How Use Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

Download Avro keyboard software to Write Assamese

What is Avro Keyboard (অভ্ৰ কী ব’ৰ্ড কি): বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। …

Read more

কম্পিউটাৰৰ বাবে ভাল ৱেব ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব- 12 টা Tips

কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ Best Browser for PC

এই ব্লগ পোষ্টটোত মই কম্পিউটা (PC) ৰ বাবে সঠিক ৱেব ব্ৰাউজাৰ (Web Browser) বাছনি কৰাৰ ওপৰত লিখিছোঁ, যি সমূহ Browser এ আপোনাক খৰতকীয়া ভাৱে ৱেব ব্ৰাউজিং (web browsing) কৰাত সহায় কৰিব, যিবোৰ ব্ৰাউজাৰ ব্যৱহাৰৰ ফলত আপোনি ব্ৰাউজিং কৰা তথ্য সমূহ সুৰক্ষিত হৈ থকাৰ লগতে আপোনাৰ কম্পিউটাৰটো বিভিন্ন অনলাইন হেকিং, ফিশ্বিং আক্ৰমন (Phishing attack) আদিৰ পৰা সুৰক্ষিত হৈ থাকিব । ইয়াৰ উপৰিও এটা ভাল ভাল ৱেব …

Read more

Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামান জানো আহক

Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ

প্ৰতিজন কম্পিউটাৰ আৰু এণ্ড্ৰইড মোবাইল ফোন ব্যৱহাৰকাৰীৰ বাবে Google Chrome এটা পৰিচিত App. Google Chrome হৈছে Windows computer আৰু এণ্ড্ৰইড ফোনত বিশ্বৰ আটাইতকৈ বেছি ব্যৱহৃত ৱেব ব্ৰাউজাৰ সমূহৰ ভিতৰতে এটা। কাৰণ ইয়াত সন্নিৱিষ্ট কৰা অতি প্ৰয়োজনীয় আৰু শক্তিশালী বৈশিষ্ট্যসমূহৰ বাবে আমাৰ মাজত ই “গুগল ক্ৰ’ম” অতি জনপ্ৰিয়।  আজিৰ এই লেখাটোত Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামানৰ বিষয়ে জানো আহক । আমি সকলোৱে জানো যে গুগল …

Read more

Introduction to Computer | কম্পিউটাৰৰ সৈতে সহজ পৰিচয়

An introduction to computer; a beginner guide in Assamese

নতুনকৈ কম্পিউটাৰ শিকিব বিচৰা বা শিকিবলৈ আৰম্ভ কৰা সকলৰ সহায় হোৱাকৈ অতি সহজ ভাৱে কম্পিউটাৰৰ বিষয়ে অসমীয়া আৰু ইংৰাজীত কিছু কথা লিখা হৈছে । Introduction to Computer শীৰ্ষক এই লেখাটোৰ এই খণ্ডত কম্পিউটাৰ আৰু ইয়াৰ অন্যান্য অংশ সমূহ যেনে কম্পিউটাৰ হাৰ্ডৱেৰ, ছফ্টৱেৰ আদিৰ সৈতে সহজে পৰিচয় হ’ব পৰাকৈ সজাই আগবঢ়োৱা হৈছে। কম্পিউটাৰৰ সৈতে পৰিচয় Introduction to Computer (PC):   Why is a computer called a …

Read more

How to write Assamese using Avro on PC- অভ্ৰ কীব’ৰ্ডৰ সহায়ত অসমীয়া কেনেকৈ লিখিব

Write Assamese Unicode on PC with Avro Keyboard

How to write Assamese Using Avro Keyboard? অভ্ৰ কীব’ৰ্ড ছফ্‌টৱেৰ ব্যৱহাৰ কৰি ইন্টাৰনেট বা কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব ? মোৰ আগৰ লেখাটোত “অভ্ৰ কী ব’ৰ্ড” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্‌ টো দিয়া হৈছিল। এই লেখাটোত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আগৰ লেখাটোতে লিখা হৈছে যে যদিও এই চফ্‌টৱেৰটো কম্পিউটাত প্ৰধানকৈ …

Read more

আমাৰ কম্পিউটাৰ ত Install কৰিবলগীয়া প্ৰয়োজনীয় ছফ্‌টৱেৰ

Important software for PC

কম্পিউটাৰত থাকিব লগীয়া কেইটামান অতি প্ৰয়োজনীয় ছফ্‌টৱেৰ: তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে সকলো দিশতে কম্পিউটাৰৰ ব্যৱহাৰ হবলৈ ধৰিছে। সৰু- ডাঙৰ সকলো উদ্যোগ প্ৰতিস্থান, ব্যৱসায় বাণিজ্য, অনুষ্ঠান-প্ৰতিস্থানৰ লগতে বৰ্তমান প্ৰায় সকলো মানুহৰ ঘৰে ঘৰে কম্পিউটাৰৰ (Personal Computer) ব্যৱহাৰ ব্যাপক ভাবে হৈছে। কিছুমানে নিজৰ সন্তানক কম্পিউটাৰ শিক্ষা প্ৰদানৰ বাবে. কিছুমানে ব্যক্তিগত ব্যৱসায়-বাণিজ্যৰ হিচাপ-নিকাচৰ বাবে, আন কিছুমানে মনোৰঞ্জনৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰ কৰে দেখা যায়। Essential Software for PC: …

Read more