শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ কুইজ GK for Children

শিশু কুইজ আৰম্ভ কৰিবলৈ তলৰ 👇 START অত ক্লিক কৰক 

0%
1 votes, 5 avg
0
tail spin

1 / 50

1. মৌলৰ পৰ্যাবৃত্ত তালিকাত প্ৰথম মৌল কোনটো?

2 / 50

2. ভাৰতৰ দ্বিতীয় বৃহত্তম নদীখন কি?

3 / 50

3. টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল?

4 / 50

4. পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো কি?

5 / 50

5. ভাংৰা কোনখন ভাৰতীয় ৰাজ্যৰ নৃত্য

6 / 50

6. হৰ্ণবিল উৎসৱৰ বাবে কোনখন ৰাজ্য বিখ্যাত?

7 / 50

7. হিমা দাস কি খেলৰ লগত জড়িত?

8 / 50

8. সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো?

9 / 50

9. মৌলৰ পৰ্যাবৃত্ত তালিকাত ২য় মৌলটো কোনটো?

10 / 50

10. প্ৰাথমিক ৰং কোইটা?

11 / 50

11. পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহটোৰ নাম কি?

12 / 50

12. পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই কোনটো?

13 / 50

13. বিখ্যাত চিত্ৰ "মনালিছা" কোনে ছবি আঁকিছিল?

14 / 50

14. মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন?

15 / 50

15. অষ্ট্ৰেলিয়াৰ ৰাজধানী কি?

16 / 50

16. বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কোনখন?

17 / 50

17. এক মিলিয়নত কিমান লাখ

18 / 50

18. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি?

19 / 50

19. পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইটো?

20 / 50

20. ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম জন অসমীয়া

21 / 50

21. 1GB ত কিমান MB থাকে ?

22 / 50

22. আয়তনৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ দেশখন কি?

23 / 50

23. সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো

24 / 50

24. পৃথিৱীৰ পৃষ্ঠভাগ কিমান শতাংশ পানীৰে আবৃত?

25 / 50

25. এটা ত্ৰিভুজত কিমান বাহু থাকে?

26 / 50

26. মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গাঁঠিটো কি?

27 / 50

27. আমেৰিকাৰ ৰাজধানী কি?

28 / 50

28. ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ কি

29 / 50

29. কোনখন দেশত দবা খেলৰ আৱিষ্কাৰ হৈছিল ?

30 / 50

30. ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি?

31 / 50

31. আয়তন অনুসৰি ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন কি?

32 / 50

32. পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটো?

33 / 50

33. স্পেইনৰ ৰাজধানী কি?

34 / 50

34. পেংগুইন ক’ত পোৱা যায়

35 / 50

35. বিদ্যুৎ কোনে আৱিষ্কাৰ কৰিছিল?

36 / 50

36. কোনখন দেশত বগা হাতী পোৱা যায়।

37 / 50

37. কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ ৰাজধানী কি?

38 / 50

38. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?

39 / 50

39. ভাৰতৰ ৰাজধানী কি?

40 / 50

40. মোবাইল ফোন SIM ৰ সম্পূৰ্ণ ৰূপ কি? (Full form of SIM)

41 / 50

41. বিশ্বৰ আটাইতকৈ ডাঙৰ ‘গণতান্ত্ৰিক’ দেশ?

42 / 50

42. বিশ্বৰ ভিতৰত ২য় সৰ্বাধিক প্ৰচলিত ভাষা কোনটো?

43 / 50

43. শূণ্যৰ আৱিষ্কাৰ কোনে কৰিছিল

44 / 50

44. মাটিত বাস কৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো কি?

45 / 50

45. বতাহৰ গতি জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

46 / 50

46. দ্বিতীয় বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল?

 

47 / 50

47. বিশ্বৰ আটাইতকৈ বেগী প্ৰাণী কি?

48 / 50

48. টেলিফোনৰ আৱিষ্কাৰক

49 / 50

49. প্ৰথম অসমীয়া কথাছবি খন

50 / 50

50. বীৰবালা কাক কোৱা হয়

Loading...

Your score is

The average score is 0%

0%

Exit

লগতে অংশ লওক:

ভাৰতৰ বিষয়ে শিশু কুইজ Part 1

ভাৰতৰ বিষয়ে শিশু কুইজ Part 2

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ (GK) কুইজ:

শিশু কুইজ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ

শিশু সকলৰ বাবে যুগুত কৰা এই সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ বা কুইজত ভিন্ন ভিন্ন  বিষয়ৰ প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে । এই GK কুইজ প্ৰশ্ন উত্তৰ সমূহ প্ৰায় ১০ বছৰৰ পৰা ১২ বছৰ মান বয়সৰ (From class 5 to class 7) শিশু সকলৰ বাবে উপযোগী হব ।

GK Quiz for Children:

ই খণ্ডটোত মুঠ ৫০ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শিশুৰ সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে বিভিন্ন পৰীক্ষা, কুইজ প্ৰতিযোগীতা আদিত ছাত্ৰ-ছাত্ৰী সকলে ভাগলোৱাত সহায়ক হ’ব ।

লগতে অংশ লওক:

ভাৰতৰ বিষয়ে শিশু কুইজ Part 1

ভাৰতৰ বিষয়ে শিশু কুইজ Part 2

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

বিশ্ব কুইজ

Leave a comment

Your email address will not be published. Required fields are marked *

 

One thought on “শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ কুইজ GK for Children”

Share to...