অসমীয়া শব্দ অৰ্থৰ কুইজ – খণ্ড ৪:
অসমীয়া শব্দ অৰ্থৰ কুইজ শিতানৰ চতুৰ্থ খণ্ডটিত আগৰ খণ্ডটোৰ দৰেই সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ ওপৰত ২৫ টা প্ৰশ্নৰ এলানি অসমীয়া শব্দ অৰ্থৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত এই অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷
শব্দ অৰ্থৰ ওপৰত আধাৰিত অসমীয়া কুইজ:
আগৰ খণ্ডটোৰ দৰেই কিছু সঘনে ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ ব্যৱহাৰ কৰি এই অসমীয়া কুইজ শিতানতি প্ৰস্তুত কৰা হৈছে । এই খণ্ডটোত মুঠ ২৫ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শব্দ অৰ্থৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে এই অসমীয়া শব্দ আৰু সেইসমূহৰ প্ৰতিশব্দ বোৰ মনত ৰখাত যথেষ্ঠ সহায়ক হ’ব । ইয়াৰ ওপৰিও এই Assamese Quiz website টোত আপনি সাধাৰণ জ্ঞানৰ কুইজ সমূহো খেলিব পাৰে
এই ৰাউণ্ডটো শেষ কৰিবলৈ আপোনাক ১৮০ ছেকেণ্ড অৰ্থাৎ ৩ মিনিট সময় দিয়া হ’ব আৰু এই নিৰ্দিষ্ট সময়ৰ ভিতৰতে ৰাউণ্ডটো সম্পুৰ্ণ কৰিব লাগিব । এই নিৰ্দিষ্ট সময় সমাপ্ত হ’লে বাকী ৰৈ যোৱা প্ৰশ্ন সমূহৰ উত্তৰ দিব নোৱাৰিব আৰু আপুনি যিমানটা প্ৰশ্নৰ উত্তৰ দিলে তাৰ ওপৰত ভিত্তি কৰি আপোনাক পইণ্ট দিয়া হ’ব । অৱশ্যে Restart অপচনটোত ক্লিক কৰি কুইজ ৰাউণ্ডটো পুনৰ প্ৰথমৰ পৰা খেলিব পাৰিব ।
এই শব্দ অৰ্থৰ কুইজ ৰাউণ্ডটো শেষ হ’লে ওপৰত নাইবা তলত থকা তৰাৰ চিনকেইটাত ক্লিক কৰি আপোনাৰ অনূভৱ আমাক জনাব পাৰে । কুইজ প্ৰক্ৰিয়াটো ভাল পালে পাঁচ নম্বৰৰ তৰাটোত ক্লিক কৰিব । লগতে এই কুইজ সমূহ তলত বা কাষত থকা Facebook, Whats App আদি মাধ্যম সমূহৰ যোগেদি Share কৰিবলৈও অনুৰোধ জনালোঁ ।
- কুইজৰ বিভাগ (Quiz Category): শব্দ অৰ্থ
- ভাষা: অসমীয়া
লগতে খেলক:
অসমীয়া বিজ্ঞান কুইজ
বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ
অসমীয়া সমাৰ্থক শব্দৰ কুইজৰ
- চতুৰ্থ ভাগ আৰু