অসমীয়া বিপৰীত শব্দৰ তালিকা – Assamese Opposite Word List

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

বিপৰীত শব্দ কি?

কোনো এটা শব্দৰ বিপৰীত অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা শব্দ সমূহক অসমীয়াত বিপৰীত শব্দ (Biporit Xobdo) বা বিপৰীতাৰ্থক শব্দ আৰু ইংৰাজীত Opposite word বা Antonym বোলে ৷ এনে ক্ষেত্ৰত প্ৰতিটো বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ এটা আনটোৰ বিপৰীত শব্দ হৈ পৰে ৷ যেনে দিবাৰ অসমীয়া বিপৰীত শব্দ নৈশ সেয়ে নৈশৰ বিপৰীত শব্দ হ’ব দিবা, দোষৰ বিপৰীত শব্দ গুণ আৰু গুণৰ বিপৰীত শব্দ হ’ব দোষ ৷ কেতিয়াবা এটা শব্দৰ কেইবাটাও বিপৰীতাৰ্থক থাকিব পাৰে, যেনে উচ্চৰ বিপৰীত অৰ্থ বুজাবলৈ নীচ আৰু নিম্ন দুয়োটা শব্দ ব্যৱহাৰ কৰিব পাৰি ৷

অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰৰ বাবে বিপৰীতাৰ্থক শব্দ সমুহ আমি জনাটো নিত্যান্তই প্ৰয়োজনীয় ৷ বিশেষকৈ অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী, ছাত্ৰ-ছাত্ৰী, লিখা-মেলা কৰা লোক সকলে এই শব্দ সমূহ জানি ললে লিখা পঢ়া কৰোতে বা পৰীক্ষাৰ সময়ত যথেষ্টখিনি সহায়ক হয় ৷ সকলো লোকৰে সহায়ক হোৱাকৈ প্ৰায় 3000 অসমীয়া বিপৰীত শব্দৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে আৰু সেই সমুহ খণ্ড খণ্ডকৈ এই ৱেবপেজ টোত প্ৰকাশ কৰা হৈছে ৷

এই পৃষ্ঠাটোত অসমীয়া বিপৰীত শব্দৰ তালিকা খন এনেদৰে প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছে য’ত আপুনি সকলোখিনি শব্দ এটা পৃষ্ঠাতে চাব পাৰিব নাইবা প্ৰতিটো বৰ্ণ বা আখৰৰ বিপৰীতে থকা শব্দ সমূহ বাছি লৈ চাব পৰিব ।

লগতে এই ব্লগটোত এটা অসমীয়া কুইজ শিতানো সন্নিবিষ্ট কৰা হৈছে য’ত সাধাৰণ জ্ঞান, অসমীয়া শব্দ অৰ্থ, অসমীয়া বিপৰীত শব্দৰ কুইজ, বিজ্ঞান বিষয়ৰ কুইজ ইত্যাদি ৷ এতিয়া চাওক অসমীয়া বিপৰীতাৰ্থক প্ৰথম খণ্ডৰ শব্দ সমূহ ৷

অসমীয়া বিপৰীত শব্দৰ তালিকা:

[xyz-ihs snippet=”KDas-inArticle-in-post”]


"অ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দ

বিপৰীত শব্দ

অনুৱৰ্তীপূৰ্বৱৰ্তী
অশুদ্ধিশুদ্ধি
অনুশীলনঅননুশীলন
অশুভশুভ
অনুসৰ্গউপসৰ্গ
অশুৱনিশুৱনি
অনূঢ়বিবাহিত
অশেষশেষ
অকৰাটেঙৰ
অনৃতসুনৃত
অশ্রদ্ধাশ্ৰদ্ধা
অকলেলগে-ভাগে
অনেকএক
অশ্রাব্যশ্ৰাব্য
অহাযোৱা
অনৈক্যঐক্য
অশ্রুতশ্ৰুত
অনুজঅগ্ৰজ
অনৈতিকনৈতিক
অশ্লীলশ্লীল
অতিবৃষ্টিঅনাবৃষ্টি
অনৈষ্ঠি‍কনৈষ্ঠি‍ক
অশ্লীলতাশ্নীলতা
অধিকাৰঅনধিকাৰ
অনৌচিত্যঔচিত্য
অসংকোচসংকোচ
অগ্ৰসৰঅনগ্ৰসৰ
অন্তআদি
অসংগতসংগত
অতিবৃষ্টিঅনাবৃষ্টি
অন্তঃবহিঃ
অসংপৃক্তসংপৃক্ত
অভিজ্ঞঅনভিজ্ঞ
অন্তৰবহিঃ
অসংবৃতসংবৃত
অভ্যন্তঅনভ্যন্ত
অন্তৰংগবহিৰংগ
অসংযতসংযত
অভিকেন্দ্ৰিকঅপকেন্দ্ৰিক
অন্তৰিন্দ্ৰিয়বহিৰিন্দ্ৰিয়
অসংযমসংযম
অভিজ্ঞঅনভিজ্ঞ
অন্তৰ্ধানদৃশ্য
অসংযমীসংযমী
অভিপ্ৰেতঅনভিপ্ৰেত
অন্তৰ্বাণিজ্যবহিৰ্বাণি‍জ্য
অসংযুক্তসংযুক্ত
অভ্যাসঅনভ্যাস
অন্তৰ্মুখীবহিৰ্মুখী
অসংযোগসংযোগ
অভ্যস্তঅনভ্যস্ত
অন্ত্যআদ্য
অসংযোগীসংযোগী
অৰ্থহীনঅৰ্থপূৰ্ণ
অন্ধকাৰপোহৰ
অসংলগ্নসংলগ্ন
অল্পসমস্ত
অন্ধিকাদিন
অসজসজ
অস্তউদয়
অন্যায়ন্যায়
অসঞ্জাতসজাঁত
অস্তাচলউদয়াচল
অন্যূনন্যূন
অসঞ্জাতিসজাঁতি‌
অকথনকথন
অপকৰ্মসুকৰ্ম
অসতৰ্কসতৰ্ক
অকথনীয়কথনীয়
অপকৰ্ষউৎকৰ্ষ
অসংসৎ
অকথিতকথিত, ব্যক্ত
অপকাৰউপকাৰ
অসতীসতী
অকথ্যকথ্য, বাচ্য
অপকাৰিতাউপকাৰিতা
অসত্যসত্য
অকপটকপট
অপকাৰীউপকাৰী
অসদৃশসদৃশ
অকম্পমানকম্পমান
অপকীৰ্তিসুকীৰ্তি
অসদ্ব্যৱহাৰসদ্ব্যৱহাৰ
অকৰণীয়কৰণীয়
অপকৃষ্টউৎকৃষ্ট
অসম্ভাৱসম্ভাৱ
অকৰ্মসুকৰ্ম
অপকেন্দ্ৰিকঅভিকেন্দ্ৰিক
অসন্তুষ্টসন্তুষ্ট
অকৰ্মকসকৰ্মক
অপচয়উপচয়
অসন্তুষ্টিসন্তুষ্টি
অকলংককলংক
অপছন্দপছন্দ
অসন্তোষসন্তোষ
অকল্পনীয়কল্পনীয়
অপক্বপক্ব
অসবৰ্ণসবৰ্ণ
অকলশৰীয়াকৈলগে-ভাগে
অপটুপটু
অসভ্যসভ্য
অকল্যাণকল্যাণ
অপঠি‍তপঠিত
অসমসম
অকাঁৰীকাঁৰী
অপথসুপথ
অসময়সুসময়
অকাই-পকাইপোনাই
অপথ্যপথ্য
অসমৰ্থসমৰ্থ
অকাতৰকাতৰ
অপপ্রয়োগসুপ্ৰয়োগ
অসমানসমান
অকাম্যকাম্য
অপব্যয়পৰি‍মিতব্যয়
অসমাপ্তসমাপ্ত
অকায়শৰীৰী
অপমানমান
অসমীচীনসমীচীন
অকাৰণকাৰণ
অপৰাজিতপৰাজিত
অসম্পূৰ্ণসম্পূৰ্ণ
অকাৰ্যসুকাৰ্য
অপৰাজেয়পৰাজেয়
অসম্ভাব্যসম্ভাব্য
অকীৰ্তিকীৰ্তি
অপৰাধঅনপৰাধ
অসম্ভ্ৰমসম্ভ্ৰম
অকুটিলকুটিল
অপৰাধীনিৰপৰাধ, নিৰপৰাধী
অসহনীয়সহনীয়
অকুণ্ঠসংকোচ
অপৰাহ্ণপূৰ্বাহ্ণ
অসহযোগসহযোগ
অকুণ্ঠদ্বিধা
অপৰিকল্পিতপৰিকল্পিত
অসহযোগীসহযোগী
অকৃতকাৰ্যকৃতকাৰ্য
অপৰিচিতপৰিচিত
অসহায়সহায়
অকৃতকাৰ্যতাকৃতকাৰ্যতা
অপৰিচিতাপৰিচিতা
অসহিষ্ণুসহিষ্ণু
অকৃতজ্ঞকৃতজ্ঞ
অপৰিচ্ছন্নপৰিচ্ছন্ন
অসহ্যসহ্য
অকৃতদাৰকৃতদাৰ
অপৰিজ্ঞাতপৰিজ্ঞাত
অসাধাৰণসাধাৰণ
অকৃতাৰ্থকৃতাৰ্থ
অপৰিণতপৰিণত
অসাধুসাধু
অকৃতিসুকৃতি
অপৰিত্যক্তপৰিত্যক্ত
অসাধ্যসাধ্য
অকৃত্যকৃত্য
অপৰিনামদৰ্শীপৰিনামদৰ্শী
অসামঞ্জস্যসামঞ্জস্য
অকৃত্ৰিমকৃত্ৰিম
অপৰিপক্বপৰিপক্ব
অসামৰিকসামৰিক
অকৃপণকৃপণ
অপৰিপূৰ্ণপৰিপূৰ্ণ
অসামান্যসামান্য
অক্ৰূৰক্ৰূৰ
অপৰিপাট্যপৰিপাটি
অসাম্প্ৰদায়িকসাম্প্ৰদায়িক
অক্ৰোধক্ৰোধ
অপৰিবাহিতাপৰিবাহিতা
অসাম্যসাম্য
অক্লান্তক্লান্ত
অপৰিবাহীপৰিবাহী
অসাফল্যসাফল্য
অক্লিষ্টক্লিষ্ট
অপৰিব্যক্তব্যক্ত
অসাৰসাৰ
অক্লেদ্যক্লেদ্য
অপৰিমেয়পৰিমেয়
অসাৰুৱাসাৰুৱা
অক্লেদ্যক্লেদযুক্ত
অপৰিৱৰ্তনপৰিৱৰ্তন
অসাৰ্থকসাৰ্থক
অক্লেশক্লেশ
অপৰিৱৰ্তনীয়পৰিৱৰ্তনীয়
অসাৱধানসাৱধান
অখণ্ডখণ্ড
অপৰিৱৰ্তিতপৰিৱৰ্তিত
অসিদ্ধসিদ্ধ
অখাদ্যখাদ্য‌
অপৰিশোধ্যপৰিশোধ্য
অসিদ্ধি‍সিদ্ধি‍
অখ্যাতবিখ্যাত‌
অপৰিষ্কাৰপৰিষ্কাৰ
অসীমসসীম
অখ্যাতখ্যাত
অপৰিসীমপৰিসীম
অসুখসুখ
অগণনীয়গণনীয়
অপৰিহাৰ্যপৰিহাৰ্য
অসুখীসুখী
অগভীৰগভীৰ, দ
অপৰ্যাপ্তপৰ্যাপ্ত
অসুবিধাসুবিধা
অগাধঅব্যাপ্ত
অপলকপলক
অসুৰসুৰ
অজ্ঞানীজ্ঞানী
অপৱিত্ৰপৱিত্ৰ
অসুস্থসুস্থ
অগুণসগুণ
অপহূতানিমন্ত্ৰি‍ত
অসুস্থতাসুস্থতা
অগোচৰচাক্ষুস
অপাঠ্যপাঠ্য
অসৌজন্যসৌজন্য
অগ্রপশ্চ
অপাত্ৰপাত্ৰ
অস্তউদয়
অগ্ৰগতিপশ্চাৎগতি
অপাৰপাৰ বা সীমা থকা
অস্তগামীউদীয়মান
অগ্রগামীপশ্চাদগামী
অপাৰগপাৰগ
অস্তাচলউদয়াচল
অগ্ৰজঅনুজ
অপাৰ্থিৱপাৰ্থিৱ
অস্থৱিৰস্থৱিৰ
অগ্ৰাহ্যগ্ৰাহ্য
অপুষ্টিপুষ্টি
অস্থায়ীস্থায়ী
অঘৰীগৃহী
অপুষ্পকসপুষ্পক
অস্থাৱৰস্থাৱৰ
অচতুৰচতুৰ‌
অপূৰণপূৰণ
অস্থিৰস্থিৰ
অচৰচৰ
অপূৰ্ণপূৰ্ণ
অস্থিৰতাস্থিৰতা
অচলসচল
অপৈণতপৈণত
অস্থূলস্থূল
অচলায়তনসচলায়তন
অপ্ৰকটপ্ৰকট
অস্পষ্টস্পষ্ট
অচিনচিনাকি
অপ্ৰকাশপ্রকাশ
অস্পষ্টতাস্পষ্টতা
অচিনাকিচিনাকি
অপ্ৰকৃতিস্থপ্ৰকৃতিস্থ
অস্পৃশ্যস্পৃশ্য
অচিনাক্তচিনাক্ত
অপ্রচলিতপ্রচলিত
অস্ফুটস্ফুট
অচিন্তিতচিন্তিত
অপ্ৰতিদ্বন্দ্বীপ্ৰতিদ্বন্দ্বী
অস্বচ্ছস্বচ্ছ
অচিন্ত্যচিন্ত্য
অপ্ৰতিভসপ্ৰতিভ
অস্বচ্ছতাস্বচ্ছতা
অচুম্বকীয়চুম্বকীয়
অগ্রতিহতপ্ৰতিহত
অস্বস্তিস্বস্তি
অচেতনচেতন
অপ্রতুলপ্ৰতুল
অস্বাচ্ছন্দ্যস্বাচ্ছন্দ্য
অসচেতনসচেতন
অপ্ৰত্যয়প্ৰত্যয়
অস্বাস্থ্যকৰস্বাস্থ্যকৰ
অচৈতন্যচৈতন্য
অপত্যাশিতপ্ৰত্যাশিত
অস্বাভাৱিকস্বাভাৱিক
অচ্যুতচ্যুত
অপ্রধানপ্ৰধান
অস্বাভাৱিকতাস্বাভাৱিকতা
অছিদ্ৰছিদ্ৰ
অপ্ৰমত্তপ্ৰমত্ত
অস্বীকাৰস্বীকাৰ
অজলাটেঙৰ
অপ্রমাদপ্রমাদ
অস্বীকাৰ্যস্বীকাৰ্য
অজীৰ্ণজীৰ্ণ
অপ্ৰমেয়প্ৰমেয়
অস্বীকৃতস্বীকৃত
অজৈৱজৈৱ
অপ্ৰয়োজনপ্ৰয়োজন
অস্বীকৃতস্বীকৃত
অজ্ঞজ্ঞানী
অপ্ৰৰোচিতপ্ৰৰোচিত
অহিংসসহিংস
অজ্ঞাতজ্ঞাত
অপ্ৰশস্তপ্ৰশস্ত
অহিতহিত
অজ্ঞানসজ্ঞান
অপ্ৰাকৃতিকপ্ৰাকৃতিক
অহ্নৰাত্ৰি
অজ্ঞানীজ্ঞানী
অপ্ৰাসংগিকপ্ৰাসংগিক
অক্ষতক্ষত
অজ্ঞেয়জ্ঞেয়
অপ্ৰি‍য়প্ৰিয়
অক্ষমসক্ষম
অজ্ঞেয়বাদজ্ঞেয়বাদ
অপ্ৰীতিপ্ৰীতি
অক্ষয়ক্ষয়িষ্ণু
অটুটঅপূৰ্ণ
অপ্ৰীতিকৰপ্ৰীতিকৰ
অণুবৃহৎ
অপ্ৰীতিভাজনপ্ৰীতিভাজন
অতনুতনু
অফুটস্পষ্ট
অতলবাম
অবধ্যবধ্য
অটলঅস্থিৰ
অবৰ্ণনীয়বৰ্ণনীয়
অতিকায়ক্ষুদ্ৰকায়
অবৰ্তমানবৰ্তমান
অতিবৃষ্টিঅনাবৃষ্টি
অবলাসবলা
অতীতবৰ্তমান
অবস্তুবস্তু
অতীতভৱিষ্যৎ
অবাকবাক, সবাক
অতীন্দ্ৰিয়ইন্দ্ৰিয়গ্ৰাহ্য
অবাচ্যবাচ্য
অতুলঅননুপম
অবাঞ্ছিতবাঞ্ছিত
অতৃপ্ততৃপ্ত
অবাটবাট
অতৃপ্তিতৃপ্তি
অবাধ্যবাধ্য
অত্বৰদ্ৰুত
অবাবতবাবত
অত্যধিকন্যূনধিক
অবিকশিতবিকশিত
অত্যাৱশ্যকীয়অনাৱশ্যকীয়
অৰ্বাচীনপ্রাচীন
অত্যুৎকৃষ্টনিকৃষ্ট
অবিকৃতবিকৃত
অথনিএতিয়া
অবিচলিতবিচলিত
অথাউনিথাউনি
অবিচাৰবিচাৰ
অথিৰথিৰ, স্থিৰ
অবিচ্ছিন্নবিচ্ছিন্ন
অদগ্ধদগ্ধ
অবিদিতবিদিত
অদম্যদম্য
অবিদ্যমানবিদ্যমান
অদৰকাৰদৰকাৰ
অবিদ্যাবিদ্যা
অদৰকাৰীদৰকাৰী
অবিধিবিধি
অদৰ্শনদৰ্শন
অবিধেয়বিধেয়
অদহনীয়দহনীয়
অবিনশ্বৰনশ্বৰ
অদাহ্যদাহ্য
অবিনীতবিনীত
অদূৰদূৰ
অবিন্যস্তবিন্যস্ত, সুবিন্যস্ত
অদৃশ্যদৃশ্য
অবিবাহিতবিবাহিত
অদেখাদেখা
অবিবেকীবিবেকী
অদ্বৈতদ্বৈত
অবিবেচকবিবেচক
অদ্বৈতবাদীদ্বৈতবাদী
অবিভক্তবিভক্ত
অদ্রবনীয়দ্ৰবনীয়
অবিভাজ্যবিভাজ্য
অদ্ৰষ্টদ্ৰষ্ট
অবিমিশ্ৰভেজাল
অদ্ৰুতদ্ৰুত
অবিৰতবিৰত
অধঃঊৰ্ধ্ব
অবিৰলবিৰল
অধমউত্তম
অবিৰামবিৰাম, সবিৰাম
অধমৰ্ণউত্তমৰ্ণ
অবিৰোধবিৰোধ
অধৰ্মধৰ্ম
অবিলম্ববিলম্ব
অধিককম
অবিশ্ৰান্তবিশ্ৰান্ত
অধিকাৰঅনধিকাৰ
অবিষাদবিষাদ
অধিত্যকাউপত্যকা
অবিষম্বাদীবিষম্বাদী
অধীনস্বাধীন
অবিহিতবিহিত
অধীৰস্থিৰ
অবুজবোধ
অধৈৰ্যধৈৰ্য
অবৃষ্টি‍বৃষ্টি
অধোগতিঊৰ্ধ্বগতি
অবৈদিকবৈদিক
অধোদৃষ্টিঊৰ্ধ্বদৃষ্টি
অবৈধবৈধ
অধোমুখঊৰ্ধ্বমুখ
অবোধবোধ‌
অধ্যাপকঅধ্যায়ী
অব্যক্তব্যক্ত
অধ্যায়ীঅধ্যাপক
অব্যয়ব্যয়
অনংগমূৰ্ত
অব্যৰ্থব্যৰ্থ
অনতিক্ৰমঅতিক্ৰম
অব্যৱধানব্যৱধান
অনধিকঅধিক
অব্যৱহাৰ্যব্যৱহাৰ্য
অনধিকৃতঅধিকৃত
অব্যৱহৃতঅব্যৱহৃত
অননুকৰণীয়অনুকৰণীয়
অব্যাহতব্যাহত
অননুজ্ঞাতঅনুজ্ঞাত
অব্যাহতিঅপৰিত্ৰাণ
অননুমতঅনুমত
অভকতভকত
অনন্তঅন্ত
অভকতীয়াভকতীয়া
অনভি‍জ্ঞঅভি‍জ্ঞ
অভগনভগন
অনভিপ্ৰেতঅভিপ্ৰেত
অভদ্ৰভদ্ৰ
অনভ্যস্তঅভ্যস্ত
অভব্যভব্য
অনভ্যাসঅভ্যাস
অভয়ভয়
অনমনীয়নমনীয়
অভক্ষণভক্ষণ
অনৰ্থঅর্থ
অভক্ষ্যভক্ষ্য
অনশনঅশন
অভাজনভাজন
অনাগতআগত
অভাৱউভৈনদী
অনাচাৰআচাৰ
অভিকেন্দ্ৰিককেন্দ্ৰবিমুখী
অনাচাৰীআচাৰবিশিষ্ট
অভিজ্ঞঅনভিজ্ঞ
অনাটনউভৈনদী
অভিন্নভিন্ন
অনাড়ম্বৰআড়ম্বৰ
অভিব্যক্তঅব্যক্ত
অনাদৰআদৰ
অভিমানীনিৰভিমান
অনাদায়আদায়
অভিশাপআশীৰ্বাদ
অনাদৃতআদৃত
অভি‍জ্ঞঅনভি‍জ্ঞ
অনাবিলআবিল
অভুক্তভুক্ত
অনাবৃতআবৃত
অভূতপূৰ্বভূতপূৰ্ব
অনাবৃষ্টিঅতিবৃষ্টি
অভেদভেদ
অনাৰ্দ্ৰআৰ্দ্ৰ
অভেদ্যভেদ্য
অনাৰ্যআৰ্য
অভ্যন্তৰবাহিৰ
অনাৱশ্যকআৱশ্যক
অভ্যাসঅনভ্যাস
অনাৱি‍ষ্কৃতআৱিষ্কৃত
অভ্ৰান্তভ্ৰান্ত
অনাশ্ৰয়আশ্ৰয়
অমংগলমংগল
অনাশ্ৰিতআশ্ৰিত
অমতমত
অনাসক্তআসক্ত
অমনোনয়নমনোনয়ন
অনাস্থাআস্থা
অমনোনীতমনোনীত
অনাহকদৰকাৰ
অমনোযোগীমনোযোগী‌
অনাহতআহত
অমৰমৰণশীল
অনিচ্ছাইচ্ছা
অমলমল
অনিচ্ছাকৃতইচ্ছাকৃত
অমাতমাত
অনিচ্ছুকইচ্ছুক
অমানুষিকমানুষিক
অনিত্যনিত্য
অমানুহমানুহ
অনিদ্ৰানিদ্ৰা
অমান্তিমান্তি
অনিন্দিতনিন্দিত
অমাৰ্জিতমাৰ্জিত
অনিন্দিতানিন্দিতা
অমান্যমান্য
অনিন্দ্যনিন্দ্য
অমিতব্যয়ীমিতব্যয়ী
অনিবাৰনিবাৰ
অমিতাচাৰমিতাচাৰ
অনিমন্ত্ৰিতনিমন্ত্ৰিত
অমিতাচাৰীমিতাচাৰী
অনিমেষনিমেষ
অমিত্ৰমিত্ৰ
অনিয়তনিয়ত
অমিলমিল
অনিয়তাকাৰনিয়তাকাৰ
অমিশ্রমি‍শ্র
অনিগমনিগম
অমূৰ্তমূৰ্ত
অনিয়মিতনিয়মিত
অমূল্যমূল্য
অনিৰুদ্ধনিৰুদ্ধ
অমৃতগৰল
অনিৰ্দিষ্টনিৰ্দিষ্ট
অমে‍‍ধ্যমেধ্য
অনিৰ্বচনীয়নিৰ্বচনীয়
অম্লমধুৰ
অনিৰ্বন্ধসংবদ্ধ
অম্লানম্লান
অনিৰ্বাণনিৰ্বাণ
অযত্নযত্ন
অনিৰ্মিতনিৰ্মিত
অযথাৰ্থযথাৰ্থ
অনিশ্চয়নিশ্চয়
অযশযশ
অনিশ্চয়তানিশ্চয়তা
অযুক্তযুক্ত
অনিশ্চিতনিশ্চিত
অযুক্তিযুক্তি
অনিয়মিতনিয়মিত
অযুগুতযুগুত
অনীতি‍নীতি‍
অযোগ্যযোগ্য
অনীশ্বৰবাদঅস্তিত্ববাদ
অযৌক্তিকযৌক্তিক
অনীহস্পৃহ
অৰসিকৰসিক
অনুকূলপ্ৰতিকূল
অৰক্ষিতৰক্ষিত
অনুক্তউক্ত
অৰাজনৈতিকৰাজনৈতিক
অনুক্তিউক্তি
অৰীতিৰীতি
অনুগ্ৰউগ্ৰ
অৰুচিৰুচি
অনুগ্রহনিগ্ৰহ
অৰূপৰূপ
অনুচিতউচিত
অৰ্জনঅনাৰ্জন, বৰ্জন
অনুচ্চউচ্চ
অর্থঅনৰ্থ
অনুজঅগ্ৰজ
অৰ্থীপ্ৰত্যৰ্থী
অনুজ্ঞাতঅননুজ্ঞাত
অৰ্ধসম্পূৰ্ণ
অনুজ্জ্বলউজ্জ্বল
অৰ্পণগ্ৰহণ
অনুত্তীৰ্ণউত্তীৰ্ণ
অলংকাৰনিৰলংকাৰ
অনুৎসাহউৎসাহ
অলপবহুত
অনুদাত্তউদাত্ত
অল্পঅধিক
অনুদাৰউদাৰ
অলসপৰি‍শ্রমী
অনুদিতউদিত
অলীকসত্য
অনুদ্দিষ্টউদ্দিষ্ট
অল্পবিস্তৰ
অনুদ্ধতউদ্ধত
অল্পপ্ৰাণমহাপ্ৰাণ
অনুদ্ভূতউদ্ভূত
অল্পায়ুদীৰ্ঘায়ু
অনুদ্বায়ীউদ্বায়ী
অলৌকিকলৌকিক
অনুদ্বিগ্নউদ্বিগ্ন
অলৌকিকতালৌকিকতা
অনুদ্বেগউদ্বে‍গ
অৱকাশঅনৱকাশ
অনুদ্যমউদ্যম
অৱগতঅনৱগত
অনুদ্যমীউদ্যমী
অৱতলউত্তল
অনুদ্যোগউদ্যোগ
অৱনতউন্নত
অনুন্নতউন্নত
অৱনতিউন্নতি
অনুপযুক্তউপযুক্ত
অৱৰোহণআৰোহণ
অনুপযোগীউপযোগী
অৱৰোহীআৰোহী
অনুপলব্ধিউপলব্ধি
অৱশবশ
অনুপস্থিতউপস্থিত
অশক্তশক্ত
অনুপায়উপায়
অশনঅনশন
অনুভৱঅননুভৱ
অশৰীৰীশৰীৰী
অনুমতিঅসন্মতি
অশান্তশান্ত
অনুমোদনঅননুমোদন
অশান্তিশান্তি
অনুৰক্তবিৰক্ত
অশালিনশালিন
অনুৰক্তঅনাসক্ত
অশাশ্বতশাশ্বত
অনুৰাগবিৰাগ
অশিষ্টশিষ্ট
অনুৰ্বৰউৰ্বৰ
অশিক্ষিতশিক্ষিত
অনুৰ্বৰাউৰ্বৰা
অশুচিশুচি
অনুলোমবিলোম
অশুদ্ধ‌শুদ্ধ
অকামিলাকামিলা

