ভাৰতৰ বিষয়ে ৫মৰ পৰা ৭ম শ্ৰেণীৰ বাবে সাধাৰণ জ্ঞানৰ কুইজৰ প্ৰশ্ন উত্তৰ

0%
1 votes, 5 avg
0
tail spin

1 / 50

1. ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি?

2 / 50

2. ভাৰতত কোনজন বিখ্যাত নেতা আৰু দাৰ্শনিকৰ জন্মদিনত শিশু দিৱস পালন কৰা হয়?

3 / 50

3. গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত

4 / 50

4. ভাৰতে কোন চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল?

5 / 50

5. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল

6 / 50

6. দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম জন অসমীয়া-

7 / 50

7. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO সম্পূৰ্ণ নাম কি

8 / 50

8. কথকলী কোনখন ভাৰতীয় ৰাজ্যৰ নৃত্য ?

9 / 50

9. হিন্দু ধৰ্মৰ বেদ কেই খন-

10 / 50

10. ভাৰতত কোনটো উৎসৱক "পোহৰৰ উৎসৱ" বুলি কোৱা হয়-

11 / 50

11. ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী

12 / 50

12. কোনজন ভাৰতীয় বিজ্ঞানীক "ভাৰতৰ মিছাইল মেন" বুলি জনা যায়?

13 / 50

13. ভাৰতৰ কোনখন ৰাজ্যক "পঞ্চ নদীৰ ভূমি" বুলি জনা যায়?।

14 / 50

14. ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম জন অসমীয়া

15 / 50

15. ভাৰতৰ ৰাষ্ট্ৰীয়  চৰাই কি?

16 / 50

16. ভাৰতত "জাতিৰ পিতৃ" বুলি কোনে জনা যায়?

17 / 50

17. পিভি সিন্ধু কোনটো খেলৰ লগত জড়িত?

18 / 50

18. হৰ্ণবিল উৎসৱৰ বাবে কোনখন ৰাজ্য বিখ্যাত?

19 / 50

19. ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে কোনটো উৎসৱ পালন কৰা হয়?

20 / 50

20. ভাৰতৰ দ্বিতীয় বৃহত্তম নদীখন কি?

21 / 50

21. ‘কলাগুৰু’ কাক বোলা হয়

22 / 50

22. কোনখন নদীক ভাৰতৰ "পবিত্ৰ নদী" বুলি কোৱা হয়?

23 / 50

23. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ

24 / 50

24. কোনখন চহৰক পাৰ্ল চিটি বুলি কোৱা হয়

25 / 50

25. ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ নাম কি?

26 / 50

26. কোনখন দেশত দবা খেলৰ আৱিষ্কাৰ হৈছিল ?

27 / 50

27. হিন্দু ধৰ্মত কোনটো প্ৰাণীক পবিত্ৰ বুলি গণ্য কৰা হয়?

28 / 50

28. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি?

29 / 50

29. ভাৰতীয় জাতীয় সংগীত "জন গণ মান" কোনে ৰচনা কৰিছিল?

30 / 50

30. শৰাইঘাটৰ ৰণৰ আহোম সেনাপতি কোন আছিল?

31 / 50

31. উত্তৰ ভাৰতত থকা বিখ্যাত পৰ্বতমালাৰ নাম কি

32 / 50

32. ভাৰতৰ জাতীয় ফুল কি?

33 / 50

33. দৌৰবিদ হীমা দাসক কি নামেৰে জনা যায়

34 / 50

34. কোনটো প্ৰাণীক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বোলা হয়?

35 / 50

35. স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

36 / 50

36. ভাৰত আৰু চীনৰ সীমাৰেখা ডালৰ নাম

37 / 50

37. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত

38 / 50

38. ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) কেতিয়া স্থাপন কৰা হয়

39 / 50

39. অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?

40 / 50

40. ভাৰতৰ কোনখন চহৰক Pink City (গোলাপী চহৰ)  বুলি জনা যায়?

41 / 50

41. Indian National Army কোনে গঠন কৰিছিল

42 / 50

42. ৰাজস্থানৰ এক পৰম্পৰাগত লোকনৃত্য

43 / 50

43. চীনে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল

44 / 50

44. আয়তনৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন কি?

45 / 50

45. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন

46 / 50

46. ভাৰতৰ কোনখন ৰাজ্যক "উৎসৱৰ দেশ" বুলি জনা যায়?

47 / 50

47. ভাৰতৰ ৰাজধানী কি?

48 / 50

48. অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ

49 / 50

49. কোনখন নদীক "দক্ষিণ ভাৰতৰ জীৱনৰেখা" বুলি জনা যায়?

50 / 50

50. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম

Please Wait...

Your score is

0%

Exit

শিশুৰ বাবে কুইজ (GK for Kids):

এই কুইজ গেমটোত প্ৰায় ১০ বছৰৰ পৰা ১২ বছৰ মান বয়সৰ (From class 5 to class 7) শিশু সকলৰ বাবে এলানি সহজ প্ৰশ্ন উত্তৰৰ কুইজ যুগুত কৰি অনা হৈছে । শিশুৰ বাবে যুগুত কৰা এই কুইজ  লানি ভাৰতবৰ্ষৰ বিভিন্ন বিষয়ৰ ওপৰত আধাৰিত ।

ই খণ্ডটোত মুঠ ৫০ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শিশুৰ সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে বিভিন্ন পৰীক্ষা, কুইজ প্ৰতিযোগীতা আদিত শিশু সকলে ভাগলোৱাত সহায়ক হ’ব ।

লগতে খেলক:

শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ প্ৰশ্ন

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

বিশ্ব কুইজ

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...