লুইতৰ আকাশত তৰাৰ তৰাৱলী (Luitor Akaxot) জ্যোতি সংগীত Lyrics

লুইতৰ আকাশত Lyrics

লুইতৰ আকাশত তৰাৰ তৰাৱলী Lyrics of Luitor Akaxot Torar Torawoli  গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত লুইতৰ আকাশত তৰাৰ তৰাৱলী লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজৰে মোৰ পাৰত দীপাৱলী তেজৰে মোৰ আই নাকান্দিবি… আই নাকান্দিবি থাপনাত তেজেৰে বন্তি দিছেহি সন্তানে আজি তোৰ, পাৰত দীপাৱলী তেজৰে মোৰ । লুইতৰ আকাশত তৰাৰ তৰাৱলী ।। Music… লাচিতৰ দিনৰে জলা জুয়েকুৰা আই অ’ নুমুৱা নাই লাচিতৰ …

Read more

লুইতৰে পানী যাবি অ’ বৈ Lyrics (Luitore Pani)

লুইতৰে পানী Lyrics

লুইতৰে পানী (Luitore Pani) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ সন্ধিয়া লুইতৰ পানী সোণোৱালী চহৰে নগৰে যাবি অ’ বৈ জয়াৰে কীৰিতি দেশে-বিদেশে সাগৰে-নগৰে ফুৰিবি কৈ ৷ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ Music… মাটিৰে দেহাটি এৰি জয়মতী জ্যোতিৰে দেহাটি …

Read more

অস্ত আকাশৰে Lyrics – ভূপেন হাজৰিকা (Asto Akaxore)

অস্ত আকাশৰে Lyrics

গীত: অস্ত আকাশৰে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত অস্ত আকাশৰে Lyrics: অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায় । অস্ত আকাশৰে সপোন ৰহণ সানি ।। Music… কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায় । Music… দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস কত যুগৰ, শত আশা-নিশাৰে …

Read more

500 টকাৰে কিনিব পৰা 20 টা আকৰ্ষণীয় Gadgets অৰ উপহাৰ

বিভিন্ন উপলক্ষ্যত প্ৰিয় জনক বিভিন্ন সামগ্ৰী উপহাৰ দিয়াৰ নিয়ম অতীজৰে পৰা চলি আহিছে । এই আধুনিক যুগত মানুহে পৰম্পৰাগত সামগ্ৰীৰ পৰিৱৰ্তে বিভিন্ন বৈদ্যুতিক আহিলা (Electronic Gadgets)  উপহাৰ স্বৰূপে দিবলৈ ভাল পায়। বিশেষকৈ যুৱক-যুৱতী সকলৰ মাজত Electronic Gadgets উপহাৰ স্বৰূপে দিয়াৰ হেপাহ বেছি দেখা যায । কিছুলোকে উপহাৰ দিবলৈ এই Gadgets বোৰ অতি দামী বুলি ভাবে যদিও আচলতে ৫০০ টকাৰ তলত যথেষ্ট সংখ্যক ইলেক্ট্ৰনিক আহিলা বা …

Read more

পৰজনমৰ শুভ লগনত (Porojonomor Xubho Logonot) Lyrics

পৰজনমৰ শুভ লগনত Rabha Sangeet Lyrics

গীত: পৰজনমৰ শুভ লগনত – Porojonomor Xubho Logonot গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা… Music… পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ, মোৰ হিয়াৰ অপূৰ্ণ আশা ? পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা ? পৰজনমৰ শুভ লগনত… Music… এই জনমৰ …

Read more

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে – জ্যোতি সংগীত (Gawor Lora Gawe Gawe)

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics জ্যোতি সংগীত

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা ৷ গাৱলীয়া ছোৱালী শেৱালি মই নেৱালী গাঁৱৰ ল’ৰা ; গাৱলীয়া ছোৱালী শেৱালি মই নেৱালী গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷ গাঁৱৰ ল’ৰা আগবাঢ়ি যাম …

Read more