How to Type Assamese on Mobile Phone মোবাইলত অসমীয়া কেনেকৈ লিখিব
[xyz-ihs snippet=”KDas-inArticle-abov-title”] How to type Assamese on Android Mobile? এণ্ড্ৰইড মোবাইল ফোনত অসমীয়া লিখাৰ পদ্ধতিঃ How to type Assamese on your mobile or smartphone? মোবাইলত অসমীয়া কেনেকৈ লিখিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় কাৰণ বৰ্তমান প্ৰায় সকল অসমীয়া লোকেই মোবাইলত ফোনটোত অসমীয়া লিখিব পৰা হৈছে আৰু ই নিশ্চয়কৈ এটা ভাল খবৰ । কিন্তু তথাপিও এতিয়াও এনে কিছু সংখ্যক ব্যক্তি আছে যি সকলে মোবাইল বা …