হালে জালে অ’ Lyrics (Hale Jale O)

হালে জালে অ’ (Hale Jale O) Lyrics:

শ্ৰেণী : চলচিত্ৰ সংগীত

কণ্ঠ: দীপেন বৰুৱা
সংগীত: ৰমেন বৰুৱা
কথা: কেশৱ মহন্ত
চলচিত্ৰ: মৰম

Lyrics of the song (গীতৰ কথা):

অ’অ’অ’…  অ’অ’অ’…

অ’অ’অ’…

অ’ হালে জালে অ’
লাহি বিৰিণা
উৰণীয়া কৰে গা..

হালে জালে অ’
লাহি বিৰিণা
উৰণীয়া কৰে গা…
জিৰাই, অ’ তাতে জিৰাই
গাতে লগাই ক’ৰে বা,

অ’ হালে জালে অ’
লাহি বিৰিণা
উৰণীয়া কৰে গা ।

Music…

ৰিণিকি ৰিণিকি জিলিকিছ্ কি
দেখা দি নেদেখা হৱ…

Short Music…

বাহঁৰে আগলি ক’ৰে জিলিমিলি
ৰ’দে আকোঁৱালি লৱ…
নৈ চেঙেলীয়া
জাঁজী বনৰীয়া
নৈয়ে নৈয়ে উটি যায়…

জিৰাই অ’ তাতে জিৰাই
গাতে লগাই ক’ৰে বা….

অ’ হালে জালে অ’
লাহি বিৰিণা
উৰণীয়া কৰে গা ।

Music…

উকিয়াই উকিয়াই দি যাওঁ সকিয়াই
কৈ যাওঁ মনৰে কথা,

Short Music…

শুন কি নুশুন বুকুৰে ৰিণি মোৰ
শুন কি নুশুন বেঠা,
মৰম আকলুৱা
তোৰ পিছে পিছে
গাৰে লগৰে ছাঁ…

জিৰাই, অ’ তাতে জিৰাই,
গাতে লগাই ক’ৰে বা….

অ’ হালে জালে অ’
লাহি বিৰিণা
উৰণীয়া কৰে গা ।
জিৰাই অ’ তাতে জিৰাই
গাতে লগাই ক’ৰে বা….

অ’ হালে জালে অ’
লাহি বিৰিণা
উৰণীয়া কৰে গা,
হালে জালে অ’
লাহি বিৰিণা
উৰণীয়া কৰে গা…।

অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ

Assamese Song Lyrics

Related Song Lyrics

None found

Leave a Comment

 

Share to: