মোৰ জীৱনৰ আকাশতে (ৰাভা সংগীত) Lyrics | Mur Jibonor Akaxote

মোৰ জীৱনৰ আকাশতে Mur Jibonor Akaxote Lyrics

গীত: মোৰ জীৱনৰ আকাশতে গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম … Music… কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে প্ৰণয় সূৰুয দেৱতাৰে, প্ৰণয় সূৰুয দেৱতাৰে জিলিকণি সানিম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম Music… …

Read more

আজলী ছোৱালী ৰাভা সংগীত Lyrics || Rabha Sangeet Ajoli Suwali

আজলী ছোৱালী Lyrics (Ajoli Suwali)

গীত: আজলী ছোৱালী (Ajoli Suwali) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ শ্ৰেণীঃ ৰাভা সংগীত আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই Music… আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই Music… সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই আজলী ছোৱালী নানা …

Read more

মোৰ কবিতাৰ ছন্দ লাগি ৰাভা সংগীত Lyrics-Mur Kobitar Chanda Lagi

Mur Kabitar Chanda Lagi Lyrics

মোৰ কবিতাৰ ছন্দ লাগি Mur Kobitar Chanda Lagi (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? তোৰ সোণৰ …

Read more

লগন উকলি গ’ল Lyrics | Lagan Ukali Gol Rabha Sangeet

Rabha Sangeet Lyrics Lagan Ukali Gol

গীত: লগন উকলি গ’ল (Lagan Ukali Gol) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা লগন উকলি গ’ল তেওঁযে নহ’ল কোৱা । Music… কিমান হেঙুলী উষা, কিমান জোনালী নিশা মিছাতেই গ’ল মোৰ, কিমান গধুলি পুৱা তেওঁযে নহ’ল কোৱা লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা …

Read more

আজি মন্দিৰ দুৱাৰ খোলা ৰাভা সংগীত Lyrics | Aji Mondiro Duar Khula

আজি মন্দিৰ দুৱাৰ খোলা Lyrics

গীত: আজি মন্দিৰ দুৱাৰ খোলা গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণীঃ ৰাভা সংগীত আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা, মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা । Music… শুনো মংগল আৰতি গান, শুনো মংগল আৰতি গান নাচি উঠে ভকতৰে প্ৰাণ, নাচি উঠে ভকতৰে প্ৰাণ শুনো মংগল …

Read more

নাহৰ ফুলে নুশুৱাই ৰাভা সংগীত Lyrics (Nahor Phule Nuxuwai)

নাহৰ ফুলে নুশুৱাই Lyrics

গীত: নাহৰ ফুলে নুশুৱাই গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব । নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব । নাহৰ ফুলে নুশুৱাই… Music… কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ হিয়া ফুলে পাৰি দিম, গুজি খোপাতে মনোহৰ । কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ …

Read more