নাহৰ ফুলে নুশুৱাই ৰাভা সংগীত Lyrics (Nahor Phule Nuxuwai)

নাহৰ ফুলে নুশুৱাই Lyrics

গীত: নাহৰ ফুলে নুশুৱাই গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব । নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব । নাহৰ ফুলে নুশুৱাই… Music… কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ হিয়া ফুলে পাৰি দিম, গুজি খোপাতে মনোহৰ । কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ …

Read more

এয়ে মোৰ শেষ গান ৰাভা সংগীত – Aiye Mor Hekh Gaan Lyrics

এয়ে মোৰ শেষ গান Rabha Sangeet Lyrics

গীত: এয়ে মোৰ শেষ গান গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত   এয়ে মোৰ শেষ গান জীৱন-নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান এয়ে মোৰ শেষ গান মোৰ জীৱন-নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান । Music… পাতনিতে বালোঁ ধেমালি নান্দী ভঙ্গী সূত্ৰধাৰ, হাঁহি বিননিৰে ভাও দিলোঁ নানা বোৱালোঁ অশ্ৰু ধাৰ নৱ-নৱ ৰসে বালোঁ ভাওনাও নৱ-নৱ ৰসে বালোঁ ভাওনাও আশাৰ নিৰাশাৰ আজি হ’ব মোৰ জীৱন নাটৰ …

Read more

সেউজী সেউজী (জ্যোতি সংগীত) Lyrics | Xeuji Xeuji

সেউজী সেউজী Lyrics

সেউজী সেউজী (Xeuji Xeuji) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া । Music… সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া । সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া । সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া Music… আমাৰ চকুলোৰে পানী দি জীয়ালোঁ মাণিকী-মধুৰী ধান… আমাৰ চকুলোৰে পানী দি …

Read more

কুৰুৱা বতাহে অ’ ৰাভা সংগীত Lyrics Kuruwa Botahe O

গীত: কুৰুৱা বতাহে অ’ Kuruwa Botahe O (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ চিঞৰি মাতিলে অ’ ঊষা অ’ ঊষা অ’ ঊষা অ’… Short Music… কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ চিঞৰি মাতিলে অ’ ঊষা অ’ ঊষা অ’ ঊষা অ’… কুৰুৱা বতাহে অ’ …

Read more

তোৰে মোৰে আলোকৰে যাত্ৰা (Ture Mure Alukore Jatra) Lyrics

Ture Mure Alukore Jatra Lyrics

তোৰে মোৰে আলোকৰে যাত্ৰা Ture Mure Alukore Jatra Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা । Music… সেউজীয়া জীৱনৰে জাগৃতি ছন্দ সেউজীয়া জীৱনৰে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে প্ৰচাৰিত অৰুণবাণী …

Read more

বিমূৰ্ত মোৰ নিশাটি যেন Lyrics – ভূপেন্দ্ৰ সংগীত

Bimurto Mur Nixati Lyrics: বিমূৰ্ত মোৰ নিশাটি যেন

গীত: বিমূৰ্ত মোৰ নিশাটি যেন গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Bimurto Mur Nixati Lyrics Music… বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰেই এটি মিঠা ভাজত নিশ্বাসৰে উম… আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ । Music… কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম …

Read more