How Use Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

Download Avro keyboard software to Write Assamese

What is Avro Keyboard (অভ্ৰ কী ব’ৰ্ড কি): বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। …

Read more

আমাৰ কম্পিউটাৰ ত Install কৰিবলগীয়া প্ৰয়োজনীয় ছফ্‌টৱেৰ

Important software for PC

কম্পিউটাৰত থাকিব লগীয়া কেইটামান অতি প্ৰয়োজনীয় ছফ্‌টৱেৰ: তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে সকলো দিশতে কম্পিউটাৰৰ ব্যৱহাৰ হবলৈ ধৰিছে। সৰু- ডাঙৰ সকলো উদ্যোগ প্ৰতিস্থান, ব্যৱসায় বাণিজ্য, অনুষ্ঠান-প্ৰতিস্থানৰ লগতে বৰ্তমান প্ৰায় সকলো মানুহৰ ঘৰে ঘৰে কম্পিউটাৰৰ (Personal Computer) ব্যৱহাৰ ব্যাপক ভাবে হৈছে। কিছুমানে নিজৰ সন্তানক কম্পিউটাৰ শিক্ষা প্ৰদানৰ বাবে. কিছুমানে ব্যক্তিগত ব্যৱসায়-বাণিজ্যৰ হিচাপ-নিকাচৰ বাবে, আন কিছুমানে মনোৰঞ্জনৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰ কৰে দেখা যায়। Essential Software for PC: …

Read more

ChatGPT কি, ই কেনেদৰে কাম কৰে, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব

ChatGPT কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব - ChatGPT in Assamese

আজিৰ এই লেখাটোত ChatGPT (চাটজিপিটি) কি, ই কেনেদৰে কাম কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে কিছু কথা আলোচনা কৰা হৈছে । (ChatGPT in Assamese) চাটজিপিটি (ChatGPT): এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন প্ৰযুক্তি: শেহতীয়া বছৰকেইটাত Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত ক্ৰমান্বয়ে অধিক হ’বলৈ ধৰিছে ।এই প্ৰযুক্তিসমূহে আমাক অধিক স্বাভাৱিক কথোপকথনৰ ধৰণেৰে মেচিনৰ সৈতে বাৰ্তালাপ বা কাম কৰিবলৈ সুবিধা প্ৰদান …

Read more

500 টকাৰে কিনিব পৰা 20 টা আকৰ্ষণীয় Gadgets অৰ উপহাৰ

[xyz-ihs snippet=”KDas-inArticle-abov-title”] বিভিন্ন উপলক্ষ্যত প্ৰিয় জনক বিভিন্ন সামগ্ৰী উপহাৰ দিয়াৰ নিয়ম অতীজৰে পৰা চলি আহিছে । এই আধুনিক যুগত মানুহে পৰম্পৰাগত সামগ্ৰীৰ পৰিৱৰ্তে বিভিন্ন বৈদ্যুতিক আহিলা (Electronic Gadgets)  উপহাৰ স্বৰূপে দিবলৈ ভাল পায়। বিশেষকৈ যুৱক-যুৱতী সকলৰ মাজত Electronic Gadgets উপহাৰ স্বৰূপে দিয়াৰ হেপাহ বেছি দেখা যায । কিছুলোকে উপহাৰ দিবলৈ এই Gadgets বোৰ অতি দামী বুলি ভাবে যদিও আচলতে ৫০০ টকাৰ তলত যথেষ্ট সংখ্যক ইলেক্ট্ৰনিক …

Read more

How to Type Assamese on Mobile Phone মোবাইলত অসমীয়া কেনেকৈ লিখিব

ম'বাইলত অসমীয়া কেনেকৈ লিখিব (Type Assamese on Mobile Phone)

[xyz-ihs snippet=”KDas-inArticle-abov-title”] How to type Assamese on Android Mobile? এণ্ড্ৰইড মোবাইল ফোনত অসমীয়া লিখাৰ পদ্ধতিঃ How to type Assamese on your mobile or smartphone? মোবাইলত অসমীয়া কেনেকৈ লিখিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় কাৰণ বৰ্তমান প্ৰায় সকল অসমীয়া লোকেই মোবাইলত ফোনটোত অসমীয়া লিখিব পৰা হৈছে আৰু ই নিশ্চয়কৈ এটা ভাল খবৰ । কিন্তু তথাপিও এতিয়াও এনে কিছু সংখ্যক ব্যক্তি আছে যি সকলে মোবাইল বা …

Read more

Pendrive অত Shortcut লৈ পৰিণত হোৱা ফাইলসমূহ কেনেকৈ উদ্ধাৰ কৰিব

[xyz-ihs snippet=”KDas-inArticle-abov-title”] কেতিয়াবা আপোনাৰ Pendrive বা USB ড্ৰাইভৰ ফোল্ডাৰসমূহ চৰ্টকাটলৈ পৰিণত হৈ যোৱা নিশ্চয় দেখিছে আৰু লগতে কেতিয়াবা দেখা যায় যে দুটামান shortcut অৰ বাহিৰে আপোনাৰ সকলো ফাইল Pendrive টোৰ পৰা অদৃশ্য হৈ গৈছে। নাইবা কেতিয়াবা আপোনাৰ পেন ড্ৰাইভটোত ডাটা থাকিলেও কম্পিউটাৰত connect কৰিলেও ড্ৰাইভটো খালী হৈ থকা দেখুৱায়। অৰ্থাৎ কম্পিউটাৰটোৱে দেখুৱাই যে পেন ড্ৰাইভটোত file সমূহে স্থান অধিকাৰ কৰি আছে কিন্তু পেন ড্ৰাইভটো খুলি …

Read more