"আ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দ

বিপৰীত শব্দ

আইপিতাই
অজৈৱজৈৱ
অজ্ঞাতজ্ঞাত
অতৃপ্তিতৃপ্তি
অপঁইতাপূৰঠ
অভ্যন্তৰীণবাহ্যিক
অসমীয়াঅনাঅসমীয়া
আইনসংগতআইনবিৰুদ্ধ
আইনীবে‍-আইনী
আঁউসীপূৰ্ণিমা
আঁউসীপূৰ্ণিমা
আওকাঠীসুকাঠী
আওকাণমনোযোগ
আকৰ্ষণবিকৰ্ষণ
আকৰ্ষণবিকৰ্ষণ
আকৰ্ষণবিকৰ্ষণ
আকৰ্ষিতবিকৰ্ষিত
আকস্মিকচিৰন্তন
আকাৰনিৰাকাৰ
আকালউভৈনদী
আকাশপাতাল
আকুঞ্চনপ্ৰসাৰণ
আগগুৰি
আগপাছ
আগগুৰি
আগপিছ
আগঢ়ীসুগঢ়ী
আগঢ়ীসুগঢ়ী
আগতপাছত
আগতপিছত
আগদুৱাৰপি‍ছদুৱাৰ
আগমনিৰ্গম
আগমনপ্ৰত্যাগমন
আগমনপ্ৰত্যাগমন
আগমনগমন
আগমননিৰ্গমন
আগৰপাছৰ
আগলৈপাছলৈ
আগহাতবাঁওহাত
আগুৱাপিচোৱা
আগ্ৰহউপে‍ক্ষা
আচলনকল
আচামীফৰিয়াদী
আচামীগোচৰীয়া
আচাৰঅনাচাৰ
আচ্ছাদিতঅনাচ্ছাদিত
আজিকালি‍
আটকধুনীয়াকুন্ধচ
আটিলঢিলা
আড়ম্বৰঅনাড়ম্বৰ
আড়ম্বৰপূৰ্ণঅনাড়ম্বৰ
আঢ্যৱন্তদাল দৰিদ্ৰ
আঢ্যৱন্তদুখীয়া
আঢ্যৱন্তটোকোনা
আঁতৰওচৰ
আত্মপৰ
আত্মগ্লানিআত্মশ্লাঘা
আত্মশ্লাঘাআত্মগ্লানি
আত্মীয়অনাত্মীয়
আথৰথৰ
আদৰঅৱজ্ঞা
আদৰঅনাদৰ
আদৰণিবিদায়
আদানপ্রদান
আদায়অনাদায়
আদিঅনাদি
আদিঅন্ত
আদিমঅন্তিম
আদিষ্টনিষিদ্ধ
আদৃতঅনাদৃত
আদ্যঅনাদ্য
আদ্যঅন্ত্য
আধৰুৱাসম্পূৰ্ণ
আধৰুৱাসম্পূৰ্ণ
আধাপূৰা, সম্পূৰ্ণ
আধিক্যঅনাধিক্য
আধুনিকপৌৰাণিক
আধুনিকপ্ৰাচীন
আধুনিকপৌৰাণিক
আধুনিকতাপ্ৰাচীনতা
আনন্দবেজাৰ
আনন্দনিৰানন্দ
আনন্দবিষাদ
আনুষ্ঠানিকঅনানুষ্ঠানিক
আন্ধাৰপোহৰ
আপঁইতাপূৰঠ
আপচুসুশ্ৰী
আপত্তিসন্মতি
আপদসম্পদ
আপীআপা
আপোনপৰ
আবতৰবতৰ
আবতৰীয়াবতৰীয়া
আবদ্ধমুক্ত
আবাদঅনাবাদ
আবাদীঅনাবাদী
আবিলঅনাবিল
আবুৰমুকলি
আবুৰমুকলি
আবুৰমুক্ত
আবৃতঅনাবৃত
আবৃতঅনাবৃত
আবৃতঅনাবৃত
আবৃতউন্মুক্ত
আবৃতাঅনাবৃতা
আবেলিপুৱা
আভ্যন্তৰবাহ্যিক
আভ্যন্তৰিকবাহ্যিক
আভ্যন্তৰীণবাহ্যিক
আমদানিৰপ্তানী
আমদানীৰপ্তানি
আমান্নসিদ্ধান্ন
আমিৰগৰীব
আমিষনিৰামিষ
আমিষহাৰীনিৰামিষহাৰী
আয়ব্যয়
আয়তীবিধৱা
আৰম্ভঅন্ত
আৰম্ভশেষ
আৰম্ভণিসামৰণি
আৰৈউখোৱা
আৰোহণঅৱৰোহণ
আৰোহীঅৱৰোহী
আৰ্জিতঅনাৰ্জিত
আৰ্দ্ৰশুষ্ক
আৰ্দ্ৰশুষ্ক
আৰ্যঅনাৰ্য
আলস্যশ্ৰম
আলোকঅন্ধকাৰ
আৱশ্যকঅনাৱশ্যক
আৱাহনবিসৰ্জন
আৱিৰ্ভাৱতিৰোভাৱ
আৱিৰ্ভূততিৰোভূত
আৱৈচ্ছিকঐচ্ছিক
আশকতীয়াবলী
আশানিৰাশা
আশাবাদীনিৰাশাবাদী
আংশিকপূৰ্ণ
আংশিকসম্পূৰ্ণ
আশিসঅভিশাপ
আশীৰ্বাদঅভিশাপ
আশুবিলম্ব
আশ্বাসনিৰাশ্বাস
আশ্ৰয়নিৰাশ্ৰয়
আশ্ৰি‍তঅনাশ্ৰিত
আশ্ৰি‍তাঅনাশ্ৰিতা
আসক্তঅনাসক্ত
আসক্তনিৰাসক্ত
আসক্তিঅনাশক্তি
আস্তিকনাস্তিক
আস্থাঅনাস্থা
আস্বাদবিস্বাদ
আস্বাদনবিস্বাদন
আস্বাদিতঅনাস্বাদিত
আহতঅনাহত
আহাৰঅনাহাৰ
আহাৰ্যঅখাদ্য
আহুকালসুচল
আহুতঅনাহুত
আহূতঅনাহূত
আহ্লাদবিষাদ
আহ্লাদিতবিষণ্ণ

