কুইজ শিতান – অসমীয়া শব্দ অৰ্থ ১ম ভাগ

/25
3 votes, 4.3 avg
1

শব্দ-অৰ্থ

আৰম্ভ কৰিবলৈ তলৰ START অত টিপক

tail spin

1 / 25

1. কটঙা মানে -

2 / 25

2. তমস্কাৰ মানে-

3 / 25

3. ৰাতুল মানে-

4 / 25

4. মহঙা মানে কি ?

5 / 25

5. কেকুঁৰি

6 / 25

6. কৰ্কশ মানে-

7 / 25

7. মৃতকৰ শৱ ৰখা বাকচ-

8 / 25

8. লিংকৰি কি?

9 / 25

9. হিমিকা মানে-

10 / 25

10. লঠঙা মানে কি ?

11 / 25

11. মন্দিৰত স্থাপন কৰা দেৱতাৰ মূৰ্তি-

12 / 25

12. এই চিহ্নটোৰ নাম হ’ল-

Assamese quiz show image

13 / 25

13. পাত চোবাই তাৰ ৰসেৰে ওঁঠ ৰঙা কৰা দীঘল পাতৰ থুৰি মেলা গছ-

14 / 25

14. টাঙনৰ প্ৰতিশব্দ

15 / 25

15. অনুৰাগৰ বিপৰীত শব্দ হ’ল

16 / 25

16. নৈ কাষৰ বালিচৰ

17 / 25

17. কল্লোল মানে-

18 / 25

18. ধতুৰা হ’ল-

19 / 25

19. কঙাল মানে-

20 / 25

20. অকিঞ্চন মানে-

21 / 25

21. বজৰমণি হ’ল-

22 / 25

22. বঙহ শব্দৰ অৰ্থ হ’ল-

23 / 25

23. 'চামৰ'ৰ প্ৰতিশব্দ হ’ল

24 / 25

24. গৰল শব্দৰ বিপৰীত শব্দ হ’ল

25 / 25

25. কাৰ্শলা এবিধ -

Your score is

0%


অসমীয়া কুইজ – শব্দ অৰ্থ ১ম ভাগ:

এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ  ওপৰত এলানি প্ৰশ্নোত্তৰ বা অসমীয়া শব্দৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷

Share to...