জুবিনদা আৰু অসমীয়াৰ আবেগ

অসমীয়া বোৰ সঁচাকৈ আচৰিত আৰু লগতে অত্যধিক আবেগিক! নহয়নে ? নহলেনো এই কেইবা লাখ অসমীয়াই বিশ্বত অভিলেখ হোৱাকৈ নোখোৱা-নোবোৱাকৈ চাৰি-পাঁচদিনকৈ এজন মৃত ব্যক্তিৰ পাছে পাছে কান্দি কান্দি দৌৰি থাকেনে, কিমান আবেগিক বাৰু? অসমৰ মুখ্যমন্ত্ৰীজন, যি জনৰ নিৰ্বাচন সমাগত, খাবলৈ-শুবলৈও তৰণি নাই ৷ সেইজন মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ মৃতদেহ চমজি লোৱাৰ পৰা অন্তিম সৎকাৰ শেষ কৰালৈকে স্বয়ং ছাঁটোৰ দৰে লাগি আছে! নহয়নে বৰ আচৰিত ? সেই পুলিচ …

Read more

The 15 Most Useful Browser Extensions for Productivity | Part-3

Useful Extensions for Chrome

This is the last part of the series of 15 best Google Chrome browser extensions, and in this blog, I am going to talk with you about another five best Chrome plugins or extensions. I have already published the first part and the second part of this series, where I discussed 10 very essential Chrome browser extensions that can help you to do more on …

Read more

অসমীয়াত মাটি-কালি হিচাপ কৰা Calculator BhuMiti (ভূমিতি)

BhuMiti (ভূমিতি) Assamese Land Calculator

বিভিন্ন কাৰণত আমি মাটিৰ জোখমাখ কৰিব লগীয়া হয়  আৰু মাটিডৰা জুখি তাৰ ক্ষেত্ৰফল বা কালি নিৰ্ণয় কৰা কামটো এটা অতি গুৰুত্বপুৰ্ণ কাম । কাৰণ বৰ্তমান সময়ত মাটিৰ দাম দিনক-দিনে বৃদ্ধি হৈছে আৰু মাটি বেছা-কিনাৰ সময়ত বা অন্যান্য কাৰণত উচিত সঠিক ভাৱে অংক কৰি মাটিৰ পৰিসৰ নিৰ্ণয় কৰিব নোৱাৰিলে আমাৰ যঠেষ্ট লোকচান হ’ব পাৰে । মাটিৰ জোখ-মাখৰ (Land Measurement) প্ৰক্ৰিয়াটো সঠিককৈ নকৰিলে মাটি বেছাৰ সময়ত আমি …

Read more

Pendrive অত Shortcut লৈ পৰিণত হোৱা ফাইলসমূহ কেনেকৈ উদ্ধাৰ কৰিব

কেতিয়াবা আপোনাৰ Pendrive বা USB ড্ৰাইভৰ ফোল্ডাৰসমূহ চৰ্টকাটলৈ পৰিণত হৈ যোৱা নিশ্চয় দেখিছে আৰু লগতে কেতিয়াবা দেখা যায় যে দুটামান shortcut অৰ বাহিৰে আপোনাৰ সকলো ফাইল Pendrive টোৰ পৰা অদৃশ্য হৈ গৈছে। নাইবা কেতিয়াবা আপোনাৰ পেন ড্ৰাইভটোত ডাটা থাকিলেও কম্পিউটাৰত connect কৰিলেও ড্ৰাইভটো খালী হৈ থকা দেখুৱায়। অৰ্থাৎ কম্পিউটাৰটোৱে দেখুৱাই যে পেন ড্ৰাইভটোত file সমূহে স্থান অধিকাৰ কৰি আছে কিন্তু পেন ড্ৰাইভটো খুলি চালে ইয়াৰ …

Read more

How to Type Assamese on Mobile Phone মোবাইলত অসমীয়া কেনেকৈ লিখিব

ম'বাইলত অসমীয়া কেনেকৈ লিখিব (Type Assamese on Mobile Phone)

How to type Assamese on Android Mobile? এণ্ড্ৰইড মোবাইল ফোনত অসমীয়া লিখাৰ পদ্ধতিঃ How to type Assamese on your mobile or smartphone? মোবাইলত অসমীয়া কেনেকৈ লিখিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় কাৰণ বৰ্তমান প্ৰায় সকল অসমীয়া লোকেই মোবাইলত ফোনটোত অসমীয়া লিখিব পৰা হৈছে আৰু ই নিশ্চয়কৈ এটা ভাল খবৰ । কিন্তু তথাপিও এতিয়াও এনে কিছু সংখ্যক ব্যক্তি আছে যি সকলে মোবাইল বা স্মাৰ্টফোনটোত অসমীয়া …

Read more

Browser অৰ Incognito window কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে

ইনকগনিটো উইণ্ড' কি What is Incognito Window and why we would use

ইনকগনিটো উইণ্ড’ কি (Incognito Window): যেতিয়া আমি Google Chrome অৰ দৰে ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইন্টাৰনেটত যিকোনো তথ্য বিচাৰো বা যিকোনো ৱেবছাইট খোলে, তেতিয়া আমি ব্ৰাউজাৰটোত কৰা কামবোৰৰ তথ্যবোৰ, যেনে আমি ব্ৰাউজাৰটোৰ জৰিয়তে কোনটো website খুলি কি কি পঢ়িলোঁ বা চালোঁ ইত্যাদি ডাটাবোৰ ব্ৰাউজাৰটোৱে কম্পিউটাৰটোত save কৰি ৰাখে । এই save কৰি ৰখা ডাটাবোৰ হ’ল যেনে Browsing History, Cookies, Typing History, Search History, আদি । …

Read more