"ই" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ইহঁতসিহঁত
ইচ্ছাঅনিচ্ছা
ইচ্ছুকঅনিচ্ছুক
ইটোসিটো
ইঠাইসিঠাই
ইতৰভদ্ৰ
ইতিবাচকনেতিবাচক
ইদানীন্তনতদানীন্তন
ইপৰীয়াসিপৰীয়া
ইপাৰসিপাৰ
ইপিনেসিপিনে
ইপুৰীসিপুৰী
ইফলীয়াসিফলীয়া
ইফালসিফাল
ইবাৰসিবাৰ
ইমানসিমান
ইয়াততাত
ইয়ালৈতালৈ
ইষ্টঅনিষ্ট
ইহপৰ
ইহকালপৰকাল
ইহলোকপৰলোক
ইহলৌকিকপাৰলৌকিক
ইতিবাচকনেতিবাচক
ইপিঠিসিপিঠি
ইপাৰসিপাৰ
ইষ্টঅনিষ্ট
ইহকালপৰকাল
ইদানীন্তনতদানীন্তন
ইহলোকপৰলোক
ইয়াততাত
ইখনসিখন
ইহঁতসিহঁত

"ঈ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ঈপ্সাঅনীপ্সা
ঈষৎঅধিক
ঈশাননৈৰ্ঋত
ঈৰ্ষাপ্ৰীতি
ঈদৃশতাদৃশ
ইপ্সিতঅনীপ্সিত
ঈশ্বৰবাদঅনীশ্বৰবাদ
ঈশ্বৰবাদীঅনীশ্বৰবাদী
ঈহাঅনীহা

"উ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
উচ্ছৃংখলসুশৃংখল
উহ্যস্পষ্ট
উদাৰসংকীৰ্ণ
উত্তপ্তশীতল
উষ্ণশীতল
উষ্মশীতল
উত্তাপশীত
উত্থিতশায়িত
উচাতনশান্ত
উৎপতীয়াশান্ত
উঘলাৰোৱা
উঘালৰো
উগ্রমৃদু
উদংভৰ্তি
উজাভটিয়া
উজানভাটি
উঠাবহা
উঠবহ
উপশমবৃদ্ধি‍
উদাসবিষয়ী
উন্মুখবিমুখ
উদ্ধতবিনীত
উত্তৰপ্ৰশ্ন
উদ্ভিতপ্ৰাণী
উঠনপতন
উত্থানপতন
উত্থিতপতিত
উদ্ধতালিনম্ৰতা
উঠানমা
উচ্চাত্মিকানীচাত্মিকা
উচ্চনীচ
উশাহনিশাহ
উদগ্ৰীৱনিৰুদ্বেগ‍
উৎসাহিতনিৰুৎসাহিত
উৎসাহনিৰুৎসাহ
উল্লিখিতনিম্নলিখিত
উচ্চতানিম্নতা
উচ্চনিম্ন
উন্মীলননিমীলন
উন্মীলিতনিমীলিত
উংকৃষ্টনিকৃষ্ট
উৎকৃষ্টনিকৃষ্ট
উজনিমুৱানামনিমুৱা
উজনিনামনি
উত্তৰায়ণদক্ষিণায়ন
উত্তৰদক্ষিণ
উজুটান
উজুজটিল
উখহজামৰ
উত্তপ্তচেঁচা
উতলাচেঁচা
উপপথঘাইপথ
উমৈহতীয়াগাউগুটীয়া
উদ্যোগপ্ৰধানকৃষিপ্ৰধান
উৰুঙাওখল-মাখল
উখল-মাখলউৰুঙা
উপৱিষ্টউত্থিত
উখোৱাআৰৈ
উন্মুক্তআবদ্ধ
উদিতঅস্তমিত
উদয়াচলঅস্তাচল
উদয়অস্ত
উভৈনদীঅভাৱ
উদ্যমঅৱসাদ
উন্মুক্তঅৱৰুদ্ধ
উন্নয়নঅৱনমন
উন্নীতঅৱনমিত
উদগতিঅৱনতি
উন্নতিঅৱনতি
উত্তলঅৱতল
উপসংহাৰঅৱতৰণিকা
উত্তৰণঅৱতৰণ
উপচয়অপচয়
উপগতঅপগত
উৎকৰ্ষঅপকৰ্ষ
উপকৰ্ষঅপকৰ্ষ
উপকাৰীঅপকাৰী
উপকাৰিতাঅপকাৰিতা
উপকাৰঅপকাৰ
উপসৰ্গঅনুসৰ্গ
উৰ্বৰাঅনুৰ্বৰা
উৰ্বৰঅনুৰ্বৰ
উপস্থিতঅনুপস্থিত
উপলব্ধিঅনুপলব্ধি
উপযোগঅনুপযোগ
উপযোগীঅনুপযোগী
উপযুক্তাঅনুপযুক্তা
উপযুক্তঅনুপযুক্ত
উন্নতঅনুন্নত
উদ্বেগঅনুদ্বেগ
উদ্বিগ্নঅনুদ্বিগ্ন
উদ্ধতঅনুদ্ধত
উদ্দিষ্টঅনুদ্দিষ্ট
উদ্যমীঅনুদ্যমী
উদ্যতঅনুদ্যত
উদাৰঅনুদাৰ
উদাত্তঅনুদাত্ত
উৎসাহীঅনুৎসাহী
উত্তীৰ্ণঅনুত্তীৰ্ণ‌
উজ্জলঅনুজ্জল
উচ্চঅনুচ্চ
উচিতঅনুচিত
উপকাৰীঅনিষ্টকাৰী
উপকাৰঅনিষ্ট
উচ্ছুকঅনিচ্ছুক
উগ্রঅনুগ্ৰ
উত্তমৰ্ণঅধমৰ্ণ
উত্তমাংগঅধমাংগ
উত্তমঅধম
উদগতিঅধোগতি
উধঃঅধঃ
উদ্বিগ্নঅনুদ্বিগ্ন
উদয়াচলঅস্তাচল
উন্নতঅনুন্নত
উন্নতিঅনুন্নতি
উন্নতিঅধোন্নতি
উন্মুক্তআৱদ্ধ
উপসংহাৰঅবতৰণিকা
উমৈহতিয়াগাইগুটিয়া
উৰুঙাউখল মাখল
উৰ্দ্ধঅধঃ
উৰ্ধ্বঅনুৰ্ধ্ব
উৰ্ধ্বতমতলতীয়া
ঊৰ্ধ্বগতিঅধোগতি
ঊৰ্ধ্বচাপনিম্নচাপ
উৰ্ধ্বগমননিম্নগমন
উৰ্ধ্বগমনঅৱনমন
উৰ্ধ্বগমনঅধোনমন

"ঊ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ঊঢ়াঅনূঢ়া
ঊৰ্ধ্বগতিঅধঃগতি
ঊৰ্ধ্বগতিঅধোগতি
ঊৰ্ধ্বগামীঅধোগামী
ঊৰ্ধ্বচাপনিন্মচাপ
ঊৰ্ধ্বতনঅধঃতন
ঊৰ্ধ্বতনতলতীয়া
ঊৰ্ধ্বমুখঅধোমুখ
ঊৰ্ধ্বস্থঅধঃস্থ
ঊৰ্ধ্বহনুঅধঃহনু
ঊষাসন্ধ্যা
ঊৰ্ধ্বক্ষিপ্তঅধঃক্ষিপ্ত
ঊৰ্ধ্বক্ষেপনঅধঃক্ষেপন
ঊষৰউৰ্বৰ
ঊৰ্ধ্বক্ৰমিকঅধঃক্ৰমিক

"ঋ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ঋণাত্মকধনাত্মক
ঋণাত্মকযোগাত্মক
ঋণীঅঋণী
ঋজু বক্ৰ
ঋজুৰেখা বক্ৰৰেখা
ঋজুকঠিন
ঋণচিহ্নযোগচিহ্ন

"এ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
একমুখীবহুমুখী
একমাত্ৰিকবহুমাত্ৰিক
একমতদ্বিমত
একবচনবহুবচন
একত্ৰসিঁচৰতি
একত্ববহুত্ব
একান্নপৃথকান্ন
একতাভিন্নতা
একচনীয়াম্যাদী
একগামিতাবহুগামিতা
একগামীবহুগামী
এককোষীবহুকোষী
এককদলীয়
এককযুটীয়া
একাকিনলগে ভাগে
একাৰ্থকদ্ব্যৰ্থক
একেবেলেগ
এখেততেখেত
এতিয়াতেতিয়া
এতেকতেতেক
এনুৱাতেনুৱা
এনতেন
এনেকুৱাতেনেকুৱা
এন্ধাৰপোহৰ
এয়াসেয়া
এৰাধৰা
এলাগীলাগী
এলাহনিৰালস্য
এলেহুৱাকৰ্মথ
এৱাঁদৈ
এইদৰেসেইদৰে

"ঐ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ঐক্যঅনৈক্য
ঐকমত্যমতানৈক্য
ঐকমত্যমতভেদ
ঐচ্ছিকঅনৈচ্ছিক
ঐচ্ছিকবাধ্যতামূলক
ঐতিহাসিকএনৈতিহাসিক
ঐৰ্ব্যঅপাৰ্থিৱ
ঐহিকপাৰলৌকিক
ঐশান্যদক্ষিণ

"ও" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ওখচাপৰ
ওখোৰা-মোখোৰামসৃণ
ওচৰদূৰ
ওদানিপুণ
ওপংডুব
ওপৰতল
ওপৰততলত
ওপৰমুৱাতলমুৱা
ওপৰলৈতললৈ
ওপৰেদিতলেদি
ওৰআৰম্ভ
Updating ঔ

"ক" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
কথিতঅকথিত
কথ্যঅকথ্য
কথনীয়অকথনীয়
কপটঅকপট
কপটীয়াঅকপটীয়া
কৰণীয়অকৰণীয়
কৰ্মীঅকৰ্মী
ক্লেশঅক্লেশ
কল্যাণঅকল্যাণ
কল্পনীয়অকল্পনীয়
কটীয়ালেংপেং
কঙালউভৈনদীে
কঙালীভোগালী
ককৰ্থনাপ্ৰশংসা
কটুসোৱাদ
কটুৰসৰস
কঠিনসহজ, উজু
কঠুৱাদয়ালু
কঠোৰকোমল
কতিপয়সহৰ
কতীয়াপোন
কথকিনিবোকা
কথনীয়অকথনীয়
কথিতলিখিত
কথ্যঅকথ্য
কদৰঅনাদৰ
কদৰ্যসুন্দৰ
কনিষ্ঠজ্যেষ্ঠ
কন্দলমিল
কন্দাহঁহা
কপটঅকপট
কপটীয়াঅকপটীয়া
কপৰ্দকহীনআঢ্য
কপলীয়াদুৰ্কপলীয়া
কমবেছি
কমাবঢ়া
কম্পমানঅকম্পমান
কম্পিতঅকম্পিত
কৰণঅকৰণ
কৰণীয়অকৰণীয়
কৰাইচখৰচী
কৰযুক্তকৰমুক্ত
কৰ্কশকোমল
কৰ্ণগোচৰকৰ্ণৰ অগোচৰ
কৰ্তব্যঅকৰ্তব্য
কৰ্তৃত্বঅকৰ্তৃত্ব
কতৃত্বশীলঅকতৃত্বশীল
কৰ্মঅকৰ্ম
কৰ্মেন্দ্ৰিয়জ্ঞানেন্দ্ৰিয়
ক’লাবগা
ক’লীবগী
কল্পনাবাস্তৱ
কল্পিতঅকল্পি‍ত
কাঁৰীঅকাঁৰী
কাজঅকাজ
কাজীথুপৰী
কাতৰঅকাতৰ
কান্দহাঁহ
কান্দোনহাঁহি
কাপুৰুষসাহসী, নিৰ্ভীক
কামিলাঅকামিলা‍
কাম্যঅকাম্য
কায়িকমানসিক
কাৰণঅকাৰণ
কাৰ্যঅকাৰ্য
কাৰ্যকৰীঅকাৰ্যকৰী
কালঅকাল
কাল্পনিকবাস্তৱ
কিঞ্চিতপ্ৰচুৰ
কিনবিক
কিনাবেচা
কিৰণএন্ধাৰ
কিশোৰীকিশোৰী
কীৰ্তনৰটন
কুসু
কুখ্যাতসুখ্যাত
কুখ্যাতিসুখ্যাতি‍
কুদৃষ্টিসুদৃষ্টি
কুনামসুনাম
কুন্ধচসুশ্রী
কুপথসুপথ
কুপৰিবাহীসুপৰিবাহী
কুবাদসুবাদ
কুবেশসুবেশ
কুফলসুফল
কুমলীয়াপূৰঠ
কুমাৰঅকুমাৰ
কুমেৰুসুমেৰু
কুযশসুযশ
কুৰুচিসুৰুচি
কুৰূপসুৰূপ
কুবুদ্ধিসুবুদ্ধি
কুলক্ষণসুলক্ষণ
কুলক্ষণীসুলক্ষণী
কুলক্ষণীয়াসুলক্ষণীয়া
কুশলঅশুভ
কুশ্রীসুশ্রী
কৃতঅকৃত
কৃতকাৰ্যঅকৃতকাৰ্য
কৃতঘ্নকৃতজ্ঞ
কৃতজ্ঞকৃতঘ্ন
কৃতজ্ঞঅকৃতজ্ঞ
কৃতিঅকৃতি
কৃতিত্বঅকৃতিত্ব
কৃত্যঅকৃত্য
কৃত্ৰিমঅকৃত্ৰিম
কৃপণখৰচী
কৃপাময়কৃপাহীন
কৃপালুকৃপাহীন
কৃশস্থূল
কৃষিপ্ৰধানউদ্যোগপ্রধান
কৃষ্ণশুক্ল
কৃষ্ণশ্বেত
কৃষ্ণপক্ষশুক্লপক্ষ
কৃষ্ণাংগশ্বেতাংগ
কেঁকোৰাপোন
কেঁকোৰা-কেঁকুৰিপোন
কেঁচাপকা
কেঁৰাপোন
কেৰাহীপোন
কেৰেচাপোন
কেৰেহুৱাবুঢ়া
কোবালধীৰ
কোমলকঠিন
কোমলটান
ক্ৰন্দনহাস্য
ক্ৰয়বিক্ৰয়
ক্ৰূৰঅক্ৰূৰ
ক্ৰেতাবিক্ৰেতা
ক্লান্তঅক্লান্ত
ক্লেশঅক্লেশ
কাজীঅকাজী
কামিলাঅকামিলা
কাৰণঅকাৰণ
কৃতকাৰ্যঅকৃতকাৰ্য
কৃতঘ্নঅকৃতঘ্ন
কৃতিঅকীৰ্তি
কৃতজ্ঞঅকৃতজ্ঞ
কৃতজ্ঞতাঅকৃতজ্ঞতা
কৃত্ৰিমঅকৃত্ৰিম
ক্ৰূৰঅক্ৰূৰ
ক্লান্তঅক্লান্ত
কুমাৰঅকুমাৰ

"খ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
খংৰং
খংশিঙাৰংশিঙা
খঙালৰঙীয়াল
খটানখটা
খণ্ডঅখণ্ড
খণ্ডগ্ৰাসপূৰ্ণগ্ৰাস
খণ্ডিতঅখণ্ডিত
খণ্ডনীয়অখণ্ডনীয়
খণ্ডবাক্যপূৰ্ণবাক্য
খণ্ডিতঅখণ্ড, অখণ্ডিত
খৰধীৰ
খৰখেদালাহে‍-ধীৰে
খৰচজমা
খৰচীকৃপণ
খৰতকীয়ালেহেমীয়া
খৰাংজিপাল
খৰাংপীড়িতবানপীড়িত
খৰালি‍বাৰিষা
খৰিদবিক্ৰয়
খৰ্বনিখৰ্ব
খলনায়কনায়ক
খহটামিহি
খাঁটি‍ভেজাল
খানাখা
খাটনাখাট
খাদ্যঅখাদ্য
খাৰাপভাল
খাৰিফ শস্যৰবি শস্য
খালবাম
খালীভৰ্তি
খাহীপাঠা
খীণশকত
খুচুৰাপাইকাৰী
খুদগোটা
খেদআহলাদ
খোকোজাসলসলীয়া
খেলিমেলিসুশৃংখল
খোজযাচ‍
খোলাবন্ধ
খোৱানোখোৱা
খ্যাতঅখ্যাত
খ্যাতিঅখ্যাতি

"গ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
গৰলঅমৃত
গৰ্হিতঅগৰ্হিত
গৰ্বীঅগৰ্বী
গগনপাতাল
গচ্ছিতঅগচ্ছিত
গজনগজ
গজবসন্তোষ
গঠনভাঙোন
গঠিতঅগঠিত
গণিকাসতী
গণ্যনগণ্য
গতঅনাগত
গতানুগতিকঅগতানুগতিক
গতায়ুজীৱিত
গতি‍স্থিতি‍
গতিশক্তি‍স্থিতিশক্তি‍
গতিশীলস্থিতিশীল
গদ্যপদ্য
গধুৰপাতল
গধূলি‍পুৱা‌
গঞ্জনাপ্ৰশংসা
গপচচঞ্চল
গভীৰঅগভীৰ
গমনআগমন
গম্ভীৰচঞ্চল
গম্যঅগম্য
গৰমঠাণ্ডা
গৰলঅমৃত
গৰাকীগোলাম
গৰিবচহকী
গৰিমালঘিমা
গৰিষ্ঠলঘিষ্ঠ
গৰিহণাপ্ৰশংসা
গৰ্ববিনয়
গৰ্বীঅগৰ্বী
গৰ্হি‍তপ্ৰশংসনীয়
গলনগল
গ’লনগ’ল
গলানগলা
গহৰাপচোৱা
গহৰিঅবিলম্ব
গহীনচঞ্চল‌, পাতল
গ্ৰাহ্যঅগ্ৰাহ্য
গাইবলধ
গাঁওনগৰ
গাঁৱলীয়ানগৰীয়া
গাইগুটীয়াউমৈহতীয়া
গাম্ভীৰ্যচঞ্চলতা
গাঢ়পাতল
গায়কশ্ৰোতা
গুচৰীয়পদকীয়
গুণদোষ, নুগুণ
গুণফলভাগফল
গুণিতঅগুণিত
গুণীদোষী
গুপুতপ্ৰকাশিত‌
গুপ্তপ্ৰকাশিত
গুস্তপ্ৰকাশিত
গুৰি‍আগ
গুৰুশিষ্য, লঘু
গুৰুত্বলঘুত্ব
গূঢ়ব্যক্ত
গৃহস্থীসন্যাসী, অঘৰী
গৃহীসন্যাসী, অঘৰী
গৃহীতঅগৃহীত, বৰ্জি‍ত
গোটাচেপেটা
গোটোংমেলাহি‍
গোপনউন্মুক্ত, প্ৰকাশিত
গোপনীয়অগোপনীয়, প্ৰকাশ্য
গোপ্যপ্ৰকাশ্য
গোমাউজ্জ্বল, ফৰকাল
গোলচেপেটা
গোলামগৰাকী, মালিক, স্বামী
গৌণমুখ্য
গৌৰক’লা, শ্বেত, শ্যাম
গৌৰৱলাঘৱ
গ্ৰামাঞ্চলনগৰাঞ্চল
গ্ৰামীণনগৰীয়া
গ্ৰাম্যনগৰীয়া
গ্ৰাহ্যঅগ্রাহ্য
গ্ৰামাঞ্চলনগৰাঞ্চল
গ্ৰীষ্মশীত
গ্ৰীষ্মকালশীতকাল
গ্ৰীষ্মকালীনশীতকালীন
গ্লানিযশস্যা

"ঘ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ঘনসেৰেঙা
ঘনকৈসেৰেঙাকৈ
ঘনীভৱনবাষ্পীভৱন
ঘনীভূতবাষ্পীভূত
ঘঁটীয়াঅঁকৰা
ঘৰচীয়াবনৰীয়া
ঘাইপথউপপথ
ঘাটিৰাহি
ঘাতপ্ৰতিঘাত
ঘাতকপালক
ঘুঁৰীঘোঁৰা
ঘুমটিঅনি‍দ্ৰা
ঘৃণাপ্ৰেম
ঘৃণ্যশ্ৰদ্ধা
ঘৈণীপৈ
ঘৈণীয়েকগি‍ৰীয়েক
ঘোঁৰাঘুঁৰী
ঘোদাস্বচ্ছ‍
ঘোলাস্বচ্ছ
ঘোষঅঘোষ
ঘোষিতঅঘোষিত
ঘাইপথউপপথ
ঘাটিৰাহি
ঘৈণিয়েকগিৰীয়েক
ঘোষঅঘোষ
ঘনসেৰেঙা
ঘৃণাপ্ৰেম
ঘুমটিঅনিদ্ৰা
ঘৰচীয়াবনৰীয়া

"চ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
চতুৰহোজা
চতুৰঅজলা
চতুৰঅঁকৰা
চতুৰালিঅকৰামি
চঁচানচঁচা
চঁছখহটা
চকুৰ কুটাচকুৰ মণি
চকুৰ মণিচকুৰ কুটা
চঞ্চলগহীন, ধীৰ
চঞ্চলতাগাম্ভীৰ্য
চনকালিকটীয়া
চপলহীণ
চপামেল
চমুদূৰ
চৰকাৰীবেচৰকাৰী
চৰণমস্তক
চৰমনৰম
চৰমপন্থীনৰমপন্থী
চৰ্চিতঅচৰ্চিত
চৰ্তসাপে‍ক্ষবিনাচৰ্তে
চৰিত্ৰৱানচৰিত্ৰহীন
চৰিত্ৰহীনচৰিত্ৰৱান
চৰ্ব্যপেয়
চলঅচল
চলন্তস্থিৰ, অচল
চলিতঅচলিত
চহকীদৰিদ্ৰ, দুখীয়া
চহৰনগৰ
চহৰীয়ানগৰীয়া
চক্ষুস্মানঅন্ধ
চানাচা
চাইনাচাই
চাউল মাৰচাউল মোকলা
চাউল মুকলাচাউল মাৰ
চাকৰমালিক
চাতুৰ্যঅকৰামি, মূৰ্খামি
চাদাফুলবছা
চাপৰওখ
চাফালেতেৰা
চামিলবহিষ্কাৰ
চামিলকৰণবহিষ্কাৰকৰণ
চামুনকথকী
চালাকহোজা, অঁকৰা, অজলা
চাৱলপোন
চাহিদাযোগান
চাক্ষুষঅচাক্ষুষ, অগোচৰ
চিজিলবেচিজিল
চিধাবেঁকা
চিনাকিঅচিনাকি
চিন্তনীয়াঅচিন্তনীয়
চিন্তাগ্ৰস্তচিন্তামুক্ত
চিন্তাগ্ৰস্ততাচিন্তাহীনতা
চিন্তান্বিতচিন্তামুক্ত
চিন্তিতচিন্তাহীন
চিন্ময়মৃণ্ময়
চিপচিপীয়াদোপালপিটা
চিৰকালঅল্পকাল
চিৰকালীনঅল্পকালীন
চিৰবিচ্ছেদচিৰমিলন
চিৰস্থায়িত্বক্ষণস্থায়িত্ব
চিৰস্থায়ীক্ষণস্থায়ী
চিৰায়তসাময়িক
চিৰায়ুঅল্পায়ু
চিনাক্তঅচিনাক্ত
চিধাবেঁকা
চুটি‍দীঘল
চুপচাপহুলস্থূল
চুম্বকীয়অচুম্বকীয়
চুৱানিকা
চূড়ান্তপ্ৰাৰম্ভিক
চেঁচাতপত
চেঁচুকীয়াৰ’দঘাই
চেতনঅচেতন, জড়
চেনেহঘৃণা
চেপেটাগোটা

"ছ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ছঁপাহাতেলিখা
ছঁয়াময়াস্পষ্ট
ছাঁপোহৰ
ছায়াপোহৰ
ছায়াআলোক
ছিংজোৰা লগা
ছেগাচোৰোকানিয়মীয়া
ছেদকসংযোজক
ছেদনসংযোজন
ছেদিতসংযোজিত
ছেদ্যঅছেদ্য

"জ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
জংগমস্থাৱৰ
জঁয়সতেজ
জটিলসৰল
জড়জীৱ
জড়জগতজীৱজগত
জধলাপৰিপাটি
জনপ্ৰিয়অজনপ্ৰিয়
জনবহুলজনশূন্য
জনমমৰণ
জনশূন্যজনাকীৰ্ণ‍
জনসাধাৰণচৰকাৰ
জনানজনা
জনাকীৰ্ণজনশূন্য
জন্মমৃত্যু
জন্মতিথিমৃত্যুতিথি
জপামেল
জমাখৰচ
জয়পৰাজয়
জৰাযৌৱন
জৰিমনাপুৰস্কাৰ
জলস্থল
জলচৰস্থলচৰ
জলজস্থলজ
জলবতাহস্থলবতাহ
জড়াৱস্থাচৈতন্যাৱস্থা
জহজাৰ
জহকালিজাৰকালি‍
জাক্‌জমকঅনাড়ম্বৰ
জাক্‌জমকীয়াঅনাড়ম্বৰ, আড়ম্বৰশূন্য
জাগৰণনিদ্ৰা, শয়ন
জাগৃতসুপ্ত, শায়িত
জাগ্ৰতসুষুপ্ত, সুপ্ত
জাজ্বল্যমানতমসাচ্ছন্ন
জাতি‍অজাতি‍
জাতীয়বিজাতীয়
জায়াস্থায়ী, পতি
জাৰজহ
জাৰকালিজহকালি‍
জালআচল
জালিয়াতসজ্জন
জিকহাৰ
জিকাহৰা
জিতপৰাজিত
জিতেন্দ্ৰিয়অজিতেন্দ্ৰি‍য়
জিন্দামুৰ্দা
জিন্দাবাদমুৰ্দাবাদ
জীৰ্ণঅজীৰ্ণ
জীয়ামৰা
জীণঅজীণ
জীৱজড়
জীৱনমৰণ, মৃত্যু
জীৱন্তমৃত
জীৱাত্মাপৰমাত্মা
জীৱিতমৃত
জুতি‍বিজুতি‍
জুলীয়াগোটা
জেকাফৰফৰীয়া
জেলজেলীয়াডাঠ, ঘন
জ্যে‍‍ষ্ঠকনিষ্ঠ
জৈৱঅজৈৱ
জৈৱিকঅজৈৱিক
জোৰিকমজোৰি‍
জোলবিজোল
জোৱাৰভাটা
জ্ঞাতঅজ্ঞাত
জ্ঞানঅজ্ঞান
জ্ঞানৱন্তজ্ঞানহীন
জ্ঞানৱানজ্ঞানহীন, অজ্ঞানী
জ্ঞানীঅজ্ঞানী, মূৰ্খ
জ্ঞেয়অজ্ঞেয়
জ্যেষ্ঠকনিষ্ঠ
জ্যোতিএন্ধাৰ
জ্বলননিৰ্বাণ
টকটকীয়ামেহেঙা
টটাৰিউদাৰ
টটাটিঙাশান্তশিষ্ট
টাটকানি‍স্তে‍জ
টানঢি‍লা
টানউজু
টিকিৰাওখ‌
টিমকহোজা
টিমকঅজলা
টেঙামিঠা‌
টেঙৰঅঁকৰা
টেটেৰানোদোকা
টেৰাপোন
টেৰিমেৰিসৰল
টোকোনাচহকী
টোপনিঅনিদ্ৰা

"ট" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
টকটকীয়ামেহেঙা
টটাৰিউদাৰ
টটাটিঙাশান্তশিষ্ট
টাটকানি‍স্তে‍জ
টানঢি‍লা
টানউজু
টিকিৰাওখ‌
টিমকহোজা
টিমকঅজলা
টেঙামিঠা‌
টেঙৰঅঁকৰা
টেটেৰানোদোকা
টেৰাপোন
টোকোনাচহকী
টোপনিঅনিদ্ৰা

"ঠ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ঠগসাধু
ঠন ধৰজঁয় পৰ
ঠাট্টাপ্ৰশংসা
ঠাণ্ডাগৰম
ঠাৱৰঅনিশ্চয়
ঠিকবেঠিক
ঠুনুকামজবুত
ঠেকবহল
ঠেলটান
ঠেলাটনা
ঠেহসন্তোষ

"ড" বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ বিপৰীত শব্দ

শব্দবিপৰীত শব্দ
ডঁৰপুৰস্কাৰ
ডহঁচীয়াপূৰঠ
ডকৰণাপকা
ডঙুৱাবিবাহিত
ডৰনিৰ্ভয়
ডলীয়ালঠা
ডাইনাবেঁৱা
ডাঙৰসৰু
ডাঠপাতল
ডালদৰিদ্ৰআঢ্যৱন্ত
ডাৱৰীয়াফৰকাল
ডিম্বাণুশুক্ৰাণু
ডুবনওপঙন
ডুবন্তভাসন্ত
ডেকাবুঢ়া

"ঢ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ঢাকউদঙা
ঢিলাটান
ঢেৰতাকৰ
ঢেল্‌ঢেলীয়াসতেজ

