যাউতি যুগীয়া (Jauti Jugiya Dhone Mur O) জ্যোতি সংগীত Lyrics
যাউতিযুগীয়া (Jauti Jugiya) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন । প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’। যাউতিযুগীয়া ধন। Music… স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ যাউতিযুগীয়া ধন সুখে বিনন্দীয়া মৰণতে বাকি সৰগী সপোন টোপনীতে গঢ়ি দিলা …