অ’ অসমীয়া ডেকা দল ৰাভা সংগীত Lyrics (Rabha Sangeet)

অ' অসমীয়া ডেকা দল Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: অ’ অসমীয়া ডেকা দল (O Axomia Deka Dol) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ শ্ৰেণীঃ ৰাভা সংগীত Play:  অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল আজি তোৰে তেজাল বদন মলিন কিয় হ’ল ? মলিন কিয় হ’ল, মলিন কিয় হ’ল ? অ’ অসমীয়া ডেকা দল… Music… দূৰ্গম নদ পাহাৰ গিৰী লম্ভিছিলে ডেকাগিৰী সুন্দৰ শংকৰে …

Read more

ৰৈ ৰৈ কেতেকী বিনা অ – ৰাভা সংগীত Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: ৰৈ ৰৈ কেতেকী বিনা অ’ গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ …

Read more

কুৰুৱা বতাহে অ’ ৰাভা সংগীত Lyrics Kuruwa Botahe O

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: কুৰুৱা বতাহে অ’ Kuruwa Botahe O (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ চিঞৰি মাতিলে অ’ ঊষা অ’ ঊষা অ’ ঊষা অ’… Short Music… কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ চিঞৰি মাতিলে অ’ ঊষা অ’ ঊষা অ’ ঊষা অ’… কুৰুৱা …

Read more