"ত" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
তইমই
ত’তঅ’ত
ততকঅতক
ততা-তৈয়ালেহেম
ততা-তৈয়াকৈলেহেমকৈ
ততেকযতেক
তত্ত্বীয়প্ৰায়োগিক
তথাযথা
তদানীন্তনইদানীন্তন
তদ্ৰুপযদ্ৰুপ
তন্ময়মন্ময়
তপতচেঁচা
তমসাপোহৰ
তমসাচ্ছন্নজাজ্বল্যমান
তৰলঘন, কঠিন
তৰ্কমীমাংসা
তৰাংগভীৰ
তৰুণবৃদ্ধ, প্ৰৱীণ
তলওপৰ
তলতীয়াঊৰ্ধ্বতন
তস্কৰসাধু
তাকৰসৰহ
তাকৰীয়াসৰহীয়া
তাকৰীয়াকৈসৰহীয়াকৈ‍
তাজানি‍স্তে‍জ
তাতইয়াত
তাত্ত্বিকপ্ৰায়োগিক
তাদৃশইদৃশ
তাপশীত
তামসিকৰাজসিক, সাত্ত্বিক
তামসীজোনাক
তাৰল্যকাঠি‍ন্য
তাৰুণ্যবাৰ্ধক্য
তালাকনিকাহ
তিক্তমধুৰ
তিতাশুকান
তিমিৰআলোক
তিমিৰাচ্ছন্নজ্যোতিৰ্ময়
তিৰস্কাৰপুৰস্কাৰ
তিৰোতাপুৰুষ
তিৰোধানআবিৰ্ভাৱ
তিৰোভাৱআবিৰ্ভাৱ
তিৰোহিতআবিৰ্ভূত
তিৰ্যকপোন, ঋজু
তীখৰহেবাং
তীক্ষ্নবদুৱা
তীব্ৰমৃদু, লঘু
তুংগঅতুংগ
তুচ্ছউচ্চ
তুলনাবিহীনতুলনীয়
তুলনীয়অতুলনীয়
তুল্যঅতুল্য
তুষ্টৰুষ্ট, বিতুষ্ট
তৃপ্তঅতৃপ্ত
তৃপ্তিঅতৃপ্তি
তেজঃক্ষমা
তেনুৱাএনুৱা
তেনেএনে
তেৰেচীয়পোন
তোলনমা
ত্যক্তগৃহীত
ত্যাগগ্রহণ
ত্যাজ্যগ্ৰাহ্য, গ্ৰহণীয়
ত্ৰাসসাহস
ত্বৰণমন্থৰণ
ত্বৰাণ্বিতমন্থৰিত
ত্বৰিতমন্থৰিত

"থ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
থকানথকা
থৰনিঠৰ
থলুৱাবিদেশী
থাকনাথাক
থিতঅথিৰ
থিয়পথালি
থিয়কৈপথালিকৈ
থিয়চকুৱাপথালিচকুৱা
থিয় হবহ
থিৰঅথিৰ
থূপ খাসিঁচৰতি হ
থেপাথেপিসেৰেঙা
‍থেপাথেপিকৈসেৰেঙাকৈ

"দ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
বাম
দগাচোকা
দগ্ধঅদগ্ধ
দণ্ডপুৰস্কাৰ
দণ্ডনীয়ক্ষমাৰ্হ, ক্ষম্য
দত্তগ্ৰহণ
দঁতালমখনা
দধিএৱা
দমনীয়অদমনীয়, অদম্য
দম্যঅদম্য, অদমনীয়
দৰকাৰঅদৰকাৰ
দৰকাৰীঅদৰকাৰী
দৰদীনিৰ্দয়
দৰাকইনা
দৰিদ্ৰচহকী
দলীয়নিৰ্দলীয়
দয়াহিংসা
দয়ালুনিৰ্দয়
দক্ষিণউত্তৰ
দক্ষিণায়নউত্তৰায়ণ
দাতাগ্ৰহীতা
দানপ্ৰতিদান
দানৱদেৱতা
দানৱীয়মানৱীয়
দাম্ভিকবিনয়ী
দাৰিদ্ৰ্যআঢ্য
দাসপ্ৰভু
দাসত্বপ্ৰভুত্ব
দাহ্যঅদাহ্য
দিকবিদিক
দিঠকসপোন‍
দিনৰাতি
দিবাৰাত্ৰি, ৰাতি
দিবাকৰনিশাকৰ
দিৱসৰজনী
দিয়ালোৱা
দীঘপ্ৰস্থ, বাণি‍
দীঘলচুটি
দীনআঢ্যৱন্ত
দীপ্তম্লান
দীৰ্ঘহ্ৰস্ব
দীৰ্ঘম্যাদীহ্ৰস্বম্যাদী
দীৰ্ঘায়ুঅল্পায়ু
দুখসুখ
দুখীসুখী
দুখীয়াধনী
দুপৰীয়াদোভাগনিশা
দুঃখসুখ
দুঃখবৰসুখবৰ
দুঃশাসনসুশাসন
দুঃশীলসুশীল
দুঃশীলাসুশীলা
দুঃসংবাদসুসংবাদ
দুঃসময়সুসময়
দুঃসাধ্যসুসাধ্য
দুখানুভূতিসুখানুভূতি
দুখীয়াচহকী
দুৰন্তশান্ত
দুৰ্কপলীয়াকপলীয়া
দুৰ্গন্ধসুগন্ধ
দুৰ্গমসুগম
দুৰ্জনসুজন, সজ্জন
দুৰ্জ্ঞেয়জ্ঞেয়
দুৰ্দি‍নসুদিন
দুৰ্নামসুনাম
দুৰ্নীতিসুনীতি
দুৰ্নীতিপৰায়ণসুনীতি‍পৰায়ণ
দুৰ্বচনসুবচন
দুৰ্বলসবল
দুৰ্বলীবলী
দুৰ্বহসুবহ
দুৰ্বাৰনিৰ্বাৰ
দুৰ্বাসনাসুবাসনা
দুৰ্বিনীতসুবিনীত
দুৰ্বুদ্ধিসুবুদ্ধি
দুৰ্বোধ্যসহজবোধ্য
দুৰ্ভাগ্যৱানসৌভাগ্যৱান
দুৰ্ভেদ্যসুভেদ্য
দুৰ্মতিসুমতি
দুৰ্যশসুযশ, খ্যাতি‍
দুৰ্লভসুলভ
দুৰ্লক্ষণসুলক্ষণ
দুশ্চৰিত্ৰসৎচৰিত্ৰ
দুষ্কৰসুসাধ্য
দুষ্কৰ্মসুকৰ্ম
দুষ্কৃতিসুকৃতি
দুষ্টশিষ্ট, শান্ত
দুষ্প্ৰাপ্যসুলভ
দূৰওচৰ
দূৰদৰ্শিতাঅদূৰদৰ্শিতা
দূৰদৰ্শীঅদূৰদৰ্শী
দূৰৱৰ্তীনিকটৱৰ্তী
দৃঢ়কোমল, শিথিল
দৃঢ়তাশিথিলতা
দৃশ্যঅদৃশ্য
দৃশ্যমানঅদৃশ্যমান
দৃষ্টঅদৃষ্ট
দৃষ্টি‍অদৃষ্টি
দৃষ্টিহীন‍দৃষ্টিক্ষম‍
দে‍
দেখনেদেখ
দেধাৰঅলপ
দেনাপাওনা
দেয়অদেয়
দেৱঅসুৰ
দেৱতাঅসুৰ, দৈত্য, দানৱ
দেৱত্বঅসুৰত্ব
দেৱানীফৌজদাৰী
দেশদ্ৰোহদেশপ্ৰেম
দেশদ্ৰোহিতাদেশপ্ৰেম
দেশদ্ৰোহীদেশপ্ৰেমী
দেশপ্ৰেমদেশদ্ৰোহ
দেশপ্ৰেমীদেশপ্ৰেমী
দেশহিতৈশীদেশদ্ৰোহী
দেশহিতৈশিতাদেশদ্ৰোহিতা
দেশীবিদেশী
দেহীবিদেহ
দৈ‍এঁৱা
দৈত্যদেৱতা
দৈৱঅদৈৱ
দৈহিকমানসিক
দোভাগনিশাদুপৰীয়া
দোষগুণ
দোষীনিৰ্দোষ, নিৰ্দোষী
দ্যুপাতাল
দ্যুলোকভূলোক
দ্ৰৱঅদ্ৰৱ
দ্ৰৱণীয়অদ্ৰৱণীয়
দ্ৰৱীভূতঅদ্ৰৱীভূত
দ্ৰুতধীৰ, মন্থৰ
দ্বিধানিৰ্দ্বিধা
দ্বিধাগ্ৰস্তদ্বিধাহীন
দ্বিধাগ্ৰস্ততাদ্বিধাহীনতা
দ্বৈতঅদ্বৈত
দ্বৈ‍ধঅদ্বৈধ
দুখসুখ
দুখিয়াধনী
দাতাকৃপণ
দাদাবৌ
দিঠকসপোন
দিনৰাতি
দীঘলচুটি
দীৰ্ঘহ্ৰস্ব
দেখানেদেখা
দেৱতাঅসুৰ
দেশপ্ৰেমিকদেশদ্ৰোহী
দূৰদৰ্শীঅদুৰদৰ্শী
দুৰ্বলসবল
দুৰ্লভসুলভ
দয়ালুনিৰ্দয়

"ধ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ধনৱন্তধনহীন
ধনাত্মকঋণাত্মক
ধনিকাপতি
ধনীনি‍ৰ্ধন, দুখীয়া
ধনুৱানিধনুৱা
ধন্যঅকৃতাৰ্থ
ধৰুৱানিধৰুৱা
ধৰ্মঅধৰ্ম
ধৰ্মীঅধৰ্মী, বিধৰ্মী
ধৱলশ্যামল
ধাতৱঅধাতৱ
ধাতৱীয়অধাতৱীয়
ধাতুঅধাতু
ধাদুমীলনি‍, লাৱনি‍
ধাৰালভোটা, বদুৱা
ধাৰ্মিকঅধাৰ্মিক
ধীৰ
ধুতিবিধুতি
ধুনীয়াকৎচিত
ধূৰ্তঅঁকৰা
ধৃতমুক্ত
ধৈৰ্যঅধৈ‍ৰ্য
ধৈৰ্যশীলধৈৰ্যহীন
ধোঁৱাখুলীয়ামিতব্যয়ী
ধ্বংসসৃষ্টি, নিৰ্মাণ
ধ্বংসকাৰীসৃষ্টিকাৰী
ধ্বংসাত্মকসৃজনাত্মক, গঠনাত্মক
ধ্বংসমুখীসৃষ্টিমুখী
ধৈৰ্যঅধৈৰ্য
ধুনিয়াকুৎসিত
ধনীদুখীয়া
ধ্বংসসূষ্টি
ধৰ্মঅধম

"ন" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
পুৰণি
 প্ৰাচীন
নগদবাকী
নগৰগাঁও
নগৰাঞ্চলগ্ৰামাঞ্চল
নগৰীয়াগাঁৱলীয়া
নগ্নআবৃত
নতুনপুৰণা, পুৰণি
নবীনপ্ৰৱীণ
নমাউঠা
নম্ৰঅনম্ৰ, উদ্ধত
নম্ৰতাউগ্ৰতা
নৰকসৰগ, স্বৰ্গ
নৱন্যাসবাদধ্ৰুৱবাদ
নৰমচৰম, উদাৰ, টান, কঠিন
নৰমপন্থীচৰমপন্থী
নশ্বৰঅবিনশ্বৰ
নাইআছে‍
নাকচমঞ্জুৰ, অনুমোদন
নাবালকসাবালক
নামউঠ
নামঞ্জুৰমঞ্জুৰ
নামনিউজনি‍
নামীঅনামী, বেনামী
নাৰীপুৰুষ
নাশসৃষ্টি
নায়কখলনায়ক
নাস্তিকআস্তিক
নিকটআঁতৰ, দূৰ
নিকটৱৰ্তীদূৰৱৰ্তী
নিকটলুৱাকটলুৱা
নিকৰুণকৰুণ
নিকালেতেৰা, মলিন
নিকৃষ্টউৎকৃষ্ট, শ্ৰেষ্ঠ, প্ৰকৃষ্ট
নিখৰচীখৰচী
নিখৰ্বখৰ্ব
নিখুঁতখুঁত
নিখোজখোজ, খবৰ
নিগাজীঅস্থায়ী
নিগূঢ়গূঢ়
নিঘুণীয়াঘুণীয়া
নিছিদ্ৰসছিদ্ৰ
নিজপৰ
নিজগৰজগৰ
নিজনিঘোদা, ঘোলা
নিজানকোলাহল
নিজনি‍ঘোদা
নিত্যঅনিত্য
নিত্যতাঅনিত্যতা
নিথৰথৰ
নিদ্ৰাঅনিদ্ৰা, জাগৰণ
নিৰ্ধনীধনী
নিধতুৱাধতুৱা
নিধনুৱাধনুৱা
নিধৰুৱাধৰুৱা
নিন্দনীয়প্ৰশংসনীয়
নিন্দাপ্ৰশংসা
নিপীড়কপীড়ক
নিপীড়নপীড়ন
নিপুণঅকামিলা
নিভজুৱাভজুৱা
নিবুকাকথাচহকী
নিমন্ত্ৰিতঅনিমন্ত্ৰিত
নিমৰমিয়ালমৰমিয়াল
নিম্নউচ্চ
নিম্নচাপঊৰ্ধ্বচাপ
নিম্নতাউচ্চতা
নিম্নলিখিতউল্লিখিত
নিমাওমাওকোলাহলপূৰ্ণ, কোঢ়ালপূৰ্ণ
নিযুক্তিবৰ্খাস্ত, পদচ্যুত
নিৰভিমানীঅভিমানী
নিৰৱসৰৱ
নিৰসসৰস
নিৰৰ্থকসদৰ্থক, অৰ্থযুক্ত, অৰ্থৱহ
নিৰক্ষৰসাক্ষৰ
নিৰক্ষৰতাসাক্ষৰতা
ঘন, গধুৰ, গহীন, গম্ভীৰ
আকাশ, গগন, অন্তৰীক্ষ
পুণ্য
নিৰানন্দআনন্দ, পৰমানন্দ
নিৰাপদবিপদজনক, বিপজ্জনক
নিৰামিষআমিষ
নিৰামিষাহাৰীআমিষাহাৰী
নিৰুৎসাহউৎসাহ
নিৰুৎসাহিতউৎসাহিত
নিৰুৎসাহীউৎসাহী
নিৰুৎসুকউৎসুক
নিৰুদিষ্টউদ্দিষ্ট
নিৰুদ্দেশউদ্দেশ
নিৰুদ্ধৰুদ্ধ
নিৰুদ্যমউদ্যম
নিৰুদ্বিগ্নউদ্বিগ্ন
নিৰুপদ্ৰৱউপদ্ৰৱ
নিৰুপায়উপায়
নিৰূঢ়িৰূঢ়ি
নিৰূপৰূপ
নিৰোগৰোগ
নি‍ৰ্গন্ধসুগন্ধ
নিৰ্গুণগুণ, সগুণ
নিৰ্ঘোষঘোষ
নিৰ্জনজনাকীৰ্ণ, কোলাহল
নিৰ্জলসজল
নিৰ্জীৱসজীৱ
নিৰ্জুদুষ্ট
নিৰ্দয়সদয়, দয়ালু
নিৰ্দিষ্টঅনিৰ্দিষ্ট
নিৰ্দিষ্টতাঅনিৰিদিষ্ট
নিৰ্দেশকঅনিৰ্দেশক
নিৰ্দোষদোষ
নিৰ্দোষীদোষী
নিৰ্বংশবংশ
নিৰ্বলসবল
নিৰ্বাকসবাক
নিৰ্বিকল্পসৰ্বিকল্প
নিৰ্বিঘ্নবিঘ্ন
নিৰ্বিবাদবিবাদ
নিৰ্বিৰোধবিৰোধ
নিৰ্বিশেষবিশেষ
নিৰ্বুদ্ধিবুদ্ধি
নিৰ্বোধবোধ
নিৰ্ভীকভীৰু
নিৰ্ভুলভুল
নিৰ্মলমলিন
নিৰ্মিতঅনিৰ্মিত
নিৰ্মেঘমেঘাচ্ছন্ন, মেঘাবৃত
নিৰ্লজ্জসলজ্জ
নিৰ্লিপ্তলিপ্ত
নিৰ্লোভলোভ
নিলগনিকট, ওচৰ
নিলাজসলজ্জ
নিশব্দসশব্দ
নিশাদিবা
নিশাহউশাহ
নিশ্চয়অনিশ্চয়
নিশ্চিতঅনিশ্চিত
নিশ্চিন্তচিন্তিত
নিশ্চেষ্টসচেষ্ট
নিশ্ছিদ্ৰসছিদ্ৰ
নিশ্বাসপ্ৰশ্বাস, শ্বাস
নিষ্কণ্টককণ্টকাকীৰ্ণ
নিষ্কৰ্মাকৰ্মী
নিষ্কামসকাম
নিষ্ক্ৰিয়সক্ৰিয়
নিষ্ঠুৰদয়ালু
নিষ্ফলসফল, সাৰ্থক, কৃতকাৰ্য
নিস্তব্ধকোলাহল
নিস্তব্ধতাহাহাকাৰ
নিস্তেজসতেজ, তেজাল
নিয়মঅনিয়ম
নিয়মিতঅনিয়মিত
নিঃশব্দসশব্দ
নিয়োগবৰ্খাস্ত
নীচউচ্চ
নীচাত্মকউচ্চাত্মক
নীচাত্মিকাউচ্চাত্মিকা
নীতিঅনীতি‍
নীতিপৰায়ণঅনীতিপৰায়ণ
নেতিবাচকইতিবাচক
নেদেখাদেখা
নৈতিকঅনৈতিক
নৈতিকতাঅনৈতিকতা
নৈশদিন, দিবা
নৈশব্দ্যকোলাহল
নৈষ্ঠিকঅনৈষ্ঠিক, উদাৰ
নৈসৰ্গিককৃত্ৰিম
ন্যায়অন্যায়
ন্যূনঅধিক
ন্যূনতমঅধিকতম, সৰ্বোচ্চ
নিভীকভীৰু
নিৰানন্দআনন্দ
নিৰাপদবিপদজনক
নিৰভিমানীঅভিমানী
নিৰসৰসাল
নিৰহংকাৰঅহংকাৰ
নৈশদিবা
নতুণপুৰণি
নবীনপ্ৰবীন

