সেউজী সেউজী (জ্যোতি সংগীত) Lyrics | Xeuji Xeuji
সেউজী সেউজী (Xeuji Xeuji) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত [xyz-ihs snippet=”KDas-inArticle-abov-title”] সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া । Music… সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া । সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া । সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া Music… আমাৰ চকুলোৰে পানী দি জীয়ালোঁ মাণিকী-মধুৰী ধান… আমাৰ চকুলোৰে …