1
Verb-Intran. অকৰ্মক ধাতু
1. কোনো স্থান, বস্তু বা দিশ পোহৰেৰে উদ্ভাসিত বা উজ্জ্বল কৰি তোলা; আন্ধাৰ দূৰ কৰি পোহৰ যোগান ধৰা।
2. কোনো জটিল বিষয় বুজি পোৱাত সহায় কৰা বা মনৰ আধ্যাত্মিক জ্ঞানৰ পোহৰ প্ৰজ্জ্বলিত কৰা
1. To light up or supply with light; to make something bright and visible.
2. To clarify, shed light on a difficult topic, or be spiritually enlightened.
Opposite Word: Darken
উদাহৰণ (Example Sentense):

"They are using traditional clay lamps to illuminate the lush room."

Related Words

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।