ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়, শিক্ষা, কৰ্মজীৱনৰ কিছু তথ্য
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়ঃ ড° ভূপেন হাজৰিকা দেৱৰ চমু পৰিচয় সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল অসমৰ কলা-সংস্কৃতিৰ জগতখনৰ এজন অদ্বিতীয় ব্যক্তি তথা সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত এক প্ৰতিভাশালী সাংস্কৃতিক সত্বা। তেখেত আছিল সু-গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু ৰাজনীতিবিদ। অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য লগতে বাংলাদেশতো ভূপেন হাজৰিকা দেৱৰ অত্যন্ত খ্যাতি আৰু সন্মান আছিল। ড° ভূপেন …