কুইজ শিতান – অসমীয়া শব্দ অৰ্থ ১ম ভাগ

/25
3 votes, 4.3 avg
2

শব্দ-অৰ্থ

আৰম্ভ কৰিবলৈ তলৰ START অত টিপক

tail spin

1 / 25

1. বঙহ শব্দৰ অৰ্থ হ’ল-

2 / 25

2. কল্লোল মানে-

3 / 25

3. কাৰ্শলা এবিধ -

4 / 25

4. এই চিহ্নটোৰ নাম হ’ল-

Assamese quiz show image

5 / 25

5. অকিঞ্চন মানে-

6 / 25

6. ধতুৰা হ’ল-

7 / 25

7. অনুৰাগৰ বিপৰীত শব্দ হ’ল

8 / 25

8. কৰ্কশ মানে-

9 / 25

9. পাত চোবাই তাৰ ৰসেৰে ওঁঠ ৰঙা কৰা দীঘল পাতৰ থুৰি মেলা গছ-

10 / 25

10. 'চামৰ'ৰ প্ৰতিশব্দ হ’ল

11 / 25

11. ৰাতুল মানে-

12 / 25

12. নৈ কাষৰ বালিচৰ

13 / 25

13. কঙাল মানে-

14 / 25

14. তমস্কাৰ মানে-

15 / 25

15. লিংকৰি কি?

16 / 25

16. মৃতকৰ শৱ ৰখা বাকচ-

17 / 25

17. মন্দিৰত স্থাপন কৰা দেৱতাৰ মূৰ্তি-

18 / 25

18. কেকুঁৰি

19 / 25

19. টাঙনৰ প্ৰতিশব্দ

20 / 25

20. বজৰমণি হ’ল-

21 / 25

21. গৰল শব্দৰ বিপৰীত শব্দ হ’ল

22 / 25

22. হিমিকা মানে-

23 / 25

23. লঠঙা মানে কি ?

24 / 25

24. কটঙা মানে -

25 / 25

25. মহঙা মানে কি ?

Your score is

0%


অসমীয়া কুইজ – শব্দ অৰ্থ ১ম ভাগ:

এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ  ওপৰত এলানি প্ৰশ্নোত্তৰ বা অসমীয়া শব্দৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷

Share to...