PRONUNCIATION (উচ্চাৰণ): ɪˌluːmɪˈneɪʃn
1
Noun বিশেষ্য
1. পোহৰোৱা বা আলোকিত কৰা কাৰ্য
2. কোনো স্থান পোহৰৰে উপচাই তোলা অৱস্থা বা পোহৰৰ তীব্ৰতা। ভাৱগত অৰ্থত, ই মনৰ অজ্ঞানতা আঁতৰাই লাভ কৰা উচ্চ জ্ঞান, প্ৰজ্ঞা বা আধ্যাত্মিক জাগৰণক বুজায়।

সমাৰ্থক শব্দঃ

1. The act of illuminating or the state of being lighted up.
2. The degree or intensity of light in a specific space. Figuratively, it refers to spiritual or intellectual enlightenment.
Opposite Word: Darkness
উদাহৰণ (Example Sentense):

"The candlelit illumination transformed the room into a romantic space."

Related Words

Share This Word:

Additional Data:

Pronunciation: ɪˌluːmɪˈneɪʃn

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।