বিলতে হালিছে ধুনীয়া পদুমী – ৰাভা সংগীত Bilote Haliche Lyrics
[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: বিলতে হালিছে ধুনীয়া পদুমী গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল। Music… গছৰে ডালতে গাইছে কুলিয়ে কুউ কুউ কৈ গছৰে ডালতে গাইছে কুলিয়ে …