মানুহে মানুহৰ বাবে Lyrics ভূপেন্দ্ৰ সংগীত Manuhe Manuhor Babe
গীত: মানুহে মানুহৰ বাবে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Manuhe Manuhor Babe Lyrics: মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে… Music… মানুহে মানু্হক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানু্হক বেচিব খুজি মানুহে মানুহক কিনিব খুজি …