Pendrive অত Shortcut লৈ পৰিণত হোৱা ফাইলসমূহ কেনেকৈ উদ্ধাৰ কৰিব

কেতিয়াবা আপোনাৰ Pendrive বা USB ড্ৰাইভৰ ফোল্ডাৰসমূহ চৰ্টকাটলৈ পৰিণত হৈ যোৱা নিশ্চয় দেখিছে আৰু লগতে কেতিয়াবা দেখা যায় যে দুটামান shortcut অৰ বাহিৰে আপোনাৰ সকলো ফাইল Pendrive টোৰ পৰা অদৃশ্য হৈ গৈছে। নাইবা কেতিয়াবা আপোনাৰ পেন ড্ৰাইভটোত ডাটা থাকিলেও কম্পিউটাৰত connect কৰিলেও ড্ৰাইভটো খালী হৈ থকা দেখুৱায়। অৰ্থাৎ কম্পিউটাৰটোৱে দেখুৱাই যে পেন ড্ৰাইভটোত file সমূহে স্থান অধিকাৰ কৰি আছে কিন্তু পেন ড্ৰাইভটো খুলি চালে ইয়াৰ …

Read more

How to Type Assamese on Mobile Phone মোবাইলত অসমীয়া কেনেকৈ লিখিব

ম'বাইলত অসমীয়া কেনেকৈ লিখিব (Type Assamese on Mobile Phone)

How to type Assamese on Android Mobile? এণ্ড্ৰইড মোবাইল ফোনত অসমীয়া লিখাৰ পদ্ধতিঃ How to type Assamese on your mobile or smartphone? মোবাইলত অসমীয়া কেনেকৈ লিখিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় কাৰণ বৰ্তমান প্ৰায় সকল অসমীয়া লোকেই মোবাইলত ফোনটোত অসমীয়া লিখিব পৰা হৈছে আৰু ই নিশ্চয়কৈ এটা ভাল খবৰ । কিন্তু তথাপিও এতিয়াও এনে কিছু সংখ্যক ব্যক্তি আছে যি সকলে মোবাইল বা স্মাৰ্টফোনটোত অসমীয়া …

Read more

Browser অৰ Incognito window কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে

ইনকগনিটো উইণ্ড' কি What is Incognito Window and why we would use

ইনকগনিটো উইণ্ড’ কি (Incognito Window): যেতিয়া আমি Google Chrome অৰ দৰে ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইন্টাৰনেটত যিকোনো তথ্য বিচাৰো বা যিকোনো ৱেবছাইট খোলে, তেতিয়া আমি ব্ৰাউজাৰটোত কৰা কামবোৰৰ তথ্যবোৰ, যেনে আমি ব্ৰাউজাৰটোৰ জৰিয়তে কোনটো website খুলি কি কি পঢ়িলোঁ বা চালোঁ ইত্যাদি ডাটাবোৰ ব্ৰাউজাৰটোৱে কম্পিউটাৰটোত save কৰি ৰাখে । এই save কৰি ৰখা ডাটাবোৰ হ’ল যেনে Browsing History, Cookies, Typing History, Search History, আদি । …

Read more

কম্পিউটাৰ কীবৰ্ড চৰ্টকাট কি আৰু কিয় ব্যৱহাৰ কৰা হয়

কীবৰ্ড চৰ্টকাট কি What is computer Keyboard Shortcut

কম্পিউটাৰ কীবৰ্ড চৰ্টকাট (Computer Keyboard Shortcuts): Computer Keyboard Shortcuts শব্দটো প্ৰতিজন কম্পিউটাৰ ব্যৱহাৰকাৰীৰ বাবে এটা পৰিচিত শব্দ, সেয়া লাগিলে কম্পিউটাৰৰ ন-শিকাৰুৱে হওক বা পেছাদাৰী কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে হওক। কিন্তু নতুনকৈ কম্পিউটাৰ শিকা লোক সকলে এই বিষয়টোৰ লগত গভীৰ ভাৱে পৰিচিত নহয় আৰু বেছি ভাগেই কম্পিউটাৰ কীবৰ্ড চৰ্টকাটৰ ব্য়ৱহাৰ আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে নাজানে। এই লেখাটোত মই কম্পিউটাৰৰ কীবৰ্ড চৰ্টকাট (Keyboard Shortcut) কি, ইয়াৰ ব্যৱহাৰ আৰু ব্যৱহাৰৰ …

Read more

Lachit Assamese Keyboard for Android – লাচিত অসমীয়া কী-ব’ৰ্ড এপ

Lachit Assamese Keyboard download লাচিত অসমীয়া কী-ব'ৰ্ড

বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ স্মাৰ্টফোন আমি ব্যৱহাৰ কৰোঁ আৰু এই স্মাৰ্টফোন সমুহ অমাৰ দৈনন্দিন জীৱনৰ এক অভিন্ন ইলেইট্ৰনিক আহিলা (Electronic Gadget) হৈ পৰিছে ৷ এই স্মাৰ্টফোন সমুহৰ যোগেদি কথাবাৰ্তা আদান প্ৰদান কৰাৰ উপৰিও আন আন বহুতু সেৱা আৰু সুবিধা গ্ৰহণ কৰিব পাৰি ৷ যেনে ক্ষিপ্ৰ ইণ্টাৰনেট সেৱা, বেৱ ৱ্ৰাউজিং, ই-মেইল, ফেচবুক, টুইটাৰ, বিভিন্ন প্ৰকাৰৰ মেচেঞ্জাৰৰ ব্যৱহাৰ আদি বিভিন্ন সুবিধা উপভোগ কৰিব পাৰি ৷ [জনপ্ৰিয় বিষয়: …

Read more

Xobdo Assamese Dictionary App – অসমীয়া অভিধান ছফট্‌ৱেৰ শব্দ

Assamese Dictionary Xobdo download

আজিৰ এই লেখাটোত মই এটা অসমীয়া অভিধানৰ ছফ্‌টৱেৰ ‘শব্দ’ (Xobdo Assamese Dictionary App/Software) অৰ বিষয়ে কিছু কথা লিখিবলৈ লৈছোঁ । এই এপটোৰ যোগেদি কি কাম কৰব পাৰি, ইয়াক কেনেকৈ অতি সহজে অপোনাৰ কম্পিউটাৰটোত Install কৰি ল’ব পাৰিব, ইয়াৰ জৰিয়তে কোনেকৈ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শব্দ অৰ্থ বিচাৰিব পাৰিব ইত্যাদি কথাখিনি ইয়াত চমুকৈ লিখাৰ প্ৰয়াস কৰিছোঁ। এই অসমীয়া শব্দ অৰ্থৰ অভিধান বা অসমীয়া ভাষাৰ শব্দ …

Read more