কুইজ শিতান – অসমীয়া শব্দ অৰ্থ ২য় ভাগ

অসমীয়া শব্দ অৰ্থ – ২য় ভাগ

[stellar]

/25
3 votes, 4.7 avg
0

শব্দ-অৰ্থ

এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ  ওপৰত এলানি প্ৰশ্নোত্তৰ বা অসমীয়া শব্দৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷

[এই কুইজ ৰাউণ্ডটো পূৰা কৰিবলৈ তিনি মিনিট সময় দিয়া হ’ব]

আৰম্ভ কৰিবলৈ তলৰ Start অত ক্লিক কৰক

tail spin

1 / 25

1. অজীন-পাতকী মানে-

2 / 25

2. লেফাফা

3 / 25

3. ইন্দ্ৰৰ সাৰথি হ’ল-

4 / 25

4. মন্থৰা

5 / 25

5. সুধা

6 / 25

6. খোৰাক

7 / 25

7. গৰিমা মানে

8 / 25

8. আদহীয়া

9 / 25

9. আবুৰ মানে

10 / 25

10. নৰিয়া

11 / 25

11. তৰাং মানে

12 / 25

12. চন্দ্ৰসুধা

13 / 25

13. তৰঙ্গিনী

14 / 25

14. তৰ্জমা

15 / 25

15. দুটা কামৰ কোনটো কৰা উচিত তাক থিৰ কৰিব নোৱাৰা অৱস্থা

16 / 25

16. মাকৰশালি

17 / 25

17. পূৰ্ব জন্মৰ কথা মনত থকা লোক -

18 / 25

18. ধানৰ বাকলি-

19 / 25

19. ডাঁহেচিয়া

20 / 25

20. শহাকণীয়া মানে হ’ল-

21 / 25

21. খোৰা

22 / 25

22. কলপ

23 / 25

23. জান্তৱ মানে

24 / 25

24. সাৰথি মানে

25 / 25

25. বসুন্ধৰা

Your score is

0%


অসমীয়া শব্দ অৰ্থৰ ওপৰত আয়োজিত কুইজ শিতান।
Share to...