কুইজ শিতান – অসমীয়া শব্দ অৰ্থ ২য় ভাগ

অসমীয়া শব্দ অৰ্থ – ২য় ভাগ

[stellar]

/25
3 votes, 4.7 avg
0

শব্দ-অৰ্থ

এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ  ওপৰত এলানি প্ৰশ্নোত্তৰ বা অসমীয়া শব্দৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷

[এই কুইজ ৰাউণ্ডটো পূৰা কৰিবলৈ তিনি মিনিট সময় দিয়া হ’ব]

আৰম্ভ কৰিবলৈ তলৰ Start অত ক্লিক কৰক

tail spin

1 / 25

1. চন্দ্ৰসুধা

2 / 25

2. তৰ্জমা

3 / 25

3. তৰাং মানে

4 / 25

4. দুটা কামৰ কোনটো কৰা উচিত তাক থিৰ কৰিব নোৱাৰা অৱস্থা

5 / 25

5. অজীন-পাতকী মানে-

6 / 25

6. নৰিয়া

7 / 25

7. ধানৰ বাকলি-

8 / 25

8. আবুৰ মানে

9 / 25

9. সাৰথি মানে

10 / 25

10. তৰঙ্গিনী

11 / 25

11. গৰিমা মানে

12 / 25

12. কলপ

13 / 25

13. মন্থৰা

14 / 25

14. মাকৰশালি

15 / 25

15. সুধা

16 / 25

16. শহাকণীয়া মানে হ’ল-

17 / 25

17. বসুন্ধৰা

18 / 25

18. জান্তৱ মানে

19 / 25

19. খোৰাক

20 / 25

20. আদহীয়া

21 / 25

21. পূৰ্ব জন্মৰ কথা মনত থকা লোক -

22 / 25

22. লেফাফা

23 / 25

23. খোৰা

24 / 25

24. ডাঁহেচিয়া

25 / 25

25. ইন্দ্ৰৰ সাৰথি হ’ল-

Your score is

0%


অসমীয়া শব্দ অৰ্থৰ ওপৰত আয়োজিত কুইজ শিতান।
Share to...