অসম ইতিহাস আৰু বুৰঞ্জীৰ (History of Assam) প্ৰশ্নোত্তৰ:
অসমৰ ইতিহাস আৰু বুৰঞ্জীৰ লগত জড়িত বিষয় সমূহৰ ওপৰত এলানি প্ৰশ্নোত্তৰ যুগুত কৰা হৈছে, ছাত্ৰ-ছাত্ৰী আৰু চাকৰী প্ৰত্যাশী সকলে এই অসম ইতিহাসৰ এই প্ৰশ্ন উত্তৰ সমূহ অনুশীলন কৰিলে বিভিন্ন লিখিত আৰু মৌখিক পৰীক্ষা সমূহত অৱতীৰ্ণ হওঁতে সহায়ক হ’ব ।
Assamese GK Questions Answers:
Subject: Assam’s History
প্ৰশ্ন 1. জয়দল কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ: ৰুদ্ৰ সিংহই ৰূদ্ৰ সিংহ ।
প্ৰশ্ন 2. কোচ ৰাজবংশৰ প্ৰথম শাসক কোন আছিল?
উত্তৰ: বিশ্ব সিংহ ।
[কুইজ মেলা: অনলাইন অসমীয়া কুইজ প্ৰতিযোগিতা]
প্ৰশ্ন 3. শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: ৰজা শালস্তম্ভই ।
প্ৰশ্ন 4. প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল?
উত্তৰ: প্ৰাগজ্যোতিষপুৰ ।
প্ৰশ্ন 5. দানৱ ৰাজবংশ কোনে প্ৰতিস্থা কৰিছিল ?
[xyz-ihs snippet=”KDas-inArticle-in-post”]
উত্তৰ: মহীৰংগ দানৱে ।
প্ৰশ্ন 6. চুতীয়া ৰাজ্য কোনে প্ৰতিস্থা কৰিছিল?
উত্তৰ: বীৰপালে
অনলাইন অসমীয়া কুইজ প্ৰতিযোগিতাঃ
এনে প্ৰশ্ন আৰু উত্তৰৰ অনলাইন [Multiple Choice Question (MCQ)] কুইজত অংশ লৈ আপুনি আপোনাৰ বিভিন্ন বিষয়ত থকা জ্ঞান, অভিজ্ঞতা, আৰু পাৰদৰ্শিতাক নিজেই জুখি চাব পাৰিব । কুইজত অংশ লবৰ বাবে তলৰ লিংকটোত ক্লিক কৰিব ।
প্ৰশ্ন 7. শালস্তম্ভ বংশৰ শেষ ৰজা জনৰ নাম কি?
উত্তৰ: ত্যাগসিংহ ।
প্ৰশ্ন 8. চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ কেতিয়া আহিছিল ?
উত্তৰ: প্ৰায় ৬৪৩ খ্ৰীষ্টাব্দত ।
প্ৰশ্ন 9. অসমৰ মুঠ জিলাৰ সংখ্যা কিমান?
উত্তৰ: ৩৪ খন ।
প্ৰশ্ন 10. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: যোৰহাট
প্ৰশ্ন 11. দেওপাহাৰ পূৰাতাত্ত্বিক স্থান অসমৰ কোন জিলাত অৱস্থিত ?
উত্তৰ: গোলাঘাট জিলাত ।
[কম্পিউটাৰত সহজে অসমীয়া কেনেকৈ লিখিব]
প্ৰশ্ন 12. কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা পূৰণি অসমৰ ৰজাজন কোন আছিল ?
উত্তৰ: ৰজা ভগদত্ত ।
প্ৰশ্ন 13. কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠা কোনে কৰিছিল ?
উত্তৰ: পুষ্য বৰ্মা ।
প্ৰশ্ন 14. পুৰণি কামৰূপৰ চাৰিভাগ কি কি ?
উত্তৰ: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ ।
প্ৰশ্ন 15. আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক’ত প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ: চৰাইদেউ
প্ৰশ্ন 16. আহোম ৰাজত্বৰ শেষ ৰজাজন কোন আছিল ?
উত্তৰ: পুৰন্দৰ সিংহ
প্ৰশ্ন 17. ৰজা ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ চীনা পৰিব্ৰাজক জন কোন আছিল?
