম

23 / 25

23. ন'বেল বঁটা বিজয়ী বিশ্বৰ প্ৰথম মহিলা

24 / 25

24. কিমান চনত বাংলাদেশক পৃথক দেশ হিচাপে গঠন কৰা হৈছিল?

25 / 25

25. গণনাৰ ক্ষেত্ৰত কম্পিউটাৰক পৰাস্ত কৰাৰ সন্মান লাভ কৰা ভাৰতীয় হ’ল:

Your score is

কুইজ ৰাউণ্ডটো খেলি ভালপালে Facebook, Twitter অৰ যোগেদি আপোনাৰ বন্ধুবৰ্গক খেলিবলৈ আহ্বান জনাব (Share for care):

Facebook Twitter
0%

Exit

বিশ্ব কুইজ:

সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইৰ বিভিন্ন ভাষা-সংস্কৃতি, বিজ্ঞান, বিভিন্ন ব্যক্তিৰ কৰ্মৰাজি, ইতিহাস, ৰাজনীতি, অৰ্থনীতি আদি সকলো বিষয় সামৰি যি প্ৰশ্নোত্তৰৰ কুইজ গঠন কৰা হয় সেয়াই হৈছে বিশ্ব কুইজ । কুইজ মেলাৰ এই অনলাইন বিশ্ব কুইজৰ শিতানত আমি বিশ্বৰ বিভিন্ন বিষয়ৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ সামৰি লবলৈ চেষ্টা কৰিছোঁ । এই কুইজত অংশ ললে খেলুৱৈ গৰাকীৰ বিশ্বৰ বিভিন্ন বিষয়ৰ ওপৰত থকা সাধাৰণ জ্ঞানৰ পৰিষৰ আৰু দক্ষতা বৃদ্ধি পাব ।

উদাহৰণ স্বৰুপে বিশ্ব কুইজত সন্নৱিষ্ট প্ৰশ্ন সমূহ এনেধৰণৰঃ

১.  বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাত টোৰ নাম কি?

ক) নায়েগ্ৰা জলপ্ৰপাত

খ) এঞ্জেল জলপ্ৰপাত

গ) টুগেলা জলপ্ৰপাত

ঘ) ভিক্টোৰিয়া জলপ্ৰপাত

উত্তৰঃ খ) এঞ্জেল জলপ্ৰপাত

২. পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন?

ক) অষ্ট্ৰেলিয়া

খ) ইউৰোউ

গ) এণ্টাৰ্কটিকা

ঘ) ইয়াৰ এখনো নহয়

উত্তৰঃ ক) অষ্ট্ৰেলিয়া

এনদৰেই অসমীয়া ভাষাৰ এই বিশ্ব কুইজ শিতানটো সঁজাই তোলা হৈছে । এই অসমীয়া বিশ্ব কুইজত অংশ লৈ আপুনি নিশ্চয় ভাল পাব । কুইজ ৰাউণ্ডটো আৰম্ভ কৰিবলৈ একেবাৰে ওপৰত থকা START ত ক্লিক কৰক ।

অসমীয়া বিশ্ব কুইজ খেলাৰ নিয়ম:

অসমীয়াত বিশ্ব কুইজৰ এই প্ৰথম ভাগত দেশ-বিদেশৰ বিভিন্ন শিতানৰ কুইজ সন্নিৱিষ্ট কৰা হৈছে । এই বিশ্ব কুইজ অনুস্থানত ভাগ লৈ আপুনি আপোনাৰ বিভিন্ন বিষয়ত থকা জ্ঞান, অভিজ্ঞতা, আৰু পাৰদৰ্শিতাক নিজেই জুখি চাব পাৰিব । বিশ্ব কুইজৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ৪ টাকৈ উত্তৰ দিয়া আছে, তাৰে মাজত শুদ্ধ উত্তৰটো বাচনি কৰি তাত ক্লিক কৰিব আৰু পাছৰ প্ৰশ্নটোৰ বাবে “NEXT” option টোত ক্লিক কৰিব । শেষত আপুনি কিমান শুদ্ধ উত্তৰ দিব পাৰিলে সেয়াও জানিব পাৰিব । মনত ৰাখিব যে এটা প্ৰশ্নৰ বাবে মাত্ৰ যিকোনো এটা উত্তৰত মাত্ৰ এবাৰহে ক্লিক কৰিব বা বাচনি কৰিব পাৰিব ।

সম্পৰ্কীয় কুইজ শিতান Related Quizzes :

অসমীয়া বিজ্ঞান কুইজ

অসমৰ ইতিহাসৰ কুইজ

অসমীয়া বিপৰীত শব্দৰ কুইজ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

অসমীয়া শব্দ অৰ্থ ১ম ভাগ

অসমীয়াত বিশ্ব কুইজ ভাগ | World Quiz

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...