1
Proper Adj. প্ৰকৃত বিশেষণ
1. পোহৰ পৰি উজ্জ্বল বা উদ্ভাসিত হোৱা;
2. য’ত আন্ধাৰ নাইকীয়া কৰি পোহৰ যোগান ধৰা হৈছে। ভাৱগত অৰ্থত, শিক্ষা, জ্ঞান বা আধ্যাত্মিকতাৰ দ্বাৰা বিকশিত হোৱা মন বা সমাজক বুজায়।
1. Provide or brighten up with light. Filled with light.
2. brightened or made visible by a light source. Figuratively, it describes a person, mind, or society that is intellectually or spiritually enlightened and progressive.
Opposite Word: Dark
উদাহৰণ (Example Sentense):

"প্ৰজ্জ্বলিত মাটিৰ চাকিৰ পোহৰে সমগ্ৰ নামঘৰটো ধুনীয়াকৈ আলোকিত কৰি তুলিছিল।"

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।