অসমীয়া বিপৰীত শব্দৰ কুইজ- Opposite Words (Multiple Choice) Quiz

0%
2 votes, 5 avg
10

এই পেজটোত মুঠ ২৫ টা বিপৰীত শব্দ বিচাৰ কৰাৰ প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে তিনি বা চাৰিটাকৈ উত্তৰ দিয়া আছে (Multiple Choice Quiz) আৰু তাৰ মাজতে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটোও আছে । এটা প্ৰশ্নৰ বিপৰীতে থকা উত্তৰৰ সমূহৰ যিকোনো এটাত ক্লিক কৰিব  কৰিব লাগিব। মনত ৰাখিব যে এটা প্ৰশ্নৰ বাবে উত্তৰটোত মাত্ৰ এবাৰহে ক্লিক কৰিব পাৰিব বা বাচনি কৰিব পাৰিব ।

tail spin

1 / 25

প্ৰতিফলনৰ বিপৰীত শব্দ

[xyz-ihs snippet="kDas-quiz-Ad-Code-320x50"]

2 / 25

খৰচী

[xyz-ihs snippet="kDas-quiz-Ad-Code-320x50"]

3 / 25

পূৰ্বাহ্ণৰ বিপৰীত শব্দ

[xyz-ihs snippet="kDas-quiz-Ad-Code-320x50"]

4 / 25

'গতানুগতিক'ৰ বিপৰীত শব্দ

5 / 25

দিবা

6 / 25

স্বাধীনতা

7 / 25

পাৰ্থক্য

8 / 25

কঠোৰ

9 / 25

বিপদ

10 / 25

সুপৰিবাহী বিপৰীত শব্দ

11 / 25

সমতা বিপৰীত শব্দ

12 / 25

সুগম

[xyz-ihs snippet="kDas-quiz-Ad-Code-320x50"]

13 / 25

উন্নতি

14 / 25

নবীন

15 / 25

পণ্ডিত

16 / 25

নিন্দা

17 / 25

আৱাহন

18 / 25

পাশ্চাত্য বিপৰীত শব্দ

19 / 25

পৰাজয়

20 / 25

দোষ

21 / 25

গুপ্ত

22 / 25

সংক্ষিপ্তৰ বিপৰীত শব্দ

23 / 25

সঙ্গতি (সংগতি)

24 / 25

সপোন

25 / 25

পুৰস্কাৰ

Your score is

0%

Rating:

4.89 Votes: 9


অসমীয়া বিপৰীত শব্দৰ কুইজ Assamese Opposite words Multiple-choice quiz

অসমীয়া বিপৰীত শব্দৰ কুইজ (Assamese Opposite Word):

এই খণ্ডটোত বিপৰীত শব্দ বিচাৰ কৰাৰ মুঠ ২৫ টা প্ৰশ্নৰ  আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে তিনি বা চাৰিটাকৈ উত্তৰ দিয়া আছে (Multiple Choice Quiz) আৰু তাৰ মাজতে সেই প্ৰশ্নটোৰ প্ৰকৃত বিপৰীত শব্দটোও অন্তৰ্নিহিত হৈ আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰ সমূহত ক্লিক কৰিব  কৰিব লাগিব। মনত ৰাখিব যে এটা প্ৰশ্নৰ বাবে মাত্ৰ যিকোনো এটা উত্তৰত মাত্ৰ এবাৰহে ক্লিক কৰিব বা বাচনি কৰিব পাৰিব ।

এনে ধৰণৰ অসমীয়া বিপৰীত শব্দৰ কুইজ সমূহ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বা অন্যান্য লোকৰ বাবে বিপৰীত শব্দ বোৰ মনত ৰখাত যথেষ্ঠ সহায়ক হ’ব । ইয়াৰ ওপৰিও এই Assamese Quiz website টোত আপুনি সাধাৰণ জ্ঞানৰ কুইজ নাইবা অসমীয়া শব্দ অৰ্থৰ কুইজ সমূহো খেলিব পাৰে ।

এই ৰাউণ্ডটো শেষ কৰিবলৈ কোনো ধৰণৰ সময় নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই আৰু যদি আপুনি ভুল উত্তৰ দিয়ে তেন্তে ৰাউণ্ডটো শেষ কৰাৰ পিছত Restart অপচনটোত ক্লিক কৰি পুনৰ প্ৰথমৰ পৰা খেলিব পাৰিব ।

এই অসমীয়া বিপৰীত শব্দৰ কুইজ ৰাউণ্ডটো শেষ হ’লে ওপৰত নাইবা তলত থকা তৰাৰ চিনকেইটাত (Star Symbols) ক্লিক কৰি আপোনাৰ অনুভৱ আমাক জনাব পাৰে । কুইজ প্ৰক্ৰিয়াটো ভাল পালে পাঁচ নম্বৰৰ তৰাটোত ক্লিক কৰি 5 Star প্ৰদান কৰিব পাৰে । লগতে এই কুইজ সমূহ তলত বা কাষত থকা Facebook, WhatsApp আদি মাধ্যম সমূহৰ যোগেদি Share কৰিবলৈও অনুৰোধ জনালোঁ ।

লগতে খেলক অসমীয়া সমাৰ্থক শব্দৰ কুইজৰ

আৰু

Related Quizzes

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...