অস্ত আকাশৰে Lyrics – ভূপেন হাজৰিকা (Asto Akaxore)

অস্ত আকাশৰে Lyrics

গীত: অস্ত আকাশৰে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত অস্ত আকাশৰে Lyrics: অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায় । অস্ত আকাশৰে সপোন ৰহণ সানি ।। Music… কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায় । Music… দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস কত যুগৰ, শত আশা-নিশাৰে …

Read more

কত জোৱানৰ মৃত্যু হ’ল Lyrics – ভূপেন্দ্ৰ সংগীত Koto Jowanar Mrityu Hol

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: কত জোৱানৰ মৃত্যু হ’ল গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Lyrics of Koto Jowanar Mrityu Hol: কত জোৱানৰ মৃত্যু হ’ল কাৰ জীৱন যৌৱন গ’ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহ’লোঁ মই কিয় ? কত জোৱানৰ মৃত্যু হ’ল । Music… হেনো হিমালয় ভাৰতৰ প্ৰহৰী তাহানি শুনিছিলোঁ কাহিনী পিছে মৃত জোৱানসবে চিঞৰিছে লাগে চিৰ জাগ্ৰত এটি বাহিনী …

Read more

নতুন নিমাতী নিয়ৰৰে নিশা Lyrics – ভূপেন্দ্ৰ সংগীত

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: অসম আমাৰ ৰূপহী গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Natun Nimati Niyarare Nixa Lyrics নতুন নিমাতী নিয়ৰৰে… নিশা জীৱন জিলিকা জোনাকৰে… নিশা আৰু তুমি নিচেই চিনাকি । Music… মোৰ যৌৱন আজি উচ্ছল মোৰ যৌৱন আজি উচ্ছল জলমল সৰসীত নাচে পংকজ কামনাৰ পৰাণ অপূৰ্ণ হয় নিশাটি নতুন নিমাতী নিয়ৰৰে নিশা জীৱন জিলিকা জোনাকৰে নিশা আৰু তুমি …

Read more

শীতৰে সেমেকা ৰাতি Lyrics ভূপেন্দ্ৰ সংগীত

শীতৰে সেমেকা ৰাতি Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: শীতৰে সেমেকা ৰাতি গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Sitore Semeka Rati Lyrics শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি । বস্ত্রবিহীন কোনো খেতিয়কৰ ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ ৰক্তিম যেন এটি উত্তাপ হওঁ ।। শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা …

Read more