ভাৰতৰ বিষয়ে ৫মৰ পৰা ৭ম শ্ৰেণীৰ বাবে সাধাৰণ জ্ঞানৰ কুইজৰ প্ৰশ্ন উত্তৰ

0%
1 votes, 5 avg
0

1 / 50

1. ভাৰতৰ কোনখন ৰাজ্যক "উৎসৱৰ দেশ" বুলি জনা যায়?

2 / 50

2. ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম জন অসমীয়া

3 / 50

3. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম

4 / 50

4. ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

5 / 50

5. হিন্দু ধৰ্মত কোনটো প্ৰাণীক পবিত্ৰ বুলি গণ্য কৰা হয়?

6 / 50

6. হিমা দাস কি খেলৰ লগত জড়িত?

7 / 50

7. ‘কলাগুৰু’ কাক বোলা হয়

8 / 50

8. ভাৰতত "জাতিৰ পিতৃ" বুলি কোনে জনা যায়?

9 / 50

9. ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি?

10 / 50

10. কোনজন ভাৰতীয় বিজ্ঞানীক "ভাৰতৰ মিছাইল মেন" বুলি জনা যায়?

11 / 50

11. ভাৰতৰ কোনখন ৰাজ্য ৰেচম উৎপাদনৰ বাবে বিখ্যাত?

12 / 50

12. দৌৰবিদ হীমা দাসক কি নামেৰে জনা যায়

13 / 50

13. ভাৰতত কোনজন বিখ্যাত নেতা আৰু দাৰ্শনিকৰ জন্মদিনত শিশু দিৱস পালন কৰা হয়?

14 / 50

14. ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী

15 / 50

15. উত্তৰ ভাৰতত থকা বিখ্যাত পৰ্বতমালাৰ নাম কি

16 / 50

16. ভাৰতত কোনটো উৎসৱক "পোহৰৰ উৎসৱ" বুলি কোৱা হয়-

17 / 50

17. ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে কোনটো উৎসৱ পালন কৰা হয়?

18 / 50

18. চীনে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল

19 / 50

19. ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখন কি?

20 / 50

20. ভাৰতৰ ৰাষ্ট্ৰীয়  চৰাই কি?

21 / 50

21. আয়তনৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন কি?

22 / 50

22. ভাৰতে কোন চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল?

23 / 50

23. স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

24 / 50

24. ভাৰতৰ দ্বিতীয় বৃহত্তম নদীখন কি?

25 / 50

25. কথকলী কোনখন ভাৰতীয় ৰাজ্যৰ নৃত্য ?

26 / 50

26. হিন্দু ধৰ্মৰ বেদ কেই খন-

27 / 50

27. কোনখন দেশত দবা খেলৰ আৱিষ্কাৰ হৈছিল ?

28 / 50

28. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত

29 / 50

29. পিভি সিন্ধু কোনটো খেলৰ লগত জড়িত?

30 / 50

30. Indian National Army কোনে গঠন কৰিছিল

31 / 50

31. কোনখন চহৰক পাৰ্ল চিটি বুলি কোৱা হয়

32 / 50

32. ভাৰতীয় জাতীয় সংগীত "জন গণ মান" কোনে ৰচনা কৰিছিল?

33 / 50

33. অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ

34 / 50

34. ভাৰতৰ ৰাজধানী কি?

35 / 50

35. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন

36 / 50

36. অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?

37 / 50

37. কোনটো প্ৰাণীক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বোলা হয়?

38 / 50

38. ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) কেতিয়া স্থাপন কৰা হয়

39 / 50

39. কোনজন বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰক "মাষ্টাৰ ব্লাষ্টাৰ" বুলি জনা যায়?

40 / 50

40. এই চিত্ৰটো কিহৰ প্ৰতীক

Assamese Quiz for Kids শিশুৰ কুইজ প্ৰশ্ন উত্তৰ

41 / 50

41. শৰাইঘাটৰ ৰণৰ আহোম সেনাপতি কোন আছিল?

42 / 50

42. গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত

43 / 50

43. ভাৰত আৰু চীনৰ সীমাৰেখা ডালৰ নাম

44 / 50

44. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি?

45 / 50

45. ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ নাম কি?

46 / 50

46. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ

47 / 50

47. ভাংৰা কোনখন ভাৰতীয় ৰাজ্যৰ নৃত্য

48 / 50

48. কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ ৰাজধানী কি?

49 / 50

49. দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম জন অসমীয়া-

50 / 50

50. ভাৰতৰ কোনখন চহৰক Pink City (গোলাপী চহৰ)  বুলি জনা যায়?

Please Wait...

Your score is

0%

Exit

শিশুৰ বাবে কুইজ (GK for Kids):

এই কুইজ গেমটোত প্ৰায় ১০ বছৰৰ পৰা ১২ বছৰ মান বয়সৰ (From class 5 to class 7) শিশু সকলৰ বাবে এলানি সহজ প্ৰশ্ন উত্তৰৰ কুইজ যুগুত কৰি অনা হৈছে । শিশুৰ বাবে যুগুত কৰা এই কুইজ  লানি ভাৰতবৰ্ষৰ বিভিন্ন বিষয়ৰ ওপৰত আধাৰিত ।

ই খণ্ডটোত মুঠ ৫০ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শিশুৰ সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে বিভিন্ন পৰীক্ষা, কুইজ প্ৰতিযোগীতা আদিত শিশু সকলে ভাগলোৱাত সহায়ক হ’ব ।

লগতে খেলক:

শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ প্ৰশ্ন

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

বিশ্ব কুইজ

[stellar]

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...