অসমীয়া বিপৰীত শব্দৰ তালিকা – Assamese Opposite Word List

অসমীয়া বিপৰীত শব্দ Assamese Opposite Words

বিপৰীত শব্দ কি? কোনো এটা শব্দৰ বিপৰীত অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা শব্দ সমূহক অসমীয়াত বিপৰীত শব্দ (Biporit Xobdo) বা বিপৰীতাৰ্থক শব্দ আৰু ইংৰাজীত Opposite word বা Antonym বোলে ৷ এনে ক্ষেত্ৰত প্ৰতিটো বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ এটা আনটোৰ বিপৰীত শব্দ হৈ পৰে ৷ যেনে দিবাৰ অসমীয়া বিপৰীত শব্দ নৈশ সেয়ে নৈশৰ বিপৰীত শব্দ হ’ব দিবা, দোষৰ বিপৰীত শব্দ গুণ আৰু গুণৰ বিপৰীত শব্দ হ’ব …

Read more

ৰৈ ৰৈ কেতেকী বিনা অ – ৰাভা সংগীত Lyrics

গীত: ৰৈ ৰৈ কেতেকী বিনা অ’ গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ মাত অমাতৰ মাত ৰৈ ৰৈ কেতেকী বিনা অ’ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ …

Read more

অ’ শ্যাম কানু বজাই মোহন বেণু Lyrics

O Shyam Kanu অ' শ্যাম কানু Lyrics

অ’ শ্যাম কানু O Shyam Kanu Bojai Muhon Benu (lyrics) গীতৰ কথা: চুড়ামনি দত্ত শ্ৰেণী- ভক্তিমূলক অ’ শ্যাম কানু বজাই মোহন বেণু অ’ শ্যাম কানু বজাই মোহন বেণু হালে জালে ডালে পাতে ফুলে ফুলে ৰেণু… অ’ শ্যাম কানু… Music… (বাঁহী) দামুৰি চৰাব হেতু অ’ শ্যাম কানু দুৰ হৈ নাযাবা বাছা অ’ শ্যাম কানু পৰাণত বৈ আহে যমুনা তটিনী,  মধুৰ মধুৰ ৰাগে তোলে যে কপনি । …

Read more

আজিৰ অসমীয়া বাতৰি কাকত সমূহৰ অনলাইন সংস্কৰণৰ লিংক (e Paper)

আজিৰ অসমীয়া বাতৰি কাকত

ৰাতিপুৱাৰ চাহকাপৰ লগত বাতৰি কাকত খন পঢ়াৰ সোৱাদ কি সেয়া নিশ্চয় কব নালাগে, বুজা জনে বুজিব ৷ পিছে প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ লগে কাগজৰ ডাঙৰ ডাঙৰ পৃষ্ঠাবোৰ আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গৈছে আৰু আমাৰ প্ৰিয় দৈনিক বা সাপ্তাহিক অসমীয়া বাতৰি কাকত খনেও ঠাই লৈছে আমাৰ স্মাৰ্টফোন বা কম্পিউটাৰটোৰ স্ক্ৰীনত ৷ আৰু বৰ্তমান আপুনি বাতৰি কাকত বিলোৱা হকাৰ জন অহালৈও বাটচাব নালাগে ৷ কাৰণ এতিয়া …

Read more

বিশ্বৰ ছন্দে ছন্দে – ৰাভা সংগীত Lyrics

বিশ্বৰ ছন্দে ছন্দে Lyrics

গীত: বিশ্বৰ ছন্দে ছন্দে শ্ৰেণী : ৰাভা সংগীত গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা… নাচা তমোহৰ দেউ নাচা বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা । বন্দে… বন্দে আজি সৱ ভকত বৃন্দে, বন্দে… তব চৰণ কমল বন্দে । বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা… নাচা তমোহৰ দেউ নাচা । Music… জ্বলোৱা সাগ্নিক তপো-হোম-বহ্নি, বিনাশক এন্ধাৰ তব জয়ী অগ্নি …

Read more

মোৰ জীৱনৰ আকাশতে (ৰাভা সংগীত) Lyrics | Mur Jibonor Akaxote

মোৰ জীৱনৰ আকাশতে Mur Jibonor Akaxote Lyrics

গীত: মোৰ জীৱনৰ আকাশতে গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম … Music… কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে প্ৰণয় সূৰুয দেৱতাৰে, প্ৰণয় সূৰুয দেৱতাৰে জিলিকণি সানিম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম Music… …

Read more