উত্তৰ: হিউৱেন চাং
প্ৰশ্ন 18. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?
উত্তৰ: স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই
[কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় ছফ্টৱেৰ]
প্ৰশ্ন 19. ৰংঘৰ কোনে সজাইছিল ?
উত্তৰ: স্বৰ্গদেউ প্ৰমত্ত সিংহয়
প্ৰশ্ন 20. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?
উত্তৰ: ৰাম সিংহ ৷
প্ৰশ্ন 21. কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?
উত্তৰ: গোমধৰ কোঁৱৰে
প্ৰশ্ন 22. কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায় ?
উত্তৰ: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত
জনপ্ৰিয় লেখাঃ Chat GPT এক চমৎকাৰী আৱিস্কাৰ, জানক ই কেনেদৰে কাম কৰে
প্ৰশ্ন 23. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
উত্তৰ: নৰনাৰায়ণ ৷
প্ৰশ্ন 24. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল ?
উত্তৰ: লাই কোঁৱৰ ৷
প্ৰশ্ন 25. পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল ?
উত্তৰ: ১৮৯৪ চনৰ ২৮ জানুৱাৰীত
প্ৰশ্ন 26. ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?
উত্তৰ: ৰঞ্জিত বৰপূজাৰী ।
প্ৰশ্ন 27. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন?
উত্তৰ: বৃষ্টি ।
প্ৰশ্ন 28. অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ?
উত্তৰ: ১৯৪৮ চনত স্থাপিত হয়।
প্ৰশ্ন 29. কোনজন অসমীয়াক ৰূপকোঁৱৰ বোলা হয় ?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাক ৷
প্ৰশ্ন 30. নটসূৰ্য্য নামেৰে জনাজাত শিল্পী গৰাকী কোন আছিল ?
উত্তৰ: ফণী শৰ্মা ৷
প্ৰশ্ন 31. কোনজন অসমীয়াক কলাগুৰু আখ্যা দিয়া হয় ?
উত্তৰ: বিষ্ণুপ্ৰসাদ ৰাভা ৷
প্ৰশ্ন 32. বিহগী কবি হিচাপে কোনজন কবি জনজাত ?
উত্তৰ: ৰঘুনাথ চৌধৰী ৷
প্ৰশ্ন 33. লোকপ্ৰিয় নামেৰে কোনজন অসমীয়া বিখ্যাত ?
উত্তৰ: গোপীনাথ বৰদলৈ ৷
প্ৰশ্ন 34. কৰ্মবীৰ কোন ?
উত্তৰ: নবীনচন্দ্ৰ বৰদলৈ ৷
প্ৰশ্ন 35. দেশভক্ত কোনজন অসমীয়াক কোৱা হয় ?
উত্তৰ: তৰুণৰাম ফুকন ৷
প্ৰশ্ন 36. অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামে কোন জনজাত ?
উত্তৰ: আনন্দ চন্দ্ৰ আগৰৱালা ৷
প্ৰশ্ন 37. অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে ?
উত্তৰ: গুৱাহাটীত ৷
প্ৰশ্ন 38. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন ?
উত্তৰ: মীৰা শৰ্মা ৷
প্ৰশ্ন 39. অসমৰ প্ৰথম ষ্টেডিয়াম ক’ত নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: যোৰহাটত ।
প্ৰশ্ন 40. অসমৰ প্ৰথম মহিলা মূখ্যমন্ত্ৰী কোন আছিল ।
উত্তৰ: চৈয়দা আনোৱাৰা টাইমূৰ
প্ৰশ্ন 41. প্ৰথম অসমীয়া ৰাজ্যপালজন কোন ?
উত্তৰ: বিষ্ণুৰাম মেধি ৷
প্ৰশ্ন 42. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন ?
উত্তৰ: ফকৰুদ্দিন আলি আহমেদ ৷
প্ৰশ্ন 43. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন ?
উত্তৰ: চৈয়দা আনোৱাৰা টাইমুৰ ৷
প্ৰশ্ন 44. প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল ?
উত্তৰ: হলীৰাম ফুকন ৷
প্ৰশ্ন 45. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?