"প" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
পৰআপোন
পকনিশুকনি
পকাকেঁচা
পছন্দঅপছন্দ
পশ্চিমপূব
পটুঅপটু
পঠনলিখন
পঠিতলিখিত
পণ্ডিতমূৰ্খ
পতনউত্থান
পদস্তঅপদস্ত
পথবিপথ
পথানশিতান
পথালিদীঘল
পথ্যঅপথ্য
পদকীয়াগোচৰীয়া
পদত্যাগপদগ্ৰহণ
পদাৰ্থঅপদাৰ্থ
পদ্যগদ্য
পনীয়াগোটা
পৱিত্ৰঅপৱিত্ৰ
আপোনপৰ
পৰআপোন
পৰকালইহকাল
পৰকীয়স্বকীয়
পৰজীৱীস্বজীৱী
পৰনিৰ্ভৰস্বনিৰ্ভৰ
পৰনিৰ্ভৰতাস্বনিৰ্ভৰতা
পৰনিৰ্ভৰশীলস্বনিৰ্ভৰশীল
পৰনিৰ্ভৰশীলতাস্বনিৰ্ভৰশীলতা
পৰলীয়া (চাউল)নিকা
পৰলোকইহলোক
পৰানোৱৰা
পৰাজয়জয়
পৰাধীনস্বাধীন
পৰাধীনতাস্বাধীনতা
পৰাৰ্থস্বাৰ্থ
পৰাশ্রয়ীস্বাশ্রয়ী
পৰাহ্নপূৱা
পৰিকল্পিতঅপৰিকল্পিত
পৰিচয়অপৰিচয়
পৰিচিতঅপৰিচিত
পৰিচ্ছিন্নঅপৰিচ্ছিন্ন
পৰিণতঅপৰিণত
পৰিতুষ্টঅপৰিতুষ্ট
পৰিতৃপ্তঅপৰিতৃপ্ত
পৰিত্যক্তঅপৰিত্যক্ত
পৰিত্যাগগ্ৰহণ, অপৰিত্যাগ
পৰিত্যাজ্যঅপৰিত্যাজ্য
পৰিধানঅপৰিধান
পৰিপক্বঅপৰিপক্ব
পৰিপাটিঅপৰিপাটি, বিশৃংখল
পৰিপুষ্টঅপৰিপুষ্ট
পৰিপুষ্টিঅপৰিপুষ্টি
পৰিবৃতঅনাবৃত
পৰিমিতঅপৰিমিত
পৰিশোধিতঅপৰিশোধিত
পৰিশ্ৰমআৰাম
পৰিশ্ৰমীঅপৰিশ্ৰমী, এলেহুৱা, নিষ্কৰ্মা, ধোদ, অলস
পৰিষ্কাৰঅপৰিষ্কাৰ
পৰোপকাকাৰীঅপকাৰী
পৰোক্ষপ্ৰত্যক্ষ
পৰোক্ষভাৱেপ্ৰত্যক্ষভাৱে
পৱিত্ৰঅপৱিত্ৰ
পৱিত্ৰতাঅপৱিত্ৰতা
পশ্চঅগ্ৰ
পশ্চাৎঅগ্ৰ
পশ্চাৎগমনঅগ্ৰগতি
পশ্চাৎগামীঅগ্ৰগামী
পশ্চাৎমুখীঅগ্ৰমুখী
পশ্চিমপূব
পক্ষপ্ৰতিপক্ষ, বিপক্ষ
পক্ষপাতনিৰপে‍ক্ষ
পক্ষপাতিত্বনিৰপে‍ক্ষতা
পাছআগ‌
পাঠ্যঅপাঠ্য
পাপীনিষ্পাপ
পাৰত্ৰিকঐহিক
পাৰ্থক্যমিল, সাদৃশ্য
পাৰ্থিৱঅপাৰ্থিৱ
পালকপালিত
পাহৰণসোঁৱৰণ, স্মৰণ
পাহৰণিসোঁৱৰণি
পাহাৰভৈয়াম
পিছআগ
পুণ্যপাপ
পুণ্যৱানপাপী
পুৰণিনতুন, ন
পুৰস্কাৰতিৰস্কাৰ
পুৰাতননতুন
পুৱাগধূলি
পুষ্টক্ষীণ, পুষ্টিহীন
পুষ্টিঅপুষ্টি
পূবপশ্চিম
পূৰঠঅপৈণত
পূৰ্ণঅপূৰ্ণ
পূৰ্ণকালীনঅংশকালীন
পূৰ্ণগ্ৰাসখণ্ডগ্ৰাস
পূৰ্ণিমাআঁউসী, অমাৱস্যা
পূৰ্বপশ্চিম, উত্তৰ
পূৰ্বজন্মপৰজন্ম
পূৰ্বপুৰুষউত্তৰপুৰুষ
পূৰ্বৱৰ্তীপৰৱৰ্তী
পূৰ্বসূৰীউত্তৰসূৰী
পূৰ্বাচলঅস্তাচল
পূৰ্বাহ্নঅপৰাহ্ন
পৈঘৈণী
পৈণতঅপৈণত
পোনবেঁকা
পোলোঙাজোপোহা
পোহনীয়াবনৰীয়া
পোহৰআন্ধাৰ
পৌৰাণিকআধুনিক
পৌষ্টিকঅপৌষ্টিক
প্ৰকটঅপ্রকট
প্ৰকাণ্ডসূক্ষ্ম, ক্ষুদ্ৰ
প্রকাশঅপ্রকাশ‌
প্ৰকাশিতঅপ্ৰকাশিত
প্ৰকাশ্যঅপ্ৰকাশ্য
প্ৰকৃতঅপ্ৰকৃত
প্ৰকৃতিবিকৃতি
প্ৰকৃতিস্থঅপ্ৰকৃতিস্থ
প্ৰকৃষ্টনিকৃষ্ট‍
প্ৰখ্যাতঅখ্যাত
প্ৰগতিশীলৰক্ষণশীল
প্ৰচন্দমৃদু
প্ৰচুৰতাকৰ
প্ৰাচুৰ্যঅপ্ৰাচুৰ্য, অভাৱ
প্ৰচেষ্টাঅপচেষ্টা
প্ৰজাৰজা
প্ৰজ্বলকনিৰ্বাপক
প্ৰজ্বলননিৰ্বাপন
প্ৰতিকূলঅনুকূল
প্ৰতিক্ৰিয়াক্ৰিয়া
প্ৰতিযোগীসহযোগী
প্ৰতিযোগিতাসহযোগিতা
প্ৰতিদানদান
প্ৰতিবাদসমৰ্থন
প্ৰতিবাদকাৰীসমৰ্থনকাৰী
প্রতিষ্ঠিতঅপ্রতিষ্ঠিত
প্ৰতিসৰণপ্ৰতিফলন
প্ৰত্ননব্য
প্রত্যক্ষপৰোক্ষ
প্ৰত্যাদেশআদেশ
প্ৰথমঅন্তিম
প্ৰধানঅপ্ৰধান, গৌণ
প্ৰফুল্লবিমৰ্ষ, ম্লান
প্ৰবলদুৰ্বল
প্ৰবীণনবীন
প্ৰবৃত্তিনিবৃত্তি
প্রভাতৰজনী
প্ৰভুভৃত্য
প্ৰমাদঅপ্রমাদ
প্ৰয়োগঅপ্রয়োগ
প্ৰয়োজনঅপ্ৰয়োজন
প্ৰয়োজনীয়অপ্ৰয়োজনীয়
প্ৰৱীণনবীন
প্ৰৱেশপ্ৰস্থান
প্ৰশংসানিন্দা, কুৎসা
প্ৰশস্তঅপ্ৰশস্ত, সংকীৰ্ণ
প্ৰশস্তিনিন্দা
প্ৰশাখাশাখা
প্ৰশান্তঅশান্ত
প্ৰশিক্ষকপ্রশিক্ষাৰ্থী
প্ৰশ্নউত্তৰ
প্ৰশ্বাসনি‍শ্বাস
প্ৰসন্নবিষণ্ণ
প্ৰসন্নতাবিষণ্ণতা, বিমৰ্ষতা
প্ৰসাৰণসংকোচন
প্ৰসিদ্ধঅখ্যাত
প্ৰস্থদীঘ
প্ৰস্থানপ্ৰৱেশ
প্ৰাংশুবামন
প্রাকৃতঅপ্রাকৃত
প্ৰাকৃতিকঅপ্ৰাকৃতিক, কৃত্ৰিম
প্রাচীনঅৰ্বাচীন, নবীন, আধুনিক
প্ৰাচ্যপাশ্চাত্য, প্ৰতিচ্য
প্ৰাণীউদ্ভিদ
প্রাপ্তঅপ্ৰাপ্ত
প্ৰাৰম্ভশেষ
প্ৰায়শকদাচিত
প্ৰায়োগিকতাত্ত্বিক
প্ৰাসংগিকঅপ্ৰাসংগি‍ক
প্ৰাসাদকুটীৰ, পঁজা
প্ৰিয়অপ্ৰি‍য়
প্ৰীতিঅপ্ৰীতি, অসূয়া
প্ৰীতিকৰঅপ্ৰীতিকৰ
প্ৰেমঘৃণা
প্ৰেয়ঃঅপ্ৰে‍য়ঃ
প্ৰেৰকগ্ৰাহক
প্ৰৌঢ়অপ্ৰৌঢ়
পাতালআকাশ
পাতলডাঠ
পাপপুণ্য
পোনপটীয়াআওপটীয়া
পোহনীয়াবনৰীয়া
পোহৰআন্ধাৰ
পুণ্যপাপ
পণ্ডিতমূৰ্খ
পুত্ৰজীয়ৰী
পুৱাগধূলি
পৱিত্ৰঅপৱিত্ৰ
প্ৰকাণ্ডসৰু
প্ৰকাশগোপন
প্ৰকৃতঅপ্ৰকৃত
প্ৰাচীননবীন
প্ৰাচ্যপাশ্চাত্য
পৰিকল্পিতঅপৰিকল্পিত
পৰিমিতঅপৰিমিত
পৰিষ্কাৰলেতেৰা
প্ৰচুৰতাকৰ
প্ৰেৰণানিৰুৎসাহ
প্ৰজাৰজা
পুৰণিনতুন
পূৰ্ণিমাঅমাৱশ্যা
প্ৰতক্ষ্যপৰোক্ষ
পৰনিৰ্ভৰশীলআত্মনিৰ্ভৰশীল
প্ৰৱেশপ্ৰস্থান
প্ৰভুভৃত্য
প্ৰশংসানিন্দা
প্ৰশ্নউত্তৰ

"ফ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ফটফটীয়াছঁয়াময়া
ফৰকালগোমা
ফৰফৰীয়াজেকা
ফৰিয়াদীআচামী
ফলঅফল
ফলপ্ৰদনিষ্ফল
ফলপ্ৰসূনিষ্ফল
ফাঁকিসত্য
ফাটসন্ধি
ফেদেলীঅপেশ্বৰী
ফৌজদাৰীদেৱানী

