Daily Archives: November 27, 2022

1 post

Assamese Quiz অসমীয়া শব্দ অৰ্থৰ কুইজ শিতান

কুইজ শিতান – অসমীয়া শব্দ অৰ্থ ১ম ভাগ

অসমীয়া কুইজ – শব্দ অৰ্থ ১ম ভাগ: এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ  ওপৰত এলানি প্ৰশ্নোত্তৰ বা অসমীয়া শব্দৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