উত্তৰ: ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী ৷
প্ৰশ্ন 46. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন ?
উত্তৰ: গোপীনাথ বৰদলৈ ৷
প্ৰশ্ন 47: ভূপেন হাজৰিকাই কোন চনত পদ্মশ্ৰী লাভ কৰিছিল?
উত্তৰ: ভূপেন হাজৰিকাই 1977 চনত পদ্মশ্ৰী লাভ কৰিছিল
প্ৰশ্ন 48: পাথাৰুঘাটৰ ৰণ কোতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ১৮৯৪ চনৰ ২৮ জানুৱাৰীত
প্ৰশ্ন 49: প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ইংৰাজে অসমক কিমান অংশত বিভক্ত কৰিছিল?
উত্তৰ: দুটা ভাগত ৷ নামনি অসম আৰু উজনি অসম ।
প্ৰশ্ন 50: ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল?
উত্তৰ: চন্দ্ৰধৰ বৰুৱা
প্ৰশ্ন 51: ঐতিহাসিক দণ্ডী মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল?
উত্তৰ: লীলাধৰ বৰুৱা
প্ৰশ্ন 52: নাম ঘোষা খনত কিমান “ঘোষা” আছে?
উত্তৰ: ১০০০ টা
প্ৰশ্ন 53: কোনখন অসমীয়া আলোচনীত প্ৰথম কাৰ্টুনৰ প্ৰচলন কৰা হয় ?
উত্তৰ: বাঁহী আলোচনীত ।
প্ৰশ্ন 53: ইতিহাসৰ কোনটো কালত আহোম ৰাজ্যৰ উৎপত্তি হৈছিল ?
উত্তৰ: মধ্যযুগত
প্ৰশ্ন 54: কোনজন আহোম ৰজাৰ ৰাজত্বকালত কছাৰী ৰাজ্য সম্পূৰ্ণৰূপে আহোমসকলে দখল কৰিছিল ?
উত্তৰ: ৰুদ্ৰ সিংহ
প্ৰশ্ন 55: কামৰূপৰ “বিক্ৰমাদিত্য” নামেৰে কোনে পৰিচিত আছিল ?
উত্তৰ: নৰনাৰায়ণ
প্ৰশ্ন 56: গুৱাহাটীৰ দীঘলীপুখুৰী কোনে খন্দাইছিল?
উত্তৰ: ৰজা ভগদত্তই
প্ৰশ্ন 57: তাম্ৰধ্বজ নাৰায়ণ কোনটো বংশৰ ৰজা আছিল ?
উত্তৰ: কছাৰী বংশৰ
প্ৰশ্ন 58: কাৰ ৰাজত্বকালৰ পৰাই আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ হৈছিল?
উত্তৰ: ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ পৰা
প্ৰশ্ন 59: শৰাইঘাট দলং কেতিয়া উদ্বোধন কৰা হৈছিল?
উত্তৰ: ১৯৬২ চনত
প্ৰশ্ন 60: অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: ১৯৪৭ চনৰ ৩ নৱেম্বৰত ডিব্ৰুগড়ত
প্ৰশ্ন 61: অসমৰ প্ৰথম ৰেলপথ কোনটো আছিল?
উত্তৰ: ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাৰ মাজৰ ৰেল লাইনটো
প্ৰশ্ন 62: Assam Association কেতিয়া গঠন হৈছিল?
উত্তৰ: 1903 চনত
প্ৰশ্ন 63: Assam Association কোনে গঠন কৰিছিল?
উত্তৰ: মাণিক চন্দ্ৰ বৰুৱা
প্ৰশ্ন 64: প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি আছিল?
উত্তৰ: ঘৰ জেউতি
প্ৰশ্ন 65: অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ: ৰাজীব গান্ধী
প্ৰশ্ন 66: কেতিয়াৰ পৰা অল ইণ্ডিয়া ৰেডিঅ’ (AIR)ৰ অসমত কাম আৰম্ভ হয়?
উত্তৰ: ১৯৪৮ চনৰ ০১ জুলাইৰ পৰা
প্ৰশ্ন 67: অসমৰ প্ৰথম চৰকাৰী মহাবিদ্যালয় কোনখন?
উত্তৰ: কটন কলেজ
Updating…