"ব" বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ বিপৰীত শব্দ

শব্দবিপৰীত শব্দ
বক্ষপৃষ্ঠ
বহলাইচমুৱাই
বহলঠেক
বহুবল্কীস্বল্পভাষী
বহুবল্কিতাস্বল্পভাষিতা
বৃহৎ ক্ষুদ্ৰ
বহুতকম
বহিৰ্মুখীঅন্তর্মুখী
বহিৰ্ভূতঅন্তৰ্ভুক্ত
বহিৰ্ভাগঅন্তৰ্ভাগ
বহিৰ্বাণিজ্যঅন্তঃবাণিজ্য
বহিৰজাউঠিৰজা
বহিৰ্জগতঅন্তৰ্জগত‌
বহিৰিন্দ্ৰিয়অন্তৰিন্দ্ৰিয়
বহিঃঅন্তঃ
বহুকোষীএককোষী
বৃহংক্ষুদ্ৰ
বহুঅল্প
বস্তুনিষ্টব্যক্তিনিষ্ঠ
বলৱৎবাতিল
বলীদুৰ্বলী
বলী দুৰ্বলী
বৰ্ধমানক্ষীয়মান
বৰ্ধিষ্ণুক্ষয়িষ্ণু
বৰ্ধকহ্ৰাসক
বৰ্তমানঅতীত
বৰণবৰ্জন
বৰ্জনীয়গ্ৰহণীয়
বৰ্জনগ্ৰহণ
বৰ্জিতগৃহীত
বৰ্খাস্তনিযুক্তি
বুৰওপং
বৰকইনা
বন্ধুত্বশক্ৰতা
বৃদ্ধিহ্ৰাস
বৃদ্ধবৃদ্ধা
বুঢ়াডেকা
ব্যয়আয়, সঞ্চয়
ব্যষ্টি‍সমষ্টি
ব্যৰ্থতাসাৰ্থকতা
ব্যৰ্থঅব্যৰ্থ
ব্যৱহৃতঅব্যৱহৃত
ব্যৱচ্ছেদঅব্যৱচ্ছেদ
ব্যয়আয়
ব্যাহতঅব্যাহত
ব্যক্তঅব্যক্ত
বুজনঅবুজন
বৈসাদৃশ্যসাদৃশ্য
বৈৰীমিত্ৰ
বৈৰিতামিত্ৰতা
বৈৰাগ্যআসক্তি
বৈৰাগীআসক্ত
বৈধঅবৈধ
বৈদিকঅবৈদিক
বেয়াভাল
বেসুৰাশ্ৰুতিমধুৰ
বেৰসিকৰসিক
বেনামীনামী
বেদ্যঅবে‍দ্য
বেয়াভাল
বেজাৰআনন্দ
বেছিকম
বেচৰকাৰীচৰকাৰী
বেঁকাপোন
বীভৎসমনোমোহা
বিয়োজনসংযোজন
বিয়োজিতসংযোজিত
বিয়োজকসংযোজক
বিয়োগফলযোগফল
বিয়োগান্তমিলনান্ত
বিয়োগাত্মকযোগাত্মক
বিয়োগযোগ
বিহিতঅবিহিত
বিহঅমৃত
বিস্মৃতঅবিস্মৃত, স্মৃত
বিসদৃশসদৃশ
বিস্তৃতসংক্ষিত
বিস্তৃতঅবিস্তৃত
বিসংগতিসংগতি
বিসংগতসংগত
বিষয়ীবৈৰাগী
বিষয়বৈৰাগ্য
বিষাদহৰ্ষ, আনন্দ
বিষঅমৃত
বিশ্লেষণসংশ্লেষণ
বিশ্রীসুশ্রী
বিশ্ৰামঅবিশ্ৰাম
বিশ্রান্তঅবিশ্রান্ত
বিশ্বাসীবিশ্বাসঘাতক
বিশ্বাসীঅবিশ্বাসী
বিশ্বাসঘাতকবিশ্বাসভাজন
বিশ্বাসঅবিশ্বাস
বিশুদ্ধঅশুদ্ধ
বিশেষসাধাৰণ, নিৰ্বিশেষ
বিশালক্ষুদ্ৰ
বিশৃংখলসুশৃংখল
বিলম্বিতদ্ৰুত
বিলম্বঅবিলম্ব
বিলক্ষণসুলক্ষণ
বিৰহীপ্ৰে‍ম
বিৰহমিলন
বিৰসিকৰসিক
বিৰসসৰস
বিৰলসঘন
বিৰূপঅপৰূপ
বিৰতঅবিৰত
বিৰোধনিৰ্বিৰোধ
বিৰোদ্ধঅবিৰোদ্ধ
বিৰামঅবিৰাম
বিৰাটক্ষুদ্ৰ
বিৰাগঅনুৰাগ
বিৰক্তঅবিৰক্ত
বিমূৰ্তমূৰ্ত
বিমিশ্ৰঅবিমি‍শ্র
বিমাতামাতা
বিমুখউন্মুখ
বিমুক্তবন্ধন
বিমংগলসুমংগল
বিভাজনসংযোজন
বিভাজিতসংযোজিত
বিভক্তঅবিভক্ত
বিবৃতসংবৃত
বিবেচকঅবিবেচক
বিবাদসুবাদ
বিফলতাসফলতা
বিফলতাসফলতা
বিফলসফল
বিপন্ননিৰাপদ
বিপদসম্পদ
বিপত্নীকসপত্নীক
বিপক্ষসপক্ষ
বিনয়ীদাম্ভিক
বিনয়গৰ্ব
বিনশ্বৰঅবিনশ্বৰ
বিনম্ৰতাদাম্ভিকতা
বিনম্ৰদাম্ভিক
বিনতঅবিনত
বিন্যস্তঅবিন্যস্ত
বিনীতউদ্ধত
বিনাশসৃষ্টি
বিধৰ্মীস্বধৰ্মী
বিধৰ্মসধৰ্ম
বিধবাসধবা‌
বিধুতিধুতি
বিধেয়উদ্দেশ্য
বিধিঅবিধি
বিদুষীঅশিক্ষিতা
বিদ্বানমূৰ্খ
বিদ্যমানতাঅবিদ্যমানতা
বিদ্যমানঅবিদ্যমান
বিদ্যাঅবিদ্যা
বিদেহদেহী
বিদেশীস্বদেশী
বিদেশস্বদে‍শ
বিদিতঅবিদিত
বিতৃষ্ণাঅনুৰাগ
বিতুষ্টসন্তুষ্ট
বিযুৰীয়াযুৰীয়া
বিযোৰযোৰ
বিযুক্তযুক্ত
বিজয়পৰাজয়
বিজ্ঞতাঅবিজ্ঞতা
বিজ্ঞেয়অজ্ঞেয়
বিজ্ঞাতঅজ্ঞাত
বিজ্ঞমূৰ্খ, অজ্ঞ
বিজেতাবিজিত
বিচৰানিবিচৰা
বিচ্ছেদমিলন
বিঘ্নঅবিঘ্ন
বিগ্ৰহসন্ধি
বিগতঅনাগত
বিখ্যাতঅখ্যাত
বিকশিতঅবিকশিত
বিকলসচল
বিকৰ্ষণআকৰ্ষণ
বিক্ৰয়ক্ৰয়
বিকাশঅপ্ৰকাশ
বিকাকিনা
বিককিন
বাঢ়োঁতাটুটোঁটা
বাহুল্যস্বল্পতা
বাহ্যিকঅভ্যন্তৰীণ, অভ্যন্তৰিক
বাহ্যঅভ্যন্তৰ
বাহিৰতভিতৰত
বাহিৰাভিতৰুৱা
বাহিৰভিতৰ
বাহালবাতিল
বাস্তৱিককাল্পনিক
বাস্তৱকল্পনা, অবাস্তৱ
বাল্যবাৰ্ধক্য
বালকবালিকা, বৃদ্ধ
বাৰবনিতাসতী
বাৰিষাখৰালি
বামপন্থীসোঁপন্থী
বামনবামন
বাম
বানপীড়িতখৰাংপীড়িত
বাধ্যঅবাধ্য
বাদীবিবাদী
বাদীবিবাদী
বাদবিবাদ
বাতিলবাহাল
বাণিদীঘ
বাটঅবাট
বাঞ্ছিতঅবাঞ্ছিত
বাজভিতৰ
বাকীনগদ
বাঁওসোঁ
বুকুপিঠি
বুঢ়ীবুঢ়া
বুঢ়াবুঢ়ী

"ভ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ভগ্নগোটা
ভংগঅভংগ
ভঁজুৱাবিশুদ্ধ
ভকতঅভকত
ভকতীয়াঅভকতীয়া
ভক্তঅভক্ত
ভঙাগঢ়া
ভটিয়নিউজনি
ভটিয়াইউজাই
ভণ্ডসাধু
ভদ্ৰঅভদ্ৰ
ভনীবাই
ভব্যঅভব্য
ভয় সাহস
ভয়াতুৰসাহসী
ভৰ্তিখালী
ভৰ্ৎসনাপ্রশংসা
ভৰ্ৎসিৎপ্ৰশংসিত
ভৱিষ্যৎঅতীত
ভক্ষঅভক্ষ
ভক্ষকৰক্ষক
ভাইককাই
ভাংগঢ়
ভাগফলগুণফল
ভাঙোনগঠন
ভাজ্ঞদুৰ্ভাজ্ঞ
ভাজকভাজ্য
ভাজ্যঅবিভাজ্য
ভাটাজোৱাৰ
ভাটিউজনি
ভালবেয়া
ভাবানুবাদশব্দানুবাদ
ভাসডুব
ভাসনডুবন
ভিকহুধনী
ভিতৰবাহিৰ
ভিতৰতবাহিৰত
ভিতৰুৱাবাহ্যিক
ভিন্নঅভিন্ন
ভীৰুসাহসী
ভীৰুতানিৰ্ভীকতা
ভুক্তঅভুক্ত
ভুলশুদ্ধ
ভুৱাসঁচা
ভূতভৱিষ্যৎ
ভূমিকাউপসংহাৰ
ভক্তিঘৃণা
ভাইভনী
ভাগ্যদুৰ্ভাগ্য
ভালবেয়া
ভোতাচোকা
ভূতভৱিষ্যত
ভৃত্যস্বামী, প্ৰভু
ভেজালখাঁটি
ভেদঅভেদ
ভেদ্যঅভেদ্য
ভৈয়ামপাহাৰ
ভোকআভোক
ভোগত্যাগ
ভোগালীকঙালী
ভোটাতীক্ষ্ন, চোকা, জোঙা
ভোদাচতুৰ
ভৌতিকঅভৌতিক, ৰাসায়নিক
ভ্ৰষ্টঅভষ্ট
ভ্ৰান্তঅভ্ৰান্ত

"ম" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
মংগলঅমংগল
মখনাদঁতাল
মজবুতকমজুৰি
মঞ্জুৰনামঞ্জুৰ
মঞ্জুৰিনামঞ্জুৰি
মতঅমত
মতদ্বৈধঐক্যমত
মতৈক্যমতানৈক্য
মধুৰতিক্ত, কটু
মধ্যাহ্নঅপৰাহ্ন
মনোযোগঅমনোযোগ
মনোনয়নঅমনোনয়ন
মনোনীতঅমনোনীত
মন্থৰদ্ৰুত
মন্থৰক্ষীপ্ৰ
মন্থৰতাদ্ৰুততা
মন্থৰতাক্ষি‍প্ৰতা
মন্দদ্ৰুত
মৰণজীৱন
মস্তকচৰণ
মৰমিয়ালনিষ্ঠুৰ
মৰাজীয়া
মসৃণখহটা
মহৎহীন
মহত্ত্বহীনত্ব
মহাজনশ্ৰমিক
মহানহীন
মহাত্মাদুৰাত্মা
মাটিপানী
মাতঅমাত
মানঅপমান
মান্যঅমান্য
মানৱঅমানৱ
মানৱীয়অমানৱীয়
মানসিকদৈহিক
মানীমানহীন
মানুষিকঅমানুষিক
মান্যঅমান্য, ঘৃণ্য
মাৰ্জিতঅমাৰ্জিত
মালিকচাকৰ, লগুৱা
মিছাসঁচা
মিতব্যয়অপচয়
মিতব্যয়িতাঅমিতব্যয়িতা
মিতব্যয়ীঅমিতব্যয়ী, ধোঁৱাখুলীয়া
মিতভাষিতাবহুবল্কিতা
মিতভাষীবহুবল্কী
মিতিৰালিশত্ৰুতা
মিত্ৰশত্ৰু, বৈৰী
মিত্ৰতাশত্ৰুতা, বৈৰিতা
মিথাতিতা
মিথ্যাসত্য
মিথ্যাবাদীসত্যবাদী
মিলঅমিল
মিলনবিচ্ছেদ
মিলনান্তবিয়োগান্ত
মিশ্ৰঅমিশ্র
মিহিখহটা
মুকলিবন্ধ, আবুৰ
মুক্তবন্দী
মুক্তিবন্ধন
মুখৰমৌন
মুখ্যগৌণ
মুৰ্দাজিন্দা
মুৰ্দাবাদজিন্দাবাদ
মূল্যহীনমূল্যৱান
মূৰ্খপণ্ডিত, জ্ঞানী
মূৰ্খামিপণ্ডিতালি, চতুৰালি
মূৰ্তবিমূৰ্ত
মৃতজীৱি‍ত
মৃত্যুজন্ম
মৃদুতীব্ৰ
মেঘাচ্ছন্ননিৰ্মেঘ
মেধ্যঅপৱি‍ত্ৰ
মেধাগাধা, অমেধা
মেমেৰাশকত
মেৰুদণ্ডীঅমেৰুদণ্ডী
মেলাহিগোটোং
মৌখিকলিখিত
ম্লানউজ্জ্বল

"য" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
যতিসংযতি
যতেকততেক
যত্নঅযত্ন
যত্নকৃতঅযত্নকৃত
যত্নলভ্যঅযত্নলভ্য
যত্নসমভূতঅযত্নসম্ভূত
যথাতথা
যথাৰ্থঅযথাৰ্থ
য’ৰত’ৰ
য’লৈত’লৈ
যশঅপযশ
যশস্যাগ্লানি
যাচিতঅযাচিত
যাযাবৰস্থায়ী
যুক্তঅযুক্ত, বিযুক্ত
যুক্তিঅযুক্তি
যুক্তিযুক্তযুক্তিহীন
যুক্তিকৰঅযুক্তিকৰ
যুক্তিহীনযুক্তিযুক্ত
যুগমীয়াক্ষণস্থায়ী
যুগলএকক
যুগুতঅযুগুত
যুগুতিঅযুগুতি
যুগ্মঅযুগ্ম
যুটীয়াএকক
যুদ্ধশান্তি
যুৰীয়াবিযুৰীয়া
যুৱকবৃদ্ধ
যেতিয়াতেতিয়া
যেতেকেতেতেকে
যোগবিয়োগ
যোগানচাহিদা
যোগ্যঅযোগ্য
যোগ্যতাঅযোগ্য
যোজকবিয়োজক
যোজনবিয়োজন
যোজ্যঅযোজ্য
যোত্ৰঅযোত্ৰ
যোৰবিযোৰ
যৌক্তিকঅযৌক্তিক
যৌগমৌল
যৌগিকমৌলিক, অযৌগিক, সৰল
যৌথএকক
যৌৱনবাৰ্ধক্য

"ৰ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ৰপ্তানিআমদানি
ৰবি শস্যখাৰিফ শস্য
ৰমণীয়কুৎসিত
ৰম্যকুৎসিত
ৰসিকবেৰসিক
ৰক্ষকভক্ষক
ৰক্ষণশীলপ্ৰগতিশীল
ৰয়নৰয়
ৰাগবিৰাগ
ৰাজনৈতিকঅৰাজনৈতিক
ৰাজসিকতামসিক, সাত্ত্বিক
ৰাজহুৱাব্যক্তিগত
ৰাজিনাৰাজ
ৰাতিদিন
ৰাসায়নিকভৌতিক
ৰাহিখৰচ
ৰিক্তপূৰ্ণ
ৰীতিঅৰীতি
ৰুগ্নসুস্থ
ৰুচিঅৰুচি
ৰুদ্ধমুক্ত
ৰুষ্টতুষ্ট
ৰুক্ষমসৃণ
ৰুক্ষতামসৃণতা
ৰুঢ়মৃদু
ৰেহাইজৰিমণা
ৰোগনিৰোগ
ৰোগীনিৰোগী
ৰোষআনন্দ
ৰোহহৰ্ষ

"ল" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
লগঅকল
লগতঅকলে
লঘিমাগৰিমা
লঘিষ্ঠগৰিষ্ঠ
লঘুগুৰু, গাঢ়
লঘুত্বগুৰুত্ব
লবহৰ
লম্বতিৰ্যক
লভহে‍ৰুৱা
লক্ষ্যঅলক্ষ্য
লয়অলয়, সৃষ্টি
লাওমূৰাশিঙাল
লাগনালাগ
লাগতিয়ালঅলাগতিয়াল
লাগীএলাগী
লাগেনালাগে
লাঘৱগৌৰৱ
লাজুকনিৰ্লজ
লাজুকীনিৰ্লজ
লাভলোকচান
লাহীশকত
লাহেকৈজোৰকৈ, বেগেৰে
লাহে-ধীৰেশীঘ্ৰে, খৰখেদাকৈ
লাহে লাহেশীঘ্ৰে, খৰখেদাকৈ
লিকটাচনকা, ঠুনুকা
লিকটীয়াচনকা, ঠুনুকা
লিখনপঠন, কথন
লিখিতঅলিখিত, কথিত
লিপ্তনিৰ্লিপ্ত
লিপ্ততানিৰ্লিপ্ততা
লিহিৰীশকত
লুকাই চুৰকৈদেখাদেখিকৈ, প্ৰকাশ্যে
লুধুমীলনি
লেখকপঢ়ুৱৈ
লেতেৰাচাফা
লেতেৰাপৰিষ্কাৰ
লেনদেন
লেনাদেনা
লোকচানলাভ
লোভীয়ানিৰ্লোভ
লৌকিকঅলৌকিক
লৌকিকতাঅলৌকিকতা
লংঘনপালন
লংঘনীয়পালনীয়, অলংঘনীয়, অলংঘ্য
লংঘিতপালিত
লংঘ্যঅলংঘ্য
ল’ৰাকালবুঢ়াকাল
দে

