কুৰুৱা বতাহে অ’ ৰাভা সংগীত Lyrics Kuruwa Botahe O

গীত: কুৰুৱা বতাহে অ’ Kuruwa Botahe O (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ চিঞৰি মাতিলে অ’ ঊষা অ’ ঊষা অ’ ঊষা অ’… Short Music… কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ কুৰুৱা বতাহে অ’ জোৰকৈ বলিলে অ’ চিঞৰি মাতিলে অ’ ঊষা অ’ ঊষা অ’ ঊষা অ’… কুৰুৱা বতাহে অ’ …

Read more

তোৰে মোৰে আলোকৰে যাত্ৰা (Ture Mure Alukore Jatra) Lyrics

Ture Mure Alukore Jatra Lyrics

তোৰে মোৰে আলোকৰে যাত্ৰা Ture Mure Alukore Jatra Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা । Music… সেউজীয়া জীৱনৰে জাগৃতি ছন্দ সেউজীয়া জীৱনৰে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে প্ৰচাৰিত অৰুণবাণী …

Read more

বিমূৰ্ত মোৰ নিশাটি যেন Lyrics – ভূপেন্দ্ৰ সংগীত

Bimurto Mur Nixati Lyrics: বিমূৰ্ত মোৰ নিশাটি যেন

গীত: বিমূৰ্ত মোৰ নিশাটি যেন গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Bimurto Mur Nixati Lyrics Music… বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰেই এটি মিঠা ভাজত নিশ্বাসৰে উম… আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ । Music… কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম …

Read more

আমাৰে সখিয়া আকুল বিয়াকুলে (Amare Hokhiya) Lyrics

জ্যোতি সংগীত আমাৰে সখিয়া Amare Xokhiya Lyrics

আমাৰে সখিয়া Amare Hokhiya (Jyoti Sangeet) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই অ’ সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই অ’ মতলীয়া সখী খাই । Music… দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাটি …

Read more

হালে জালে অ’ Lyrics (Hale Jale O)

হালে জালে অ’ (Hale Jale O) Lyrics: শ্ৰেণী : চলচিত্ৰ সংগীত কণ্ঠ: দীপেন বৰুৱা সংগীত: ৰমেন বৰুৱা কথা: কেশৱ মহন্ত চলচিত্ৰ: মৰম Lyrics of the song (গীতৰ কথা): অ’অ’অ’…  অ’অ’অ’… অ’অ’অ’… অ’ হালে জালে অ’ লাহি বিৰিণা উৰণীয়া কৰে গা.. হালে জালে অ’ লাহি বিৰিণা উৰণীয়া কৰে গা… জিৰাই, অ’ তাতে জিৰাই গাতে লগাই ক’ৰে বা, অ’ হালে জালে অ’ লাহি বিৰিণা উৰণীয়া কৰে গা । …

Read more

বহুতকে বহু দিও Lyrics (Bohutoke Bohu Diu) ঘৰ সংসাৰ বোলছবি

বহুতকে বহু দিও নেপালোঁ একোকে Lyrics

বহুতকে বহু দিও (Bohutoke Bohu Diu) শ্ৰেণী : চলচিত্ৰ সংগীত চলচিত্ৰ – ঘৰ সংসাৰ কণ্ঠ – নমিতা গোস্বামী, ইনা মুখাৰ্জী —————————- আ…. বহুতকে বহু দিও নাপালোঁ একোকে… (গোৱাচোন) বহুতকে বহু দিও নাপালোঁ একোকে (নাই হোৱা) নাপালোঁ একোকে  নাপালোঁ একোকে ওমম… Music… বহুতকে বহু দিও নাপালোঁ একোকে, হৃদয় উজাৰি দিও নাপালোঁ একোকে । সেয়েহে মনে মোৰ বুজনি নেমানি ; সেয়েহে মনে মোৰ বুজনি নেমানি, অকলশৰে নিজানতে টুকে চকুপানী অকলশৰে …

Read more