"শ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
শকতক্ষীণ
শক্তঅশক্ত
শঠসাধুয
শঠতাসাধুতা
শতৰুমিত্ৰ, মিতিৰ
শতুৰালি ‌মিতিৰালি
শত্ৰুমিত্ৰ
শত্ৰুতামিত্ৰতা
শব্দানুবাদভাবানুবাদ
শৰীৰীঅশৰীৰী
শয়নজাগৰণ, উত্থান
শাওআশীৰ্বাদ
শাসকশাসিত
শান্তঅশান্ত, দুৰন্ত
শান্তিঅশান্তি
শান্তিঅসতী
শাপআশীৰ্বাদ, বৰ
শাৰীৰিকমানসিক
শায়িতউত্থি‍ত
শালিলাহী
শালীনঅশালীন
শালীনতাঅশালীনতা
শাসকশাসিত
শাস্তিপুৰস্কাৰ
শিকনিশিক
শিকানিশিকা
শিঙাললাওমূৰা
শিতানপথান
শিথিলদৃঢ়
শিথিলতাদৃঢ়তা
শিৰপদ
শিষ্টঅশিষ্ট
শিষ্যগুৰু
শি‍ক্ষকশি‍ক্ষাৰ্থী
শি‍ক্ষাৰ্থীশি‍ক্ষক
শীঘ্ৰবিলম্ব
শীতগ্ৰীষ্ম
শীতকালগ্ৰীষ্মকাল
শীতকালি‍গ্ৰীষ্মকালি
শীতলউষ্ম, তপত, গৰম
শীতলতাউষ্ণতা
শীৰ্ণস্থূল
শুকনিপকনি
শুকানসৰস, তিতা, সিক্ত
শুকুলাক’লা, কৃষ্ণ
শুক্ৰাণুডিম্বাণু
শুক্লকৃষ্ণ
শুক্লপক্ষকৃষ্ণপক্ষ
শুচিঅশুচি
শুদ্ধঅশুদ্ধ, ভুল
শুভঅশুভ
শুভদৃষ্টিঅশুভদৃষ্টি, কুদৃষ্টি
শুভ্ৰকৃষ্ণ
শুৱনিঅশুৱনি, কুন্ধচ
শুৱলাকৰ্কশ, কঠুৱা, হুঁটা
শুষ্কআৰ্দ্ৰ, সিক্ত
শূন্যপূৰ্ণ
শূন্যতাপূৰ্ণতা
শৃংখলবিশৃংখল
শেষআৰম্ভ, প্ৰথম
শোকহৰ্ষ
শোভনঅশোভন
শোভনীয়অশোভনীয়
শ্ৰদ্ধাঅশ্ৰদ্ধা
শ্ৰব্যঅশ্ৰব্য
শ্ৰমবিৰাম, বিশ্ৰাম
শ্ৰীবিশ্ৰী
শ্রুতিকটুশ্রুতিমধুৰ
শ্রুতিমধুৰশ্রুতিকটু
শ্ৰেষ্ঠনিকৃষ্ট
শ্ৰোতাবক্তা
শ্যামগৌৰ
শ্লিষ্টঅশ্লি‍ষ্ট
শ্লীলঅশ্লীল
শ্লীলতাঅশ্লীলতা
শ্বাসনি‍শ্বাস
শ্বেতাংগকৃষ্ণাংগ
blank

"স" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
সংকীৰ্ণবিস্তীৰ্ণ, প্ৰশস্ত
সংকুচিতপ্রসাৰিত
সংকোচনিঃসংকোচ
সংকোচনপ্ৰসাৰণ
সংগতঅসংগত
সংগতিবিসংগতি
সংগ্ৰতবিতৰণ
সংবদ্ধঅসংবদ্ধ
সংযতঅসংযত
সংযমঅসংযম
সংযমীঅসংযমী
সংযুক্তঅসংযুক্ত, বিযুক্ত
সংযোগবিয়োগ
সংযোজনবিয়োজন
সংযোজিতবিয়োজিত
সংৰক্ষণঅসংৰক্ষণ
সংৰক্ষিতঅসংৰক্ষিত
সংলগ্নঅসংলগ্ন
সংস্কৃতঅসংস্কৃত
সংশয়প্ৰত্যয়
সংশ্লিষ্টবিশ্লিষ্ট
সংশ্লেষণবিশ্লেষণ
সংহতবিভক্ত
সংক্ষিপ্তবিক্ষিপ্ত, বিস্তৃত
সংক্ষেপবাহুল্য, বিস্তাৰ
সংক্ষেপিতবিস্তাৰিত
সঁচামিছা
সকৰুণঅকৰুণ
সকৰ্মকঅকৰ্মক
সকামনিষ্কাম
সক্ৰিয়নিষ্ক্ৰিয়
সক্ৰিয়তানিষ্ক্ৰিয়তা
সগুণনিৰ্গুণ
সঘোষঅঘোষ
সচলঅচল, নিশ্চল
সচিতনিদ্ৰা
সচেতনঅচেতন
সচেষ্টনিশ্চেষ্ট
সচ্চৰিত্ৰদুশ্চৰিত্ৰ
সজঅসজ
সজাগনি‍দ্ৰিত
সজীৱনিৰ্জীৱ‌
সজ্জনদুৰ্জন
সজ্ঞানঅজ্ঞান
সঞ্চয়খৰচ, অপচয়
সতৰ্কঅসতৰ্ক
সতীঅসতী, বাৰবনিতা
সতেজনিস্তেজ
সৎঅসৎ
সত্বৰধীৰ
সত্বৰেধীৰে
সত্যঅসত্য
সদৰ্থকনঞৰ্থক
সদগুণবদগুগ
সদয়নিৰ্দয়
সদাচাৰকদাচাৰ
সদাচাৰীকদাচাৰী
সদৃশঅসদৃশ, বিসদৃশ
সদ্ভাৱঅসদ্ভাৱ
সধৰ্মবিধৰ্ম
সধৰ্মীবিধৰ্মী
সধবাবিধবা
সনাতনঅনিত্য
সন্তঅসন্ত
সন্তুষ্টঅসন্তুষ্ট, বিতুষ্ট
সন্তুষ্টিঅসন্তুষ্টি, বিতুষ্টি
সন্তোষঅসন্তোষ
সন্দিগ্ধঅসন্দিগ্ধ
সন্ধিৰণ, বিগ্ৰহ, ফাট
সন্ধ্যাপুৱা
সন্নিধানব্যৱধান
সন্মতঅসন্মত
সন্মতিঅসন্মতি
সন্মানঅসন্মান
সন্মানিতঅসন্মানিত
সন্মুখবিমুখ, পশ্চাৎ, পিছ
সপক্ষবিপক্ষ
সপুত্ৰকঅপুত্ৰক
সপুষ্পকঅপুষ্পক
সপোনদিঠক
সপ্ৰতিভঅপ্ৰতিভ, নিষ্প্ৰতিভ
সফলবিফল
সফলতাবিফলতা
সবংশনিৰ্বংশ
সবলদুৰ্বল
সবাকনিৰ্বাক
সভয়অভয়
সভ্যঅসভ্য
সমবিষম, অসম
সমতলঅসমতল
সমতাবিষমতা, অসমতা
সমবাহুবিষমবাহু
সমষ্টিব্যষ্টি
সময়অসময়
সমৰ্থঅসমৰ্থ
সমৰ্থৱানঅসমৰ্থৱান
সমষ্টিব্যষ্টি
সমানঅসমান
সমাপনঅসমাপন
সমাপিকাঅসমাপিকা
সমাপ্তঅসমাপ্ত, আৰম্ভ
সমুখবিমুখ
সম্পদবিপদ
সম্পূৰ্ণঅসম্পূৰ্ণ
সম্প্ৰসাৰণসংকোচন
সম্বন্ধঅসম্বন্ধ
সম্ভাৱ্যঅসম্ভাৱ্য
সযত্নঅযত্ন
সৰলজটিল, কুটিল, বক্ৰ
সৰৱনি‍ৰৱ
সৰহতাকৰ
সৰুডাঙৰ
সশব্দনিঃশব্দ
সশস্ত্ৰনিৰস্ত্ৰ
সশ্রদ্ধঅশ্ৰদ্ব
সশ্ৰমবিনাশ্ৰম
সসীমঅসীম
সস্তাদামী
সস্তীয়াদামী
সহজজটিল
সহযোগঅসহযোগ
সহযোগিতাপ্ৰতিযোগিতা
সহযোগীপ্ৰতিযোগী
সহায়অসহায়
সহিষ্ণুঅসহিষ্ণু
সহিষ্ণুতাঅসহিষ্ণুতা
সহ্যঅসহ্য
সক্ষমঅক্ষম
সক্ষমতাঅক্ষমতা
সাকাৰনিৰাকাৰ
সাজপুৱা
সাদৃশ্যবৈসাদৃশ্য
সাধুঅসাধু
সাধ্যঅসাধ্য
সাফল্যব্যৰ্থতা
সাবালকনাবালক
সাবালিকানাবালিকা
সামৰিকঅসামৰিক
সামান্যঅসামান্য
সামিষনিৰামিষ
সাম্যবৈষম্য
সাৰঅপসাৰ, অসাৰ
সাৰুৱাঅসাৰুৱা
সাৰ্থকঅসাৰ্থক
সাৱধানঅসাৱধান
সাহসভয়
সাহসিকতাভীৰুতা
সাহসীভীৰু
সাক্ষৰনিৰক্ষৰ
সাক্ষৰতানিৰক্ষৰতা
সিক্তশুষ্ক, অসিক্ত
সিক্ততাশুষ্কতা
সিতকৃষ্ণ
সিদ্ধঅসিদ্ধ
সিদ্ধি‍অসিদ্ধি
সিপুৰীইপুৰী
সুকু
সুকৃতিদুষ্কৃতি
সুখদুখ
সুখ্যাতকুখ্যাত
সুখ্যাতিকুখ্যাতি
সুখাৱহদুখাৱহ
সুখীদুখী, অসুখী
সুগন্ধদুৰ্গন্ধ
সুগভীৰঅগভীৰ
সুগমদুৰ্গম
সুচলঅচল
সুদৰ্শনকুদৰ্শন
সুদৃষ্টিকুদৃষ্টি
সুন্দৰকুৎচিত
সুনামকুনাম, দুৰ্নাম
সুনীতিকুনীতি, অনীতি
সুপ্তজাগ্ৰত, জাগৃত
সুফলকুফল
সুবহদুৰ্বহ
সুবিধাঅসুবিধা
সুবুদ্ধিকুবুদ্ধি
সুবেশকুবেশ
সুবোধ্যদুৰ্বোধ্য
সুভাগ্যদুৰ্ভাগ্য
সুভেদ্যদুৰ্ভেদ্য
সুমতিকুমতি, দুৰ্মতি
সুমেৰুকুমেৰু
সুযশদুৰ্যশ, অপযশ
সুযোগদুৰ্যোগ
সুৰঅসুৰ
সুৰভীসুতি
সুৰূপকুৰূপ
সুলভদুৰ্লভ
সুশাসনকু-শাসন
সুশি‍ক্ষাকুশি‍ক্ষা
সুশীলদুঃশীল
সুশীলাদুঃশীলা
সুশৃংখলবিশৃংখল
সুশ্রীবি‍শ্রী, কুশ্রী
সুষমঅসম
সুষুপ্তি‍অনিদ্ৰা, নীদ্ৰাহীনতা
সুসহদুঃসহ, দুৰ্বিসহ
সুস্থঅসুস্থ
সুস্থিৰঅস্থিৰ
সুস্বপ্নদুঃস্বপ্ন
সুস্পষ্টঅস্পষ্ট
সূৰ্যাস্তসূৰ্যোদয়
সূৰ্যোদয়সূৰ্যাস্ত
সূক্ষ্মস্থূল
সৃষ্টিধ্বংস, বিনাশ
সৃষ্টিকাৰীধ্বংসকাৰী
সৃষ্টিমুখীধ্বংসমুখী
সোঁবাঁও
সোঁৱৰণপাহৰণ
সৌভাগ্যদুৰ্ভাগ্য
সৌভাগ্যৱানদুৰ্ভাগ্যৱান
সৌসাদৃশ্যবৈসাদৃশ্য
স্তাৱকনিন্দুক
স্তুতিনিন্দা
স্থলজল
স্থলচৰজলচৰ
স্থলজজলজ
স্থলপথজলপথ
স্থলপৰিবহণজলপৰিবহণ
স্থায়ীঅস্থায়ী
স্থাৱৰঅস্থাৱৰ
স্থিতিগতি
স্থিতিশক্তিগতিশক্তি
স্থিতি‍শীলগতিশীল
স্নিগ্ধৰুক্ষ
স্থিৰঅস্থিৰ
স্থূলসূক্ষ্ম
স্পষ্টঅস্পষ্ট
স্পৃশ্যঅস্পৃশ্য
স্ফুটঅস্ফুট
স্মৰণবিস্মৰণ
স্মৃতবিস্মৃত
স্মৃতিবিস্মৃতি
স্বকীয়পৰকীয়
স্বচ্ছঅস্বচ্ছ, ঘোলা
স্বতন্ত্ৰপৰতন্ত্ৰ, পৰাধীন
স্বনামীবেনামী
স্বদেশবিদেশ
স্বধৰ্মপৰধৰ্ম
স্বপ্নদিঠক
স্বৰ্গ ‌নৰক
স্বাদবিস্বাদ
স্বাধীনপৰাধীন
স্বাধীনতাপৰাধীনতা
স্বাভাৱিকঅস্বাভাৱিক
স্বামীভৃত্য
স্বাৰ্থপৰাৰ্থ
স্বাৰ্থপৰপৰাৰ্থপৰ
স্বীকাৰঅস্বীকাৰ

"হ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
হওকনহওক
হঁহাকন্দা
হ’বলৈনহ’বলৈ
হকবিহক
হতজীৱিত
হৰণপূৰণ
হৰাজিকা
হৰ্ষবিষাদ
হয়নহয়
হাঁহকান্দ
হাঁহিকান্দোন‍
হাজিৰগৰহাজিৰ
হানিলাভ
হাৰজিক
হাৰোঁতাজিকোঁতা
হিংসাঅহিংসা
হিংস্ৰঅহিংস্ৰ
হিচাপবেহিচাপ
হিচাপীবেহিচাপী
হিতঅহিত
হৃদ্যতাকপটতা, শত্ৰুতা
হৃষ্টবিষণ্ণ
হেতুঅহেতু
হেবাংচতুৰ
হেমাহিখৰখেদা, ততা-তৈয়া
হোজাটিমক
হোৱানোহোৱা
হোৱাতনোহোৱাত
হ্ৰসনবৰ্ধন
হ্ৰস্বদীৰ্ঘ
হ্ৰাসবৃদ্ধি

"ক্ষ" বৰ্ণৰে আৰম্ভ হোৱা শব্দ

শব্দবিপৰীত শব্দ
ক্ষতিলাভ
ক্ষমণীয়অক্ষমণীয়
ক্ষমাপ্ৰতিশোধ
ক্ষয়অক্ষয়
ক্ষয়িষ্ণুবৰ্ধিষ্ণু
ক্ষাৰঅম্ল
ক্ষীণশকত
ক্ষীণকায়স্থূলকায়
ক্ষীপ্ৰমন্থৰ
ক্ষীপ্ৰতামন্থৰতা
ক্ষুদ্ৰবিশাল
ক্ষুদ্ৰাকাৰবৃহদাকাৰ
ক্ষুদ্ৰায়তনবৃহদায়তন
ক্ষুধাতুৰক্ষুধাহীন
.
.
[xyz-ihs snippet=”K-Das-300×250-in-post”]

This is a list of Assamese opposite words containing more than 3000 words with their opposite meanings (opposite words) (Asomiya biporit sabda). These words are collected from different books and websites. উপৰোক্ত শব্দ আৰু সেই সমূহৰ বিপৰীতাৰ্থক শব্দসমূহ বিভিন্ন গ্ৰন্থ আৰু ইণ্টাৰনেটৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ ক’ৰা হৈছে । এই তালিকা খনত কোনো শব্দ বিচাৰি নাপালে, নতুন শব্দ যোগ কৰিব লগীয়া হ’লে, বা যিকোনো ভুল দেখা পালে তলত কমেণ্ট (comment) কৰি জনাব ।

[Related: পঢ়ক অসমীয়া অভিধান “শব্দ”ৰ বিষয়ে]

অসমীয়া বিপৰীত শব্দ Assamese Opposite words
অসমীয়া বিপৰীত শব্দ Assamese Opposite Words

Ratings:

0 / 5 4.73 22

Related Posts

Leave a Comment

 

Share to: